Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

New Govt will be sworn in Khanapara Field on May 12:১২ মে’ত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান,প্ৰস্তুতি তুংগত

খানাপাৰাত হ'বলগীয়া বিশাল শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ

publisher by publisher
May 7, 2026
in News
Reading Time: 1 min read
0
New Govt will be sworn in Khanapara Field on May 12:১২ মে’ত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান,প্ৰস্তুতি তুংগত
11
SHARES
110
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
ADVERTISEMENT

New Govt will be sworn in Khanapara Field on May 12:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সদ্য সমাপ্ত ৰাজ্য বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০২ খন আসন লাভ দিছপুৰত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিৰ সংসদ বৰ্ডে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক ক্ৰমে পৰ্যবেক্ষক ,সহ-পৰ্যবেক্ষক হিচাপি নিযুক্তি দিয়াৰ পিছতে ব্যাপক কুজকাৱাজ আৰম্ভ হৈছে বাজপেয়ী ভৱনত।

উল্লেখ্য যে বুধবাৰে ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ দাখিলৰ পিছতে বিদায়ী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে ১১মে’ৰ পিছতে এনডিএ চৰকাৰে শপত ল’ব ৷

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি এক সংবাদমেলত দিলীপ শইকীয়াই সদৰি কৰে যে ১২মে’ত খানাপাৰাত অনুষ্ঠিত বিশাল শপত গ্ৰহণ অনুষ্ঠানত এনডিএ চৰকাৰে শপত ল’ব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১০.১৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে পোনেখানাপাৰালৈ ৰাওনা হৈ ১১ বজাত শপতগ্রহণ অনুষ্ঠানত ভাগ ল’ব ।

উল্লেখ্য যে বৃহস্পতিবাৰে দুপৰীয়া বাজপেয়ী ভৱনত নতুন চৰকাৰৰ শপত গ্ৰহণৰ বাবে এখন প্ৰস্তুতি বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷ বৈঠকত পীযুষ হাজৰিকা,জয়ন্তমল্ল বৰুৱা দিপ্লু ৰঞ্জন শৰ্মা সহ কে’বাোজনো নেতাই অংশ লয় ৷

উল্লেখযোগ্য ৯ মে’ত অসমলৈ আহিব পর্যবেক্ষক জে পি নাড্ডা আৰু সহ- পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী ৷ ১০ মে’ত বিজেপি বিধায়িনী দলৰ বৈঠকত দলপতি নিৰ্বাচন কৰা হ’ব ৷ ইয়াৰ পিচতে বিজেপি মিত্ৰদল অগপ আৰু বিপিএফ বিধায়ক সকলক লৈ এনডিএ যৌথ বিধায়িনী বৈঠক অনুষ্ঠিত কৰি নিৰ্বাচন কৰা হ’ব। এনডিএ দলপতি নিৰ্বাচন কাৰ্য সম্পন্নৰ পিছতে সন্ধিয়ালৈ নতুন চৰকাৰ গঠনৰ বাবে এনডিএৰ নৱ নিৰ্বাচিত দলপতিয়ে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াব ৷

মনকৰিবলগীয়া যে এনডিএ মিত্ৰজোটৰ দলপতি হিচাপে ইতিমধ্যে একক হিচাপে নাম উচ্চাৰিত হৈছে বিদায়ী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ বুধবাৰে অগপৰ বিধায়িনী বৈঠকত মুখ্যমন্ত্ৰী পদৰ বাবে ড:শৰ্মাৰ নাম প্ৰস্তাৱ লয় ৷ একদৰে বিপিএফেও ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ বাবে ড:শৰ্মাৰ নাম লোৱাৰ সমান্তৰালভাৱে বিজেপিৰ বিধায়িনী দলপতি বাবে ড: শৰ্মাৰ নামটো একক ভাৱে চৰ্চিত হৈ আহিছে ৷এনেক্ষেত্ৰত দেওবাৰে দলৰ বিধায়িনী বৈঠকত মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি দুই কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত মুখ্যমন্ত্ৰী পদৰ বাবে ড:হিমন্ত বিশ্ব শৰ্মাৰ নামটোত মোহৰ মাৰিব ৷

ইপিনে, খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত মঙলবাৰে এনডিএ চৰকাৰৰ বিশাল শপত গ্ৰহণ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যসচিব ড:ৰবি কোটাই সংশ্লিষ্ট বিভাগৰ মুৰব্বীৰ লগতে ডিজিপি হৰমিত সিঙৰ স’তে জনতা ভৱনত ঘনে ঘনে বৈঠকত মিলিত হৈছে ৷ বৈঠকৰ অংশ হিচাপে বৃহস্পতিবাৰে দুপৰীয়া মুখ্যসচিব ড:ৰবি কোটা, ডিজিপি হৰমিত সিঙ আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড:পাৰ্থ সাৰথি মহন্তই খানাপাৰা ফিল্ড পৰিদৰ্শন কৰি শপত গ্ৰহণৰ প্ৰস্তুতি পৰ্বৰ বুজ লয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Announced Dilip Saikiaassam new govton May 12State Bjp Presidentsworn in Khanapara Field
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d