Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
September 3, 2026
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

Horoscope : মেষ: মধ্যম যোগাযোগ। বন্ধু-বান্ধৱৰ পৰা উৎসাহ পাব। কোনো মাংগলিক কর্মত কোনোৱে ব্যস্ত হৈ পৰিব পাৰে। আপুনি ভৱিষ্যতৰ আঁচনি প্ৰস্তুত কৰাৰ কথা ভাবক। দাম্পত্যত সাধাৰণ উৎকণ্ঠা। শুভৰং নীলা।

ADVERTISEMENT

বৃষ: শৰীৰ-মন ভালেৰে ৰখাৰ যত্ন কৰক। অনাহক বা হকেই হওক ধৈর্য্য ধৰি সমস্যা নিয়ন্ত্ৰণ কৰক। আর্থিকত অলপ চিন্তা থাকিব। ঘৰুৱা লোকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব। শুভ ৰং মেৰুণ।

মিথুন: কর্মস্থানত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্তও হ’ব নালাগে। দুটা-এটা যুক্তিপূর্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব। খৰচ-পাতি বৃদ্ধিৰ কাৰক। দাম্পত্যত মধ্যম। বিদ্যাত ভয় কম। শুভ ৰং ৰঙা।

কর্কট: আর্থিক উন্নতিৰ সুযোগ। কোনো অৰ্থকাৰী দিশত যোগাযোগ কৰি উৎসাহিত হ’ব পাৰে। পাৰিপাৰ্শ্বিক লৈ বেছি চিন্তা নকৰিব। সন্তান, দাম্পত্য, কর্মাদিত সাধাৰণ ক্লেশ। ঘৰুৱাত মধ্যম। শুভ ৰং সেউজীয়া।

সিংহ: প্রায় শুভ দিন। কিন্তু জীৱনত গুৰু দুৰ্বল থাকিলে প্রাপ্য সুযোগৰ পৰা সামান্য হ’লেও নিৰাশ হ’ব। সামগ্রিকভাবে আপুনি বিভিন্ন যোগাযোগত উৎসাহ পাব। বিদ্যাত মন দিলে সুনাম হ’ব। শুভ ৰং গ্ৰীণ।

কন্যা: মনোজ্ঞ কথাৰ বাবে আনন্দিত হ’ব। কর্মস্থানত বেয়া নহ’ব।

কোনো স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পাছত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। পঢ়া-শুনাত মন দিয়ক। শুভ ৰং হালধীয়া।

তুলা: তুলনামূলকভাবে বিচিত্র যোগাযোগ হ’ব পাৰে। তাৰ ভিতৰত অনুকূলৰ মাত্রা বেছি। ব্যৱসায়িক দিশত মন্থৰতা থাকিব। প্ৰেমত শুভ। দাম্পত্যত অসুস্থ। বিদ্যাত গতানুগতিক। শুভ ৰং ক’লা।

বৃশ্চিক: আইন সম্পর্কীয় কামত বেছি মনোযোগ নিদিব। কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক। ঘৰুৱা মধ্যম। পাৰিলে দৰকাৰী কোনো কাম সমাধানৰ চেষ্টা কৰক। বিদ্যাত শুভ। শুভ ৰং বগা।

ধনু: আর্থিকত মোটামুটি। তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও সচেতন থাকক। বিদ্যাত বেয়া নহ’ব। দাম্পত্যত মধ্যম। আৱেগিক কলাৰ সংযোগ। ঘৰুৱাত গতানুগতিক। শুভ ৰং ক’লা।

মকৰ: ভাবি-শুনি কামত আগুৱাওক। সহজতে আনৰ কথাক বিশ্বাস নকৰিব। ভুল-সংবাদত অনুগামী হ’লে ক্ষতি। বিদ্যাত অৱশ্যে বেয়া নহ’ব। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। দাম্পত্যত শুভ। আমোদৰ আশা। শুভ ৰং কমলা।

কুম্ভ: কর্মস্থানত জটিলতা কম পাব। হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰে চলিব পাৰিব। সন্তানৰ কথাত সাধাৰণ উদ্বেগ। ভ্রমণত সতর্ক হওক। প্রেমত আন্তৰিকতা। শুভ ৰং চিলভাৰ।

মীন: প্রিয় সংগৰ স’তে আনন্দ লাভ। কিন্তু মাত্রাধিকত সাৱধান। বিদ্যাদিত যাতে ব্যাঘাত নঘটে। সন্তানৰ কৰ্মাদিত আনন্দ প্রাপ্তি। দক্ষতাৰ বাবে সুনাম। কিন্তু শৰীৰ আৰু শত্ৰুৰ আমনি থাকিব। শুভ ৰং হালধীয়া।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 21, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 20, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 18, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 17, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 16, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d