Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

প্রতি ছেকেণ্ডত ৫০ মিটাৰকৈ দূৰত্ব সামৰি লৈছিল কে’বামিটাৰ উচ্চতাৰ পানীয়ে

publisher by publisher
August 30, 2026
in Uncategorized
Reading Time: 1 min read
0
প্রতি ছেকেণ্ডত ৫০ মিটাৰকৈ দূৰত্ব সামৰি লৈছিল কে’বামিটাৰ উচ্চতাৰ পানীয়ে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Nepal :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাথোঁ এক ছেকেণ্ড! চকুৰ এটা পলকতকৈও কম সময়তে কে’বা মিটাৰ উচ্চতাৰ পানীয়ে অগ্ৰসৰ হৈ সামৰি লৈছিল সম্মুখৰ অনেক দূৰত্বৰ ঠাই।ফলত কি হৈছে টলকিব পৰাৰ পূৰ্বেই পানীৰ প্রবল সোঁতত উটি যায়। যোৱা ২৬ আগষ্টত এনেদৰে নেপালত ভোটেকোশী নৈৰ আকস্মিক বানে তাণ্ডৱ চলায়।

ADVERTISEMENT

ফলত মুহূৰ্তৰ ভিতৰতে দেশখনৰ উত্তৰাঞ্চল ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ছয় শতাধিক লোকৰ প্ৰাণহানি ঘটে। তদুপৰি এই সংহাৰী বানত আন কে’বা সহস্র লোক সন্ধানহীন হৈ আছে। এই বান ৫,১২৭ মিটাৰ উচ্চতাৰ এটা হিমবাহৰ একাংশ ভাঙি পৰাত সৃষ্টি হয় বুলি উল্লেখ কৰি চীনৰ এজন ভূতত্ত্ববিদে এই আকস্মিক বানৰ ধ্বংসলীলা ইমান কিয় বৃহৎ হ’ল তাৰ কাৰণো ব্যাখ্যা কৰিছে।

গুয়ো জাওচেং নামৰ চীন চৰকাৰৰ এই ভূতত্ত্ববিদজনৰ মতে এই বানৰ পানীয়ে বিস্তৰ বোকা আৰু শিলো কঢ়িয়াই আনে। এই বোকা আৰু শিলে ধ্বংসৰ মাত্রা বৃদ্ধি কৰে। বহু ঠাই বোকাই পুতি বকৰণিলৈ পর্যবসিত কৰে। মাথোঁ কেইমিনিটমানৰ ভিতৰতে প্রায় ২০ কিলোমিটাৰ অঞ্চল আগুৰি এই বানে ধ্বংসলীলা সাধন কৰে। আনহাতে, কৃত্রিম উপগ্রহই তোলা ফটোত দেখা গৈছে হিমবাহটো ফাটি সৃষ্টি হোৱা পানী তিব্বতৰ একাধিক নৈত পৰে। এই নৈসমূহে নেপালত প্ৰৱেশ কৰা ভোটেকোশী নৈৰ সৃষ্টি কৰিছে। ইয়াৰে এখন নদী হ’ল লিন্ডেখোলা নৈ। এই নৈ নেপাল আৰু চীনৰ সীমান্তৰে বৈ গৈছে।

এই নৈৰ বাঢ়নী পানীয়ে তিব্বতৰ গিৰং বন্দৰ ধ্বংসস্তূপত পৰিণত কৰে। পানীৰ স’তে উটি অহা বোকাই বন্দৰটো পুতি পেলায়। তদুপৰি প্ৰৱল সোঁতৰ বানৰ পানীয়ে ঘৰ-দুৱাৰ, বাট-পথ, জলবিদ্যুৎ কেন্দ্ৰ আদি চূৰমাৰ কৰে। ভূতত্ত্ববিদসকলৰ মতে বোকা মিহলি বানৰ পানী ৪৫শ মিটাৰ তলৰে প্ৰৱাহিত হোৱাত ধ্বংসৰ মাত্রা অকল্পনীয় হয়। উল্লেখ্য যে যিটো হিমবাহ ফাটি এই বানৰ সৃষ্টি হয় সেই হিমবাহ নেপালৰ তিমুৰে চহৰৰ পৰা মাথোঁ ২৩ কিলোমিটাৰ নিলগত অৱস্থিত। এই চহৰৰ নিকটৱৰ্তী স্থানত ভোটেকোশী নৈ আৰু ত্রিশূলী নদীৰ মিলন ঘটিছে।

