Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৈদেশিক নীতিৰ ভুলৰ বাবেই বন্ধু ৰাষ্ট্ৰত ভাৰতবিৰোধী শক্তিৰ উত্থান

publisher by publisher
December 21, 2025
in Assam, News
Reading Time: 1 min read
0
বৈদেশিক নীতিৰ ভুলৰ বাবেই বন্ধু ৰাষ্ট্ৰত ভাৰতবিৰোধী শক্তিৰ উত্থান
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

উত্তৰ-পূবত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাম-কাজৰ খতিয়ান (ৰিপ’ৰ্ট কার্ড) যথেষ্ট বেয়া বুলি কালি প্রধানমন্ত্রীৰ অসম ভ্ৰমণৰ দিনটোতে সৰৱ হৈ উঠে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। জল জীৱন মিছন ৰূপায়ণত সংঘটিত বিয়াগোম দুর্নীতিৰ বিৰুদ্ধে বিৰোধী দলটোৱে ‘নল আছে জল নাই’ ধ্বনি দি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

মাজুলীত এই প্রতিবাদত অংশ লৈ প্রদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, ‘অসম তথা উত্তৰ-পূবৰ ঔদ্যোগিক উন্নয়ন, নিবনুৱা সমস্যা সমাধান, কর্মসংস্থাপন সৃষ্টিকে ধৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰূপে মোদীৰ ৰিপ’ৰ্ট কার্ড যথেষ্ট বেয়া। যোৱা ১০ বছৰত অসমত ইটোৰ পাছত সিটোকৈ ৰাজহুৱা উদ্যোগ বন্ধ হৈছে। বিজেপিয়ে জাগীৰোডৰ অৰ্ধপৰিবাহক (ছেমিকণ্ডাক্টৰ) উদ্যোগক লৈ ঢোল কোবালেও সেইটো কাগজ কল বন্ধ কৰিহে স্থাপন কৰি আছে। কাগজ কলটো চলাই ৰাখি আন স্থানত সেইটো কৰিলেহে প্রকৃতার্থত ঔদ্যোগিক উন্নয়ন হোৱা বুলি ক’ব পৰা হ’লহেঁতেন।’

নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোট ২০২০ত বন্ধ হ’ল বুলি উল্লেখ কৰি গগৈয়ে লগতে কয়, ‘সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো বহু আগতেই হ’ব লাগিছিল। ২০১৪ মানতে কেন্দ্ৰীয় চৰকাৰে চতুর্থ গোটক লৈ অসমবাসীক সপোন দেখুৱাইছিল। সেইটো এতিয়াহে আৰম্ভ কৰিবলৈ ওলাইছে। ইখনৰ পাছত সিখনকৈ অসম চাহ নিগমৰ চাহ বাগিচাসমূহ বিক্রী হৈ গ’ল। আঠ হেজাৰ চৰকাৰী স্কুল বন্ধ হ’ল।’ গগৈয়ে লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈও বাক্যবাণ নিক্ষেপ কৰে। তেওঁ কয়, ‘অসমত এতিয়া মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘনিষ্ঠ কেইজনমান মুষ্টিমেয় লোকৰহে জয়জয় ময়ময় অৱস্থা। দিছপুৰৰ পৰা দিল্লীলৈ এইখন বিজেপি চৰকাৰৰ নীতি হ’ল থলুৱা উদ্যোগ বন্ধ কৰা আৰু এটা বিশেষ কোম্পানীক গোটেই কামবোৰ গতাই দি একচেটিয়া ব্যৱস্থা গঢ়ি তোলা।’

বিমান সেৱা খণ্ড, বিমানকোঠ টার্মিনেল ব্যৱস্থাপনাত যিদৰে বিজেপি চৰকাৰে একচেটিয়া ব্যৱস্থাৰ সৃষ্টি কৰিছে, তেনেদৰে ৰাজ্য চৰকাৰেও বস্ত্ৰ উদ্যোগ, সংবাদ মাধ্যম আদিৰ দৰে বিভিন্ন ক্ষেত্রত একচেটিয়া ব্যবস্থা গঢ়ি তুলিছে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে। ফলত আর্থিকভাৱে অসমৰ লগতে দেশ বাস্তৱ ক্ষেত্ৰত যিদৰে আগবাঢ়ি যাব লাগিছিল তেনেদৰে আগবঢ়া নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আমি বঞ্চিত হৈ আছো।’

