Cricketer Rohit Sharma:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মঙলবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইন্ডিয়ান্সৰ মাজত আইপিএলৰ হাইভল্টেজ মেটচ্ । খেলৰ পূৰ্বে সোমবাৰে পুৱাভাগত মুম্বাই ইন্ডিয়ান্সৰ খেলুৱৈ ৰোহিত শৰ্মা আৰু তিলক বর্মা উপস্থিত হয় শক্তিপীঠ কামাখ্যা দেৱালয়ত ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মা কামাখ্যাত আশীষ লয় দুয়ো গৰাকী ক্ৰিকেটাৰে।
ADVERTISEMENT






























