Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

publisher by publisher
September 3, 2026
in Uncategorized
Reading Time: 1 min read
0
একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

CourtJudgement : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্যৰ ন্যায়িক ইতিহাসত এক বিৰল অধ্যায়ৰ সংযোজন কৰি একেদিনাই ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ছটাকৈ হত্যাকাণ্ডৰ গোচৰ নিষ্পত্তি কৰিলে। ইয়াৰ লগে লগে গোচৰকেইটাৰ অভিযুক্তসকলক শাস্তিৰ বিধান দিলে আদালতে।

ADVERTISEMENT

সাধাৰণতে এখন আদালতে এদিনত এনে বৃহৎ সংখ্যক হত্যাৰ দৰে অপৰাধৰ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰি ৰায়দান কৰাৰ ঘটনা অত্যন্ত বিৰল। গতিকে এই খবৰে আইনী জগতত ব্যাপক চর্চা অৰ্জন কৰিছে। এই সম্পর্কত জ্যেষ্ঠ অধিবক্তা নীলোৎপল ফুকনে কয়, ‘এয়া আমাৰ বাবে এটা ঐতিহাসিক দিন। সাধাৰণ ৰাইজৰ মনত এই ধৰণৰ ৰায়দানসমূহে আস্থা আৰু বিশ্বাস পুনৰ গঢ়ি তুলিব। অপৰাধীৰ প্ৰতি এটা বার্তা যাব যে আদালতে বেয়া কাম সহ্য নকৰে।’

আনহাতে, আদালতৰ এই ঐতিহাসিক ৰায় অনুসৰি বিচাৰাধীন উক্ত ছয় গোচৰৰ পাঁচটাত অভিযুক্তসকলক ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তিৰূপে আজীৱন কাৰাদণ্ড আৰু প্ৰতিজন দোষীকে ১০ হেজাৰ টকাকৈ জৰিমনা বিহা হয়। জৰিমনা অনাদায়ে অতিৰিক্ত তিনিমাহ সশ্রম কাৰাবাস ঘাটিব লাগিব।

ইয়াৰে প্ৰথমটো গোচৰ লাহোৱাল আৰক্ষী থানা (নম্বৰ ৪৩/১৯, সত্ৰ আদালতৰ গোচৰ নম্বৰঃ ১৩১/১৯)ত শুক্রাম মূৰা নামৰ এজন লোকক দোষী সাব্যস্ত কৰা হয়। দ্বিতীয়টো গোচৰ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ (নম্বৰ ২২৩৯/২১, সত্ৰ আদালতৰ গোচৰ নম্বৰঃ ২২৭/২২) আছিল। এই গোচৰ দুজনক একেলগে হত্যাৰ গোচৰ আছিল।

গোচৰটোত ৰাজীৱ চুক্ৰাং নামৰ এজন লোকক দোষী সাব্যস্ত কৰে আদালতে। ২০২২ত চুক্রাঙে এজন লোকৰ স’তে পত্নীক আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰি হত্যা কৰি পলায়ন কৰিছিল। তৃতীয়টো গোচৰত বিকি চেতিয়া নামৰ এজন আৰক্ষী কনিষ্টবলক দোষী সাব্যস্ত কৰে আদালতে।

কৰ্মৰত অৱস্থাতে বিকিয়ে ছার্ভিচ কাৰ্বাইনেৰে গুলীয়াই হত্যা কৰে। আনহাতে, চতুৰ্থটো গোচৰত ৰাজু চুতীয়া নামৰ এজন লোকক দোষী সাব্যস্ত কৰা হয়। এই গোচৰ মৰাণ আৰক্ষী থানা (নম্বৰঃ ৪৩/২৩, সত্ৰ আদালতৰ গোচৰ নম্বৰ: ২৫৯/২৩) আছিল।

পঞ্চমটো গোচৰত ডিপু মেচ নামৰ এজন লোকক দোষী সাব্যস্ত কৰা হয়। অৱশ্যে ষষ্ঠ গোচৰটোটো হত্যাৰ ধাৰা সন্নিবিষ্ট আছিল যদিও আদালতে কিছু শিথিলতা প্রত্যক্ষ কৰি ঘটনাটো অনিচ্ছাকৃত হত্যাৰূপে গণ্য কৰি দোষীক চাৰি বছৰৰ কাৰাদণ্ড আৰু এহেজাৰ টকাৰ জৰিমনা বিহে।

জৰিমনা অনাদায়ে দোষীয়ে সাত দিনৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব। এই ৰায়দান সম্পর্কে অধিবক্তা ফুকনে লগতে কয় যে এই ছয় গোচৰৰ তদন্তকাৰী বিষয়াসকলে নিখুঁতভাবে তদন্ত প্রক্রিয়া সম্পন্ন কৰাত বিচাৰ প্ৰক্ৰিয়া কম দিনৰ ভিতৰতে সম্পন্ন হয় আৰু আদালতে ৰায়দান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d