Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

    R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

    Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

    Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !

    Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

হিমন্ত বিশ্বৰ চৰকাৰে কেৱল ঋণৰ বোজাৰহে মাইলৰ খুঁটি পুতিছে

publisher by publisher
August 30, 2026
in Uncategorized
Reading Time: 1 min read
0
হিমন্ত বিশ্বৰ চৰকাৰে কেৱল ঋণৰ বোজাৰহে মাইলৰ খুঁটি পুতিছে
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

HimantaBiswaSarma : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এনডিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম চাৰি মাহতে ৭,৭৫০ কোটি টকাৰ ঋণ লৈছে বুলি সৰৱ হৈ উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এনেদৰে চৰকাৰখনে দ্বিতীয় কাৰ্যকালৰ প্ৰথম এশটা দিনত কেৱল ঋণৰ বোজাৰ মাইলৰ খুঁটিহে পুতিছে বুলি কালি মৰিগাঁৱত এখন সংবাদমেলত কটাক্ষ কৰে গগৈয়ে।

ADVERTISEMENT

উল্লেখ্য যে অহা পহিলা ছেপ্টেম্বৰত চৰকাৰে পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব। ইয়াকে ধৰিলে চৰকাৰখনে দ্বিতীয় কার্যকালৰ মাত্ৰ চাৰি মাহতে মুঠ ৭,৭৫০ কোটি টকাৰ ঋণ ল’ব বুলি গগৈয়ে মন্তব্য কৰে। এই বুজন অংকৰ ধনৰ ঋণ বছৰি ৭.৫৬ শতাংশ সুতত ৰাজ্য চৰকাৰে লৈছে বুলিও তেওঁ আক্ষেপ প্রকাশ কৰে।

ড° শৰ্মা চৰকাৰে কেনেদৰে ঋণৰ বানপানীৰ সৃষ্টি কৰিছে তাৰ তথ্য দাঙি ধৰি লোকসভাৰো বিৰোধী উপ-দলপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা কংগ্ৰেছ নেতাজনে কয়, ‘যোৱা ১২ মে’ত এহেজাৰ কোটি, ২৬ মে’ত ৭৫০ কোটি, ১৬ জুনত এহেজাৰ কোটি, ৩০ জুনত এহেজাৰ কোটি, ২১ জুলাইত এহেজাৰ কোটি, চাৰি আগষ্টত এহেজাৰ কোটি আৰু ১৮ আগষ্টত এহেজাৰ কোটি টকাৰ ঋণ ল’লে। আকৌ অহা পহিলা ছেপ্টেম্বৰত এহেজাৰ কোটি ঋণ ল’বলৈ প্ৰস্তুতি চলাইছে।’

পূব অসমৰ শেহতীয়া বিধ্বংসী বানত ক্ষতিগ্রস্তসকলক ড° শৰ্মা চৰকাৰে নিম্নমানৰ সামগ্ৰী আৰু খোৱাৰ অনুপযোগী খাদ্য বিতৰণ কৰা বুলিও গগৈয়ে সংবাদমেলত অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘ৰাইজৰ কষ্টোপার্জিত ধনৰে কিনা এই সামগ্ৰীসমূহ ক্ৰয়ৰ ক্ষেত্ৰত বিভাগীয় মন্ত্রী আৰু ঠিকাদাৰৰ মাজত বৃহৎ অনিয়ম সংঘটিত হৈছে। আমি ইয়াৰ তদন্ত দাবী কৰিছো।’ গগৈয়ে লগতে অভিযোগ উত্থাপন কৰে যে মথাউৰি মেৰামতিৰ দায়িত্বত থকা সকলৰ গাফিলতিৰ বাবে বানত গাঁৱৰ পাছত গাঁও বুৰ গ’ল। এনে দুর্নীতি পৰায়ণসকলক শাসকীয় মন্ত্ৰী-বিধায়কে সুৰক্ষা প্ৰদান কৰি অহা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

আনহাতে আগন্তুক লোকসভাৰ উপ-নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে এজন কৰ্তব্যৰত আইএএছ বিষয়াক কঠোৰ ভাষাৰে সমালোচনা কৰে। সম্প্ৰতি জিলা আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বিষয়াজনে বিজেপিৰ প্ৰাৰ্থী আৰু কৰ্মীৰ স’তে ৰাজনৈতিক বৈঠকত অংশ লোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁক তাৎক্ষণিকভাবে নিলম্বন বা বদলি কৰিবলৈ গগৈয়ে দাবী জনায়।

কাজিৰঙাৰ শেহতীয়া পৰিৱেশ সংবেনশীল মণ্ডল হ্ৰাসৰ প্ৰস্তাৱক লৈয়ো প্রতিক্রিয়া প্রকাশ কৰি গগৈয়ে অভিযোগ উত্থাপন কৰে যে ব্যক্তিগত কোম্পানীক সুবিধা কৰি দিবলৈ ড° শৰ্মা চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #HimantaBiswaSarma #AssamGovernment #AssamCongress #GauravGogoi #AssamPolitics #AssamNews #PoliticalNews #LoanBurden #AssamDebt #NDAgovernment
publisher

publisher

Related Posts

মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ
Uncategorized

মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ

August 30, 2026
মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল
Uncategorized

মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল

August 30, 2026
পাঁচ মাহে থাকে পানীৰ মাজত, পাঠদান চলে মন্দিৰ-লোকৰ ঘৰত
Uncategorized

পাঁচ মাহে থাকে পানীৰ মাজত, পাঠদান চলে মন্দিৰ-লোকৰ ঘৰত

August 30, 2026
মাজুলীৰ কমলাবাৰীত শোকাৱহ পথ দুৰ্ঘটনা, নিহত তথ্যচিত্ৰ পৰিচালক নিমানন্দ দাস
Uncategorized

মাজুলীৰ কমলাবাৰীত শোকাৱহ পথ দুৰ্ঘটনা, নিহত তথ্যচিত্ৰ পৰিচালক নিমানন্দ দাস

August 30, 2026
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতি গঠন
Uncategorized

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতি গঠন

August 30, 2026
ফাইল পাছ কৰাৰ নামতে খৰচ কৰিবলগীয়া হয় পাঁচ লক্ষাধিক টকা
Uncategorized

ফাইল পাছ কৰাৰ নামতে খৰচ কৰিবলগীয়া হয় পাঁচ লক্ষাধিক টকা

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d