Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

সন্ধান ওলাল বিলুপ্ত ঘোষিত যাদুকৰী গছৰ

publisher by publisher
August 22, 2026
in Lifestyle
Reading Time: 1 min read
0
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

HistoryNews :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আজিৰ পৰা হেজাৰ বছৰৰ পূৰ্বে কৃত্রিম গৰ্ভনিৰোধকৰ আৱিষ্কাৰ হোৱা নাছিল। অৱশ্যে গৰ্ভনিৰোধকৰ প্রয়োজনীয়তা তেতিয়াৰ সমাজতো আছিল। সেই সময়ত অন্যান্য যিকোনো শাৰীৰিক সমস্যা দূৰ কৰাৰ দৰেই এই কামতো মানুহে নির্দিষ্ট কেতবোৰ ভেষজৰ শৰণাপন্ন হৈছিল।

ADVERTISEMENT

প্রায় দুহেজাৰ বছৰৰ পূৰ্বে প্রাচীন গ্রীক আৰু ৰোমান সভ্যতাত এই কামত ব্যৱহাৰ কৰা হৈছিল ছিলফিয়াম বা ছিলফায়ন নামৰ এবিধ গছ। যাক যাদুকৰী গছ বুলিও সেই সময়ত অভিহিত কৰা হৈছিল।

বৰ্তমানৰ লিবিয়াৰ ছাইৰেনাইকা অঞ্চলত এইবিধ গছ পোৱা গৈছিল বুলি ঐতিহাসিক নথিত উল্লেখ আছে। গছজোপাৰ কাণ্ড, মূল আৰু শিপা ৰান্ধি খোৱা হৈছিল। মাছ বা মাংসৰ লগত এই গছৰ অংশৰে ছ্যুপ তৈয়াৰ কৰিও খোৱা হৈছিল। সবাতোকৈ মূল্যবান আছিল গছজোপাৰ কাণ্ডৰ পৰা নির্গত হোৱা ৰস বা আঠা।

সেই আঠা শুকুৱাই মছলাৰ দৰে ৰন্ধনত ব্যৱহাৰ কৰা হৈছিল।তৎকালীন সময়ত ছিলফিয়াম ইমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছিল যে ইয়াৰ ৰস বা আঠাৰ দাম প্রায় ৰূপৰ দামৰ সমান বুলি প্রাচীন লেখাত দাবী কৰা হৈছে।

অৱশ্যে এই ব্যৱহাৰ কিমান কাৰ্যকৰী বা নিৰাপদ আছিল, সেয়া আধুনিক চিকিৎসা বিজ্ঞানৰ মানদণ্ডত প্রমাণিত নহয়। গছজোপাৰ আশ্চৰ্যকৰ গুণাৱলীৰ বাবে অনেকে ইয়াক অলৌকিক গছ বুলিও অভিহিত কৰিছিল।

অৱশ্যে বজাৰত ছিলফিয়ামৰ চাহিদা অস্বাভাবিকভাবে বৃদ্ধি পোৱাত খ্রীষ্টাব্দৰ প্ৰথম শতিকাৰ ভিতৰতে বিলুপ্ত হৈ পৰে বুলি গৱেষকসকলে ধাৰণা কৰে। কালৰ নিয়মত লোকচৰ্চাৰ আঁৰলৈ গুচি গৈছিল এইবিধ গছ।

অৱশ্যে শেহতীয়াকৈ এই গছজোপাৰ কথা আকৌ এবাৰ খবৰৰ শিৰোনামলৈ উঠি আহিছে।সেই হেৰাই যোৱা ছিলফিয়াম গছৰ পুনৰ সন্ধান পোৱা গৈছে নেকি বুলিও চর্চা হৈছে।

ইষ্টানবুল বিশ্ববিদ্যালয়ৰ অধ্যাপক মাহমুত মিছকিয়ে তুর্কীৰ মধ্য আনাটোলিয়া অঞ্চলত হাছান পৰ্বতৰ সমীপত এবিধ বিৰল উদ্ভিদক লৈ দীর্ঘদিনৰ পৰা গৱেষণা চলাই আছিল। এই উদ্ভিদৰ বৈজ্ঞানিক নাম ‘ফেৰুলা ডুডেয়ানা’।

গৱেষণাৰ এটা পৰ্যায়ত তেওঁ অনুভৱ কৰে যে ইয়াৰ হালধীয়া ফুল, কাণ্ডৰ গঠন আৰু শিপাৰ পৰা পোৱা সুগন্ধি আদি একাধিক বৈশিষ্ট্য প্রাচীন ছিলফিয়ামৰ বৰ্ণনাৰ স’তে মিলি যায়।

গৱেষক মিছকিৰ মতে, প্রাচীন গ্রীক জনগোষ্ঠীয়েই হয়তো কোনো এক সময়ত লিবিয়াৰ পৰা এই উদ্ভিদ তুর্কীলৈ লৈ আনিছিল।ফলত এই সময়ত তুর্কীত সেই গছ জীয়াই থকাৰ সম্ভাৱনাও সম্পূৰ্ণৰূপে ওলাই কৰিব নোৱাৰি।

অৱশ্যে ফেৰুলা ডুডেয়ানাই যে প্ৰাচীনকালৰ ছিলফিয়াম, সেয়া এতিয়াই নিশ্চিতভাৱে ক’ব পৰা হোৱা নাই। ছিলফিয়ামৰ কোনো নমুনা সংৰক্ষিত নাই, ভৰসা কেৱল সংৰক্ষিত নথিসমূহ। সঁচাকৈয়ে যদি এই উদ্ভিদেই প্রাচীন ছিলফিয়াম, তেন্তে আধুনিক চিকিৎসা বিজ্ঞানত এইবিধ গছে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

হয়তো একেবাৰে ভিন্ন ধৰণৰ এবিধ আয়ুর্বেদিক গৰ্ভনিৰোধক প্ৰস্তুত কৰাতো সম্ভৱ হ’ব, যি মানুহৰ শাৰীৰিক ক্ষতি নকৰাকৈ কার্যসিদ্ধি কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d