দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে নগাঁৱৰ মনোজ কলিতাই। উত্তৰ প্ৰদেশৰ গাজীপুৰত অনুষ্ঠিত National Referee Category-II ৰ লিখিত আৰু ব্যৱহাৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মনোজ কলিতাই এই যোগ্যতা অৰ্জন কৰে।
ADVERTISEMENT
পূৰ্বৰ ৰাষ্ট্ৰীয় স্বৰ্ণপদক বিজয়ী মনোজ কলিতা এতিয়া শক্তি উত্তোলন প্ৰতিযোগিতাৰ ক্ষেত্ৰত নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।




































