Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰকাৰী অধিবক্তাই অভিযোগনামা পঢ়িবলৈ নাই এটা কম্পিউটাৰ

publisher by publisher
December 23, 2025
in Assam, News
Reading Time: 1 min read
0
চৰকাৰী অধিবক্তাই অভিযোগনামা পঢ়িবলৈ নাই এটা কম্পিউটাৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️সোমবাৰৰ পৰা আৰম্ভ হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । কামৰূপ মহানগৰ জিলা সত ন্যায়াধীশৰ আদালতত আৰম্ভ হোৱা বিচাৰৰ অংশৰূপে কালি গোচৰটোৰ সাতোজন অভিযুক্তক ভার্চুৱেলী আদালতত হাজিৰ কৰা হয়। আদালতে অহা তিনি জানুৱাৰীত পৰৱর্তী শুনানিৰ দিন ধার্য কৰি সেইদিনা অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰা হ’ব বুলি জনায়।

ADVERTISEMENT

নিয়ম অনুসৰি সেইদিনা অভিযুক্তসকল সোঁশৰীৰে আদালতত উপস্থিত থাকিব লাগে।অৱশ্যে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাত কোনো বিশেষ কাৰণত অভিযুক্তসকলক ভার্চুৱেলী হাজিৰ হোৱাৰ ব্যৱস্থাও আছে। সোমবাৰে আদালতে গোচৰটোৰ তদন্তকাৰী অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগক অভিযুক্তসকলক অভিযোগনামাৰ ছপা কপি দিবলৈ নির্দেশ দিয়ে।

ইতিমধ্যে অভিযুক্তসকলক পেন ড্রাইভৰ জৰিয়তে অভিযোগনামা প্রদান কৰা হৈছিল যদিও কাৰাগাৰত তাৰ বাবে সুবিধাজনক কোনো ব্যৱস্থা নাই। সেই হেতুকে অভিযুক্তক ছপোৱা অভিযোগনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়। একেদৰে সোমবাৰে লোক অধিবক্তাকো অভিযোগনামাৰ কপি প্রদান কৰা হয়। ইয়াৰ পাছত অভিযোগনামাৰ ভিত্তিত গোচৰটোৰ বিচাৰ চলিব।

কিন্তু জুবিন গাৰ্গৰ গোচৰটোৰ ক্ষিপ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ কথা সকলো পক্ষই আওৰাই থাকিলেও আদালতৰ বৰ্তমানৰ ব্যৱস্থাত সেয়া সম্ভৱ নোহোৱাৰ সম্ভাৱনাই অধিক। এই আশংকা স্বয়ং অধিবক্তায়েই তথ্যসহ কালি দাঙি ধৰে। চৰকাৰে সদিচ্ছা দেখুৱাই হাতে কাম ব্যৱস্থা নল’লে ফাষ্ট ট্রেক তথা দ্রুত আদালতো অর্থহীন হোৱাটো নিশ্চিত বুলি অধিবক্তাই উদ্বিগ্নতা প্রকাশ কৰে।

সদিচ্ছা নাথাকিলে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অভি-নীল হত্যাকাণ্ডৰ পৰিণতিয়েই জুবিন গাৰ্গৰ ক্ষেত্ৰতো হ’ব বুলি আশংকা কৰে উকীল সন্থা, গুৱাহাটীৰ সম্পাদক অপূর্ব শর্মাই।

তেওঁ বর্তমান আদালতবোৰ বৰ্তমান কি ধৰণৰ জোৰা টাপলিৰে চলিছে সেয়াও উদঙাই দিয়ে। শর্মাই কয়, ‘অহা তিনি জানুৱাৰী হ’ল গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন। তাৰ পূর্বে এজন লোক অধিবক্তাই ১২ হেজাৰৰো অধিক পৃষ্ঠাৰ অভিযোগনামাখন পুংখানুপুংখভাবে পঢ়িব লাগিব। তাৰ বাবে হাতত আছে মাত্র ২২ দিন। অভিযোগনামাখন দিয়া হৈছে পেন ড্রাইভত। এয়া জানো মুখৰ কথা? তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, পেন ড্রাইভত দিয়া ইমান বৃহৎ অভিযোগনামাখন পঢ়িবলৈ লোক অধিবক্তাৰ এটা কম্পিউটাৰ নাই।’

শৰ্মাই লগতে কয় যে জুবিন গাৰ্গৰ গোচৰটো তথাকথিত দ্রুত আদালতত বিচাৰ কৰাৰ দৰে হ’ব নালাগে। গোচৰটোৰ দৈনিক শুনানি হ’ব লাগে। এই সকলোবোৰৰ বাবে লোক অধিবক্তাৰ এটা গোট গঠন কৰি দিব লাগে। এজন মানুহৰ বাবে কামটো সম্ভৱ নহয়। সেইবাবে চৰকাৰে সদিচ্ছা প্রদর্শন কৰি এটা পূর্ণাংগ লোক অধিবক্তাৰ দল গঠন কৰিব লাগে বুলিও শৰ্মাই পৰামৰ্শ আগবঢ়ায়।

