Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

The Advanced:মহানগৰীৰ চেনিকুঠীত ‘দ্য এড্‌ভান্সড লাৰ্নিং একাডেমী”(এড্‌লাক) নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

সংকোচ ত্যাগ কৰি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছেঃ ড° সমুদ্ৰগুপ্ত কাশ্যপ

publisher by publisher
March 17, 2026
in News
Reading Time: 1 min read
0
The Advanced:মহানগৰীৰ চেনিকুঠীত ‘দ্য এড্‌ভান্সড লাৰ্নিং একাডেমী”(এড্‌লাক) নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
1
SHARES
9
VIEWS
ShareShareShareShare

The Advanced:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী-বেচৰকাৰী খণ্ডত নিযুক্তি প্ৰত্যাশী শিক্ষাৰ্থীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আজি মহানগৰীৰ চেনিকুঠীৰ এম চি ৰোডত “দ্য এড্‌ভান্সড লাৰ্নিং একাডেমী”(এড্‌লাক) নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ কেইগৰাকীমান সুপৰিচিত পুথি প্ৰকাশক আৰু শিক্ষাবিদে যৌথ প্ৰচেষ্টাৰে এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰিছে ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে চৰকাৰী-বেচৰকাৰী খণ্ডত সেৱা আগবঢ়োৱাৰ বাবে কেৰিয়াৰ গঢ়িব বিচৰা শিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰিব পাৰিব ৷

ADVERTISEMENT

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি), অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে ৷ কিন্তু দ্বিতীয়-তৃতীয় শ্ৰেণীৰ চাকৰিৰ বাবে এনে অনুষ্ঠান সুলভ নহয় ৷ সেয়েহে এছ এছ চি, ৰেলৱে’, বেংকিং আদি চৰকাৰী-বেচৰকাৰী খণ্ডৰ এনে পদত ৰাজ্যৰ বাহিৰৰ প্ৰশিক্ষিত প্ৰাৰ্থীয়ে সহজে নিযুক্তি লাভ কৰাৰ সুযোগ পায় ৷ এই প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়ে সুপৰিচিত প্ৰকাশক লয়াৰ্ছ বুক ষ্টল, সঁফুৰা, আংগিক আৰু তেজপুৰৰ বি আৰ কলিতাৰ স্বত্তাধিকাৰী ক্ৰমে ভাস্কৰ দত্তবৰুৱা, ধীৰাজ গোস্বামী, বাহাৰুল ইছলাম চৌধুৰী, বিক্ৰম কলিতাই এই অনুষ্ঠানটোৰ গুৰি ধৰিছে ৷

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ দ্বিতীয়-তৃতীয় শ্ৰেণীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ স্থানীয় যুৱক-যুৱতীসকলক ইয়াত দক্ষ আৰু অভিজ্ঞ ব্যক্তিৰ দ্বাৰা উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব ৷ এড্‌লাকৰ বিশেষত্ব হ’ব প্ৰতিগৰাকী শিক্ষাৰ্থীক সচেতন আৰু মজবুতকৈ গঢ়ি তোলাৰ বাবে নিৰ্দিষ্ট ফলপ্ৰসূ পদক্ষেপ ৷ অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীক বৃত্তি প্ৰদানৰো ব্যৱস্থা কৰিব এড্‌লাকে ৷

দ্য এড্‌ভান্সডৰ উদ্বোধনী সভাৰ আৰম্ভণিতে প্ৰশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ, আই আৰ চি টি চিৰ প্ৰাক্তন সঞ্চালক, অসম চৰকাৰৰ পৰিৱহন বিভাগৰ প্ৰাক্তন উপদেষ্টা ৰবিন কলিতাই দ্য এড্‌ভান্সৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে অৱগত কৰে ৷ তেওঁ বক্তব্যত এইবুলি উল্লেখ কৰে ,“ৰ লক্ষ্য হৈছে এছ এছ চি, বেংকিং, ৰেলৱে’ আদি নিযুক্তিৰ সম্ভাৱনাময় খণ্ডসমূহৰ লগতে দ্বিতীয়-তৃতীয় শ্ৰেণীৰ অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষাত সফলতা অৰ্জনৰ বাবে স্থানীয় শিক্ষৰ্থীসকলক পৰিপক্ব কৰি তোলা ৷ অসম তথা উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলে ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ পৰা উপযুক্ত শিক্ষা তথা সাফল্যমুখী প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ’ব ।”

