Ganja Seized in Chaparmukh:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও জিলাৰ চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ বিশেষ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীৰ দলে ৰে’ল ষ্টেচনত অৱস্থান কৰি থকা নামনিমুৱা শিলচৰ-ৰঙিয়া এক্সপ্ৰেছত অৰ্তকিতে অভিযান চলাই ৰে’লখনৰ এটা ডবাৰ যাত্ৰী বহা আসনৰ তলৰ পৰা জব্দ কৰে গাঞ্জাভর্তি এটা বেগ৷অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে সৰবৰাহকাৰীয়ে৷
ADVERTISEMENT































