Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো বাঁহৰ সাঁকোৰেই আহ-যাহ

'আমাক একো নালাগে, এখন দলং বনাই দিয়ক'

publisher by publisher
August 26, 2026
in Assam, News
Reading Time: 1 min read
0
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো বাঁহৰ সাঁকোৰেই আহ-যাহ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশ স্বাধীন হোৱাৰ সুদীর্ঘ ৭৯ বছৰৰ পাছতো যাতায়াত ব্যৱস্থাৰ কোনো উন্নয়ন নহ’ল নগাঁও জিলাৰ ধিং সমষ্টিৰ কেতবোৰ অঞ্চলৰ। সমষ্টিটোত এনে কিছু অঞ্চল আছে য’ত পকী দলঙতো দূৰৈৰ কথা এখন কাঠৰ দলঙৰ বাবেও ৰাইজে চৰকাৰক কাকুতি-মিনতি কৰি থাকিবলগীয়া হৈছে। এখন দলঙেই তচনচ্ কৰিছে ধিঙৰ বিভিন্ন চৰৰ ছাত্ৰ-ছাত্ৰীৰ সপোন। নগাঁও জিলাৰ ধিং চহৰৰ পৰা প্রায় পাঁচ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত এখন ঠাই দুই নম্বৰ কান্ধুলিমাৰী। ইয়াৰ পৰাই একাধিক সুঁতিৰ ওপৰৰ বাঁহৰ সাঁকো পাৰ হৈ জিলাখনৰ কমলসুঁতি, কাতিমাৰী, কালাটাপো, ৰাণীটাপো পশ্চিম, পশ্চিম মাইছবালি, দুই নম্বৰ কান্ধুলিমাৰী চৰ, কুট্টামাৰী, তিনতিকীয়া, ৰাণী টাপো, পূব বিদ্ৰে, মুছলিম টাপো প্রমুখ্যে বিভিন্ন চৰৰ ছাত্র-ছাত্রীয়ে ধিঙৰ বিভিন্ন হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে।

ADVERTISEMENT

ঠিক একেদৰে, ধিঙৰ পৰাও চৰৰ বিভিন্ন প্রাথমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ নিতৌ বহু শিক্ষকে এই সুঁতিৰ ওপৰৰ বাঁহৰ সাঁকো পাৰ হৈ যাৱ লাগে। কমলসুঁতি চৰলৈ যোৱা পথৰ দুটাকৈ সুঁতিৰ ওপৰত স্থানীয় ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহেৰে নিৰ্মাণ কৰি লৈছে দুখনকৈ বাঁহৰ সাঁকো। এখন সাঁকো আছে দুই নম্বৰ কান্ধুলিমাৰীত আৰু আনখন নতুন কমলসুঁতিত।

এই বাঁহৰ সাঁকোৰেই এতিয়া ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী আহ-যাহ কৰি থাকিবলগীয়া হৈছে। তদুপৰি এই দুৰ্বল বাঁহৰ সাঁকোৰ ওপৰেদি নিতৌ চৰৰ কৃষকে কুইন্টলে কুইন্টলে পাচলি ধিং, মৈৰাবাৰী, ডুমডুমীয়া আদি বজাবলৈ সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈছে। দুই নম্বৰ কান্ধুলিমাৰীত থকা বাঁহৰ সাঁকোখন স্থানীয় ৰাইজে টকা পইছা তুলি বাঁহ কিনি নিৰ্মাণ কৰি লৈছে। ইয়াৰ ওপৰেৰে আহ-যাহ কৰোতে কোনো ধৰণৰ ধন আদায় দিব নালাগে।

কিন্তু নতুন কমলসুঁতিত থকা বাঁহৰ সাঁকোখন দুজনমান লোকে ব্যৱসায়িক ভিত্তিত নিৰ্মাণ কৰি তাৰ ওপৰেৰে আহ-যাহ কৰা প্ৰতিজন লোকৰ পৰাই ধন সংগ্ৰহ কৰি আহিছে। খৰালি কালত দুই নম্বৰ কান্ধুলিমাৰীৰ সুঁতিটো শুকাই যোৱাত এই শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰী, ৰাইজে বাঁহৰ সাঁকোখনৰ তলেদিয়েই আহ-যাহ কৰে।

চৰৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চৰত শিক্ষকতা কৰা শিক্ষকসকল, কৃষকসকলৰ যাতায়াতী সুবিধাৰ বাবেই দুই নম্বৰ কান্ধুলিমাৰীৰ সুঁতিৰ ওপৰত থকা বাঁহৰ সাঁকোখনৰ ঠাইত আৰু নতুন কমলসুঁতিত থকা বাঁহৰ সাঁকোখনৰ ঠাইত একোখনকৈ কাঠৰ দলং নিৰ্মাণ কৰি দিবলৈ ৰাইজে সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

দুই নম্বৰ কান্ধুলিমাৰী, কমলসুঁতি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ৰাইজে অতি আক্ষেপেৰে কয়, ‘আমাৰ ইয়াৰ ল’ৰা ন্যায়াধীশ হৈছে, বিডিঅ’ হৈছে, ডাক্তৰ হৈছে কিন্তু আমি এখন বাঁহৰ সাঁকোৰেই এতিয়াও আহ-যাহ কৰি থাকিবলগীয়া হৈছো। আমাক একো নালাগে, এখন দলং লাগে।’ উল্লেখ্য যে কালি ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰে লহকৰ জিলা পৰিষদ সমষ্টিৰ সদস্য বাবুল আলীক লগত লৈ দুই নম্বৰ কান্ধুলিমাৰী আৰু নতুন কমলসুঁতিত থকা বাঁহৰ সাঁকো দুখন পৰিদৰ্শন কৰে।

লগতে স্থানীয় ৰাইজৰ স’তে বাৰ্তালাপ কৰে। বিধায়ক মোক্তাৰে ৰাইজক কয় যে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰি অহা দুর্ভোগৰ অন্ত পেলোৱাৰ বাবে অচিৰেই কাৰ্য ব্যৱস্থা গ্রহণ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d