প্ৰশিক্ষণ কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত লেফ্‌টেনেণ্ট জেনেৰেল ৰণা প্ৰতাপ কালিতাই ৷ তেওঁ এড্‌লাকৰ ৱেব ছাইট www.adlac.in আৰু যোগাযোগ নম্বৰ ( ৬০০২৩৪৬৬২৫) মুকলি কৰি কয় যে আত্মবিশ্বাস আৰু ইচ্ছা শক্তিয়ে সফলতা কঢ়িয়াই আনে ৷ সমান্তৰালভাৱে লাগিব অধ্যৱসায় ৷ নোৱাৰোঁ বুলি কাম এটা এৰি পেলোৱাটো উচিত নহয় ৷ নেৰানেপেৰাকৈ লাগি থাকিব পৰা মানসিক শক্তিয়ে সাফল্য কঢ়িয়াই আনে ৷ এড্‌লাকে শিক্ষাৰ্থীসকলক এনেদৰে গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে তেওঁ ৷ অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপে এইবুলি কয়,“ কৰ্মক্ষেত্ৰ বহুত আছে ৷ তাতে সংযুক্ত হ’ব পৰা পথটো বিচাৰি উলিয়াব লাগিব ৷ অসমৰ যুৱক-যুৱতীসকলে সংকোচ ত্যাগ কৰি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে ৷”

ইয়াত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে এছ বি আইৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যৱাহী বিষয়া ভাস্কৰ শৰ্মা ৷ তেওঁ এইদৰে কয়,“ নিযুক্তিৰ সম্ভাৱনা আৰু কৰ্মক্ষেত্ৰ সৃষ্টিৰ সম্ভাৱনা প্ৰচুৰ আছে ৷ কিন্তু সাফল্য অৰ্জনৰ বাবে ছাত্ৰ-ছাত্ৰীসকল সচেতন আৰু কষ্ট কৰিব পৰা মানসিকতাৰ অধিকাৰী হ’ব লাগিব ৷ ” আন এগৰাকী সন্মানীয় অতিথি ইণ্ডিয়ান অ’ভাৰচিজ বেংকৰ প্ৰাক্তন মহা প্ৰৱন্ধক সমীৰ বৰুৱাই কয় যে আমি যুগৰ লগত খোজ মিলাই পৃথিৱীৰ ফালে দৃষ্টি দি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে ৷ আমাৰ ল’ৰা-ছোৱালীৰ প্ৰতিভাৰ অভাৱ নাই ৷

একেদৰে সন্মানীয় অতিথি, উত্তৰ-পুব সীমান্ত ৰেলৱে’ৰ প্ৰাক্তন মুখ্য কৰ্মচাৰী বিষয়া, আই আৰ পি এছ ত্ৰিকালজ্ঞ ৰাভাই কয় “এড্‌লাক এক ব্যতিক্ৰমী লক্ষ্যৰে আৰম্ভ হৈছে ৷ এনে এটা অনুষ্ঠানৰ প্ৰয়োজন অনুভৱ কৰি আছিলোঁ ৷ আশা কৰোঁ এড্‌লাকে যুৱক-যুৱতীসকলক নিশ্চয় পথ দেখুৱাব পাৰিব ৷

কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় লয়াৰ্ছ বুক ষ্টলৰ স্বত্তাধিকাৰী ভাস্কৰ দত্তবৰুৱাই ৷ ড° পুলক ভট্টাচাৰ্য, ৰামন বৰা, মিহিৰ দেউৰী, শান্তনু শইকীয়া, অৰূপ চক্ৰৱৰ্তী, নীলাঞ্জন ভট্টাচাৰ্য, হেমেন শৰ্মা , দেৱ প্ৰসাদ মিশ্ৰ, উৎপল কুমাৰ বৰঠাকুৰ আদিকে ধৰি ভালে কেইবা গৰাকী শিক্ষাবিদে-বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় বি আৰ কলিতা প্ৰকাশনৰ স্বত্তাধিকাৰী বিক্ৰম কলিতাই I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiThe Advance Lerning Akademi
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d