ইয়াৰ নিকটৱৰ্তী হাকুবেচিত বানৰ ধ্বংসলীলা সর্বাধিক হয়। এই অঞ্চলত গছ-বনো বানৰ পানীয়ে উভালি পেলায়। ফলত অঞ্চলটোৰ চৌদিশে ধ্বংসস্তূপে পাহাৰ সদৃশ অৱস্থাৰ সৃষ্টি কৰে। লক্ষ্যণীয়ভাবে শিল আৰু বোকা কঢ়িয়াই অনাৰ পাছতো বানৰ পানীৰ সোঁত হ্রাস পোৱা নাছিল। বৰঞ্চ তীব্র বেগেৰে পানী প্ৰৱাহিত হৈছিল। এই তীব্রবেগী পানীয়ে ত্রিশূলী বজাৰ মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰে।

আনহাতে, স্থানীয় ৰাইজৰ আকস্মিক বান সম্পর্কে কোনো ধাৰণাই নাছিল। গতিকে টলকিব পৰা পূর্বেই শ শ লোক বানত উটি যায়। তদুপৰি বহুতে দৌৰি পলায়নৰ চেষ্টা চলায়ো বানৰ পৰা ৰক্ষা নাপালে। এই তীব্ৰবেগী বানৰ পানীয়ে দেবীঘাটতো বিস্তৰ ক্ষতিসাধন কৰে। অৱশ্যে তেতিয়ালৈ বানৰ পানীৰ সোঁত বহু পৰিমাণে হ্রাস পায়। আনহাতে, বিশেষজ্ঞসকলৰ মাজত এই আকস্মিক বান সৃষ্টিৰ কাৰণ উদ্‌ঘাটনৰ চেষ্টা অব্যাহত আছে। একাংশ বিশেষজ্ঞৰ মতে জলবায়ু পৰিৱৰ্তনৰ ফলত এই ভয়াৱহ আকস্মিক বানৰ সৃষ্টি হয়। হিমবাহটো ফাটি যোৱাৰ কাৰণো জলবায়ু পৰিৱৰ্তন বুলি এইসকল বিশেষজ্ঞই ব্যাখ্যা কৰিছে।

হিমবাহ ফটাৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল চীনা পৰ্যটকৰ কেমেৰাত

তিব্বতৰ যিটো হিমবাহ ফাটি নেপালত শেহতীয়া জলপ্ৰলয়ৰ সৃষ্টি কৰে সেই হিমবাহ ফটাৰ ভয়ংকৰ দৃশ্য এজন চীনা পৰ্যটকৰ কেমেৰাত বন্দী হ’ল। পর্যটকজনে নিজৰ অজানিতে এই ভয়ংকৰ দৃশ্যৰ ভিডিঅ’ তোলে। তেতিয়া তেওঁ হিমবাহটোৰ আৰু ইয়াৰ ওচৰ-পাঁজৰৰ নৈসর্গিক দৃশ্যৰ ভিডিঅ’ কৰি আছিল। তেনে অৱস্থাতে হিমবাহটো ফাটি পৰাত সেই দৃশ্যও তেওঁৰ কেমেৰাত বন্দী হয়। সম্প্রতি চীনৰ ইনষ্টিটিউট অৱ মাউন্টেইন হেজাৰ্ডছ এণ্ড এনভাইৰনমেণ্ট শীর্ষক সংস্থাই এই ভিডিঅ’ পৰীক্ষা কৰি আছে। আনহাতে এই ভিডিঅ’ত দেখা গৈছে হিমবাহটো ভঙাৰ ফলত ধোঁৱাৰ কুন্দলীও সৃষ্টি হৈছিল। ৫,১২৭ মিটাৰ উচ্চতাত অৱস্থিত এই হিমবাহৰ পৰা প্ৰৱল বেগেৰে পানী বৈ আহি নামনিৰ নৈসমূহত পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NepalFlood #FlashFlood #GlacialLakeOutburstFlood #GlacierCollapse #NepalDisaster #TibetGlacier #FloodDisaster #ClimateChange #ClimateCrisis #NaturalDisaster #FloodDevastation #FloodRescue
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d