Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত

publisher by publisher
September 1, 2026
in Uncategorized
Reading Time: 1 min read
0
নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

A23AIceberg : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এক হিমবাহ ভাঙি পৰাৰ ফলত নেপালে দেখা পালে মহাপ্রলয়। দেশখনৰ এক বৃহৎ অংশ ধ্বংসস্তূপত পৰিণত হৈছে। কি আছিল আৰু কি হ’ল, সেই পার্থক্য সকলোৱে প্ৰত্যক্ষ কৰিছে। নেপালৰ এই সতেজ ক্ষতৰ মাজতে হিমবাহক কেন্দ্ৰ কৰি আশংকাৰ কথা জনাইছে একাংশ বিশেষজ্ঞই।

ADVERTISEMENT

প্রাপ্ত তথ্য অনুসৰি, বিশ্বৰ সবাতোকৈ ডাঙৰ হিমবাহ ‘এ২৩এ’ বিগত ৪০ বছৰ ধৰি লাহে লাহে গলি গলি একেবাৰে অদৃশ্য হৈ পৰিছে। এন্টার্কটিকা আৰু ইয়াৰ সংলগ্ন দক্ষিণ মহাসাগৰৰ যি অংশজুৰি হিমবাহ আছিল, সেয়া গলি পানীত পৰিণত হৈছে। ইয়াৰ কেনে প্রভার মেৰুপ্ৰদেশ আৰু সংলগ্ন ইউৰোপ মহাদেশত পৰিব, তাৰ কল্পনাই কৰিব নোৱাৰি।

আহলে-বহলে বালি দ্বীপৰ আয়তনৰ সমান, প্রায় দুহেজাৰ বৰ্গ মাইল অঞ্চল। ইমানেই বিশাল আছিল ‘এ২৩এ’ নামৰ হিমবাহটোৰ আকাৰ। বৰফাবৃত এন্টার্কটিকাৰ ‘ফিলচনাৰ আইচ ছেল্ফ’ৰ পৰা ১৯৮৬ত পৃথক হৈ পৰিছিল এটা ডাঙৰ অংশ। পাছত ১৯৯১৩ ভূবিজ্ঞানীসকলে চিহ্নিত কৰে যে ‘এ২৩এ’ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ হিমবাহ। পৰৱৰ্তী বছৰসমূহত হিমবাহটোৰ পৰিস্থিতি তেওঁলোকে নিৰীক্ষণত ৰাখিছিল। বিশেষ পৰিৱৰ্তন চকুত পৰা নাছিল।

হঠাতে ২০২০ত অষ্ট্ৰেলিয়াৰ বতৰ বিভাগৰ দৃষ্টিগোচৰ হয় যে ই ক্ৰমাৎ গতিশীল হৈ পৰিছে। তেতিয়াই অশনি সংকেত দেখা গৈছিল।

বিজ্ঞানীসকলে সতর্কবাতা দিছিল, ‘সাৱধান! এ২৩এই কিন্তু লৰচৰ আৰম্ভ কৰিছে।’ ২০২৩ৰ শেষৰ ফালে অর্থাৎ মাত্র তিনি বছৰৰ ভিতৰতে দেখা গ’ল যে হিমবাহৰ বৰফ গলি সাগৰৰ পানীত মিহলি হৈ পৰিছে। সেয়া আছিল ডাঙৰ বিপদৰ সংকেত।

ইয়াৰ পাছতে দেখা গ’ল এ২৩এৰ আচৰণত এক অদ্ভুত পৰিৱৰ্তন। উত্তৰমুখী গতিৰ পৰিৱৰ্তে সাগৰৰ সোঁতৰ মাজত আবদ্ধ হৈ পৰে ইয়াৰ ভাঙি পৰা অংশ। অর্থাৎ সাগৰৰ মাজত থিয় দি আছিল বৰফৰ এটা খণ্ড। প্রায় এনে লাগিছিল যেন সাগৰৰ মাজত এক পাহাৰৰ অৱস্থান। ২০২৪ত ইয়াৰ নামকৰণ হয় ‘টেইলৰ কলাম’।

ইয়াত সাগৰৰ স্বাভাৱিক সোঁত, গতি ব্যাহত হয়। লাহে লাহে টেইলৰ কলামৰ বৰফ গলি গলি উষ্ণ সাগৰ সোঁতৰ স’তে মিহলি হৈ থাকে আৰু গলন ত্বৰান্বিত হয়। ২০২৫ৰ মাৰ্চত আকৌ ছাউথ জর্জিয়াৰ কাষত প্রায় ৭০ বর্গ মাইল অঞ্চলত এ২৩এৰ এটা খণ্ড আবদ্ধ হৈ পৰে।

হিমবাহটোৰ গতিবিধিৰ প্ৰতি দৃষ্টি ৰখা বিজ্ঞানী জেৰম বুভিয়েৰে কয়, ‘এখন শক্তিশালী প্ৰাচীৰ সৃষ্টি হয়। লগত কিছু গুহামুখ অর্থাৎ বৰফখণ্ডৰ মাজে মাজে গাঁতৰ সৃষ্টি হৈছে। লগতে ক্রমাগতভাৱে চূড়াৰ দৰে বৰফ সৰি সৰি পৰিছে।’ ইয়াৰ পাছতে সবাতোকৈ ডাঙৰ হিমবাহৰ আখ্যা হেৰুৱালে ‘এ২৩এ’ই।

এনে সময়তে সাগৰ তলিত ভিডিঅ’গ্ৰাফী কৰিবলৈ যাওঁতে সৰু সৰু পেংগুইন, তিমি, চৰাই, মাছৰ দৰে জলজ প্রাণী ধৰা পৰে। ডুবাৰুসকলে নিজৰ অভিজ্ঞতা ভাগ কৰি জনাইছে যে এনে লাগিছিল যে এটুকুৰা এন্টার্কটিকাই ইয়ালৈ উঠি আহিছে। যদিও বাস্তৱত বেগতিক পৰিস্থিতিক লৈ প্রমাদ গণিছে বিজ্ঞানীসকলে। চলিত বর্ষত সেয়াই প্রমাণিত হ’ল। এতিয়া ‘এ২৩এ’ৰ প্ৰায় অস্তিত্বই নাই। যিখিনি বৰফ বাচি আছে, তাত গোট মাৰিছে ক্লোৰোফিল। হিমবাহৰ চৰিত্ৰ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে। পৃথিৱীৰ সেই প্ৰান্তত আন এক জলপ্ৰলয়ৰ আশংকা কৰিছে একাংশ বিশেষজ্ঞই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d