এই প্রসংগতে উল্লেখ্য যে বিচাৰৰ ধাৰা আৰোপৰ লগে লগে গোচৰটোৰ সাক্ষীৰ ভাষ্য গ্রহণ আদালতে আৰম্ভ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামাত ৩৯৪ জন সাক্ষীৰ উল্লেখ আছে। তেওঁলোক সকলোৱে আদালতৰ আগত নিজৰ ভাষ্য প্রদান কৰিব লাগিব। অৱশ্যে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এই সন্দর্ভত কয় যে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ ২৫৪ ধাৰাত উল্লেখ আছে যে সোঁশৰীৰে উপস্থিত থাকিব নোৱাৰিলে সাক্ষীয়ে ভার্চুৱেলী সাক্ষ্য প্রদান কৰিব পাৰে। কালি আদালতত কোনো অভিযুক্তই জামিন আবেদন দাখিল নকৰিলে।

অভিযুক্তৰ হৈ আহিল অধিবক্তা

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তক আইন সাহায্য প্রদান নকৰাৰ স্থিতি গ্রহণ কৰিছিল সদৌ অসম উকীল সন্থাই। উকীল সন্থা গুৱাহাটীয়েও এই স্থিতিত সমর্থন জনায়। যাৰ বাবে এতিয়ালৈকে সাত অভিযুক্তৰ কোনো এজনৰ হকে এজনো অধিবক্তা আগবাঢ়ি অহা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত নিয়ম অনুসৰি আদালতৰ পৰামৰ্শ মর্মে জিলা আইন সেবা প্রাধিকৰণৰ পৰা ধ্রুবজ্যোতি দাস নামৰ এজন অভিযুক্তক নিয়োগ কৰা হয়। আজিৰ শুনানিত অধিবক্তা দাস উপস্থিত থাকে। ইয়াৰ মাজতে অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ হৈ আদালতত উপস্থিত থাকে গেব্রিয়েল চাহু নামৰ এজন অধিবক্তা। ইয়াকে লৈ আদালত চৌহদত ব্যাপক চর্চা চলে।

পানীত ডুবি মৃত্যু জুবিনৰ

অমৃতপ্রভা মহন্তৰ হকে আদালতত যুঁজ দিবলৈ অহা যুৱ অধিবক্তা গেব্রিয়েল চাহুরে কয় যে তেওঁ কে’বাটাও দিশ চালিজাৰি চাই এই দায়িত্ব পালনৰ বাবে আগবাঢ়ি আহিছে। যোৱা ১২ ডিচেম্বৰত অভিযোগনামা দাখিলৰ পিছদিনাই অমৃতপ্রভা মহন্তৰ পৰিয়ালৰ পৰা তেওঁৰ স’তে যোগাযোগ কৰা হৈছিল বুলি উল্লেখ কৰি চাহুৱে কয়, ‘মই কোনো অধিবক্তা সমাজৰ বিৰুদ্ধে গৈ এই কাম কৰিবলৈ আগবাঢ়ি অহা নাই। কে’বাটাও দিশ চালিজাৰি চাই আগবাঢ়ি আহিছো। যিমানে গুৰুতৰ অপৰাধৰ গোচৰ নহওক কিয়, অভিযুক্তই নিজৰ হকে অধিবক্তা নিয়োগ কৰাটো এটা মৌলিক অধিকাৰ। অন্যথা বিচাৰ প্ৰক্ৰিয়া কেতিয়াও স্বচ্ছ নহয়। বিচাৰ প্ৰক্ৰিয়া স্বচ্ছ নহ’লে, উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰাই নহয়, গোচৰটোও ইয়াৰ পৰা উঠাই নিব পাৰে। আকৌ দেখা গৈছে যে গোল্ডী ‘জুবিন গাৰ্গ’ দাৰ মৃত্যু পানীত ডুবি হৈছিল আৰু অভিযোগনামাত তাৰ লগত সুৰাপানটোক সংযোজিত কৰি অপৰাধমূলক ষড়যন্ত্র বুলি ক’ব বিচৰা হৈছে। মই অভিযোগনামাখন পঢ়িছো আৰু তাৰ পাছতহে গোচৰটো চলাবলৈ আগবাঢ়ি আহিছো। মই গোল্ডীদাক যিমাদূৰ জানো, তেওঁ কেতিয়াও ২৫ বছৰীয়া এগৰাকী ছোৱালীৰ হাতেৰে মদ বাকি নাখায়। এইটো সম্পূর্ণৰূপে পানীত ডুবি হোৱা মৃত্যু।

আস্থা ৰাখিছো আমি

আনহাতে, শুনানিৰ সময়ত আদালতত উপস্থিত থকা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয় যে চৰকাৰে নিশ্চয় ফাষ্ট ট্রেক আদালতৰ জৰিয়তে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়াব। ন্যায়ালয় আৰু চৰকাৰৰ ওপৰত আস্থা ৰাখি তেওঁলোকে অনুভব কৰে যে সেই আস্থাৰ মান সকলোৱে ৰাখিব আৰু তেনেদৰে তেওঁলোকে ন্যায় পাবলৈ সক্ষম হ’ব। অভিযুক্তসকলৰ মুখত আজি কোনো অনুশোচনাৰ ভাব নেদেখা বুলিও বৰঠাকুৰে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d