Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

publisher by publisher
September 3, 2026
in Assam, News
Reading Time: 1 min read
0
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

Tezpur : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্রায় এপষেক পূৰ্বে তেজপুৰৰ তল কলিবাৰীত হঠাতে হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰীভাৱে কিছু অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত বর্তমান সেই স্থানত গৰাখহনীয়া প্ৰতিৰোধ হৈছে। কিন্তু বর্তমান যোৱা পাঁচটা দিনত কলিবাৰীৰ অংগনৱাড়ী কেন্দ্র তথা প্রাথমিক বিদ্যালয় অৱস্থিত অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে।

ADVERTISEMENT

জনবহুল অঞ্চলটোৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এই খহনীয়াকলৈ স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। উল্লেখ্য যে তেজপুৰ চহৰৰ কাষৰে এই অঞ্চলটো ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। তল কলিবাৰী হিচাপে পৰিচিত এক ঐতিহাসিক আৰু জনবসতিপূর্ণ এই অঞ্চল। বিগত কিছুদিন ধৰি হোৱা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ তীব্ৰ সোঁতৰ ফলত এই অঞ্চলটোত গৰাখহনীয়াৰ সৃষ্টি হৈছে যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ আবাসীসকল এতিয়া শংকিত হৈ পৰিছে।

উল্লেখ্য যে আগষ্টৰ আৰম্ভণিৰে পৰা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পোৱাৰ লগে লগে কলিবাৰী অঞ্চলত বুঢ়ালুইতৰ পানী ফেনেফোটোকাৰে বৃদ্ধি পায়। ব্রহ্মপুত্ৰৰ প্ৰবল সোঁতৰ বাবে পাৰৰ বৃহৎ বৃহৎ চপৰা খহি পৰিছে আৰু জনবসতিপূর্ণ অঞ্চলৰ কাষৰে মাটি নদীৰ বুকুত বিলীন হৈছে। বর্তমান তল কলিবাৰীৰ অংগনৱাড়ী কেন্দ্ৰটো আৰু প্রাথমিক বিদ্যালয়খনলৈ এই খহনীয়াই তীব্র ভাবুকিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ব্ৰহ্মপুত্র নদৰ স্থানীয় ৰাইজৰ স’তে আছে পুৰণা সম্পর্ক। অঞ্চলটোৰ কৃষি তথা অর্থনীতি এটা সময়ত নিৰ্ভৰ কৰিছিল এই ব্ৰহ্মপুত্ৰৰ ওপৰতেই। এতিয়া অঞ্চলটোৰ পৰিৱেশ যথেষ্ট সলনি হ’ল যদিও বর্তমানেও বহু লোক নিৰ্ভৰশীল এইখন বুঢ়া লুইতৰ ওপৰতে। কিন্তু যোৱা কে’বা বছৰো ধৰি ক্ৰমান্বয়ে বহু মাটি ব্রহ্মপুত্রই এই অঞ্চলত খহাই নিছে। আনকি বৃহত্তৰ অঞ্চলটোত হোৱা খহনীয়াই ঐতিহাসিক ভৈৰৱী দেৱালয়ৰ কাষৰীয়া অঞ্চলতো প্রভাৱ পেলাইছে।

থলুৱা তথা খিলঞ্জীয়া লোকৰ বসতিপ্রধান এই অঞ্চলটোত দীর্ঘকালৰ পৰা অব্যাহত খহনীয়া আৰু বৰ্তমান পুনৰ ইয়াত আৰম্ভ হোৱা খহনীয়াৰ বাবে শংকিত ৰাইজে সেয়ে চৰকাৰক ইয়াত এক খহনীয়া প্ৰতিৰোধী স্থায়ী ব্যৱস্থা ৰূপায়ণ কৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ বৃহত্তৰ কলিবাৰী অঞ্চলক সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d