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ প্ৰসংগ উত্থাপন কৰিও গগৈয়ে মুখ্যমন্ত্ৰীক পুনৰ তীব্ৰ ভাষাৰে সমালোচনা কৰে। মুখ্যমন্ত্ৰীৰ ৰাজনীতি কেনেকুৱা সেয়া ভালদৰে চিনি পায় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আজি জুবিনদাৰ অনুপস্থিতিত অসমৰ ৰাইজে জুবিনদাই কৈ যোৱা বৰ অসমৰ কথা মনত পেলাইছে। ‘কা’ আইনৰ বিৰুদ্ধে কৈ যোৱা কথাবোৰ মনত পেলাইছে। জুবিনদাই বিজেপি দল সম্পর্কত কৈ যোৱা কথাবোৰ মনত পেলাইছে। জুবিনদাই কৈ যোৱা এনে কথাবোৰ চৰ্চাত বাধা দিবলৈকে মুখ্যমন্ত্রী ড° শর্মাই জুবিনদাৰ চৰিত্ৰ হনন কৰি বাকী কথাবোৰ তলত পৰি ৰোৱাকৈ ৰণকৌশল যুগুত কৰিছে।’

জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যিকোনো পর্যায়লৈ যাব পাৰে বুলি দোহাৰি গগৈয়ে আৰু কয় যে জুবিনৰ অনুৰাগীসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে জুবিনদাৰ পৰিয়ালৰ লোকসকলকো ৰাজনৈতিকভাৱে হেঁচা দিবলৈকো মুখ্যমন্ত্রী ড° শৰ্মাই কুণ্ঠাবোধ নকৰে। জুবিনৰ ন্যায় বিচৰা বাবেই অজয় ফুকন, ভিক্টৰ দাসক কাৰাগাৰলৈ নিক্ষেপ কৰিলে বুলিও প্রদেশ কংগ্ৰেছৰ সভাপতিজনে অভিযোগ উত্থাপন কৰে। প্ৰশ্ন কৰা বাবেই সাংবাদিককো কাৰাগাৰলৈ পঠিয়াইছে, কেমেৰাৰ সম্মুখতে ‘চাকৰি খাই দিম’ বুলি সাংবাদিকক ভাবুকি দিছে বুলিও মন্তব্য কৰি তেওঁ লগতে ছিংগাপুৰৰ আছাম এছ’চিয়েছনত থকা মুখ্যমন্ত্রী ড° শৰ্মাৰ নিৰ্দিষ্ট ঘনিষ্ঠ লোকসকলক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই বুলিও প্রশ্ন উত্থাপন কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত নেতৃত্বাধীন সংস্থাক বিদেশত অনুষ্ঠান পাতিবলৈ চৰকাৰে কিয় ধন দিছে বুলি প্রশ্ন কৰিলে সাংস্কৃতিক মন্ত্রণালয়, বিদেশ মন্ত্রণালয়কে ধৰি সকলো মন্ত্রণালয় নিমাত হৈ পৰে বুলিও তেওঁ কয়।

মোদীৰ বৈদেশিক নীতিৰ ভুলৰ বাবেই বাংলাদেশত ভাৰত বিৰোধী শক্তিয়ে মূৰ দাঙি উঠিছে!

বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈও আজি প্রতিক্রিয়া প্রকাশ কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিয়ে। বাংলাদেশত এজন হিন্দু যুৱকক মৰিয়াই মাৰি জ্বলাই দি হত্যা কৰা ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে গগৈয়ে। মোদী চৰকাৰৰ বৈদেশিক নীতিৰ ভুলৰ বাবে এসময়ৰ বন্ধু ৰাষ্ট্ৰখনত পুনৰ ভাৰত বিৰোধী শক্তিয়ে মূৰ দাঙি উঠিবলৈ পালে বুলিও অভিযোগ কৰে প্রদেশ কংগ্ৰেছৰ সভাপতিজনে। ‘আজি বৈদেশিক নীতিৰ জৰিয়তে আমি সমগ্র বিশ্বৰ বাবে গণতন্ত্ৰৰ প্ৰতি, মানৱাধিকাৰৰ প্ৰতি এক আদর্শ সৃষ্টি কৰিব পাৰিব লাগিছিল; কিন্তু আমি তেনে একো পৰিৱেশ দেখাই নাই। ভূটান হওক, ম্যানমাৰ হওক, নেপাল হওক, মালদ্বীপ হওক বা শ্রীলংকাই হওক চুবুৰীয়া সকলো ৰাষ্ট্ৰই আমাৰ ওচৰৰ পৰা আঁতৰি গৈছে। এই দেশবোৰৰ ওপৰত আগতে ভাৰতৰ প্ৰভাৱ আছিল। আজি এই দেশবোৰৰ ওপৰত ভাৰতৰ একো প্ৰভাৱেই নাই।’ গগৈয়ে কয়।

ইপিনে, আগন্তুক বিধানসভা নির্বাচন সন্দৰ্ভত গগৈয়ে কয় যে ৰাইজক মজা দিয়াসকলক এইবাৰ ৰাইজে মজা দিব। সেইবাবে কংগ্ৰেছ দল ৰাইজৰ সুখ-দুখৰ উমান ল’বলৈ ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজলৈ আহিছে বুলিও কয় গগৈয়ে। লগতে তেওঁ কয়, ‘অসমৰ নতুন প্ৰজন্মই বিচৰাৰ দৰে উচ্চ শিক্ষা, গাঁৱৰ মহিলাসকলে বিচৰাৰ দৰে ভাল আদর্শ পৰিৱেশ,

গাঁওবোৰত মদৰ দোকান নাথাকিব, ড্ৰাগছৰ বেহা নাথাকিব। খেলুৱৈসকলে বিচৰাৰ দৰে খেলপথাৰ থাকিব। ৰাইজে বিচৰা এনেকুৱা এখন আদর্শ অসম গঢ়িবলৈ আমি কাম কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈছো।’ মাজুলীৰ খহনীয়াৰ বিষয়ে সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত গগৈয়ে কয় যে এই বিষয়টোত প্রধানমন্ত্রীয়ে চকু দিয়া উচিত। তেওঁ কয়, ‘মনোমহন সিঙৰ যেতিয়া চৰকাৰ আছিল, তেতিয়া বিভিন্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমক যথেষ্ট সহায় কৰিলে। বগীবিল দলং নিৰ্মাণৰ দৰে এটা বৃহৎ প্রকল্পক ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্রদান কৰি নিৰ্মাণ সম্পূর্ণ কৰিবলৈ আর্থিক সহায় কৰিলে। শিলচৰ-লামডিং ৰেলপথ সম্প্ৰসাৰণকো ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্রদান কৰিলে। আজিৰ তাৰিখত নতুনকৈ কেন্দ্ৰ চৰকাৰে কি কৰিছে? বানপানী-খহনীয়াৰ বাবে পাবলগীয়া ধনবোৰো সময়মতে মোকলাই নিদিয়া হৈছে।’ বর্তমানৰ কেন্দ্ৰ চৰকাৰে অসমৰ বান-খহনীয়া সমস্যা ৰোধৰ বাবে কিমান টকা মোকলাই দিছে আৰু বাকী ৰাজ্যবোৰক কিমান ধন মোকলাই দিছে সেই লৈ এখন শ্বেতপত্র প্রকাশ কৰিবলৈকো দাবী জনায় প্রদেশ কংগ্ৰেছৰ সভাপতিজনে। ইফালে, জল জীৱন আঁচনিত হোৱা দুর্নীতিৰ বিৰুদ্ধে আজিও ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্রতিবাদ অব্যাহত ৰাখিছে। প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈৰ নেতৃত্বত মাজুলী ব্লক কংগ্রেছে ‘নল আছে জল নাই’ শ্ল’গানৰে মাজুলীত প্রতিবাদ সাব্যস্ত কৰে। আন আন জিলাতো অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ব্লক কংগ্ৰেছ কমিটীসমূহে প্রতিবাদ অব্যাহত ৰাখিছে। জাগীৰোডতো এই লৈ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPGaurav Gogoi
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d