Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

অখিল গগৈক তীব্ৰ আক্ৰমণ ৰকিবুল-ৰিপুণ-মীৰাৰ

publisher by publisher
September 4, 2026
in Uncategorized
Reading Time: 1 min read
0
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ৰাইজৰ দলৰ স’তে থকা সকলো ধৰণৰ আনুষ্ঠানিক মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছে। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ভূমিকা, ৰাজ্যৰ বান পৰিস্থিতি, মূল্যবৃদ্ধি আৰু নগাঁও উপ-নিৰ্বাচনৰ প্ৰশাসনিক পক্ষপাতিত্বক লৈ শাসকীয় বিজেপি আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।

ADVERTISEMENT

সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন আৰু ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰো উপস্থিত থাকে। সাংসদ ৰকিবুল হুছেইনে কয় যে যোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত ৰাইজ আৰু বুদ্ধিজীৱীসকলৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে বিজেপি আৰু এআইইউডিএফক বাদ দি কেইবাটাও বিৰোধী দলৰ স’তে মিত্ৰতা কৰিছিল। কিন্তু শেহতীয়াকৈ ৰাইজৰ দল আৰু বিশেষকৈ অখিল গগৈয়ে কংগ্ৰেছ দল তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ব্যক্তিগতভাৱে আক্ৰমণ কৰি অহা বুলি তেওঁ অভিযোগ কৰে।

হুছেইনে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহযোগীসকলে কংগ্ৰেছক লৈ যি মন্তব্য কৰে, তাৰ কিছুদিন পাছতে একেটা সুৰতে অখিল গগৈয়েও কংগ্ৰেছক আক্ৰমণ কৰে। সেয়েহে অন্যান্য সতীৰ্থ দলসমূহৰ স’তে আলোচনা কৰি ৰাইজৰ দল আৰু অখিল গগৈৰ সৈতে থকা মিত্ৰতা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে বুলি তেওঁ স্পষ্ট কৰে।

অখিল গগৈ আঁতৰি গ’লে উপ-নিৰ্বাচনত কংগ্ৰেছৰ লোকচান হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত হুছেইনে কয় যে কংগ্ৰেছৰ লোকচান হ’লে লাভ বিজেপি অথবা এআইইউডিএফৰ হ’ব। ধুবুৰীত অখিল গগৈয়ে কংগ্ৰেছক জয়ী কৰাইছিল বুলি কৰা দাবীকো তেওঁ প্ৰত্যাহ্বান জনায়। হুছেইনৰ মতে, ধুবুৰীত ৰাইজৰ দলে দুখন আসনত ফ্ৰেণ্ডলী কনটেষ্ট বিচাৰিছিল আৰু কংগ্ৰেছে সেয়া মানি লৈছিল। কিন্তু অখিল গগৈয়ে প্ৰচাৰ চলোৱাৰ পাছতো গোৱালপাৰা আৰু গৌৰীপুৰত তেওঁৰ প্ৰাৰ্থীয়ে চতুৰ্থ আৰু পঞ্চম স্থানহে লাভ কৰিছিল।

বান পৰিস্থিতিক লৈও চৰকাৰক আক্ৰমণ

ৰাজ্যৰ বান পৰিস্থিতি আৰু মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈও ৰকিবুল হুছেইনে ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে বানৰ সময়ত মানুহৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে। এগৰাকী মাতৃয়ে নিজৰ মৃত সন্তানৰ সলনি গাৰু এটা সাবতি কান্দিবলগীয়া হোৱা ঘটনাৰ কথাও তেওঁ উল্লেখ কৰে।

হুছেইনে অভিযোগ কৰে যে ইমান ভয়ংকৰ বানপানীৰ পাছতো প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ অসমলৈ আহিবলৈ সময় নহ’ল, অথচ নিৰ্বাচনৰ সময়ত তেওঁলোকে নিশাটো অসমতে কটায়।

অখিল গগৈৰ ভূমিকাক সমালোচনা কৰি হুছেইনে কয় যে বিধানসভাত টেবুলত উঠাৰ দৰে মুখ্যমন্ত্ৰীৰ টেবুলতো জঁপিয়াব বুলি নাটক কৰিছিল আৰু বানপানীক মানৱসৃষ্ট আখ্যা দি মন্ত্ৰীসকলৰ নাম লৈছিল। কিন্তু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ওলাই অহাৰ পাছতে অখিল গগৈয়ে বানপানীৰ কথা পাহৰি নগাঁও উপ-নিৰ্বাচনৰ কথাহে ক’বলৈ ধৰিলে বুলি তেওঁ অভিযোগ কৰে।

ইফালে মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেতু আৰু তথাকথিত বিকাশৰ কথা কৈ ঢাক-ঢোল বজাইছে যদিও ফ্লাইঅভাৰৰ তলৰ ব্যৱসায়ী আৰু সাধাৰণ পৰিয়ালবোৰ ধ্বংস হৈছে বুলি হুছেইনে মন্তব্য কৰে। মূল্যবৃদ্ধিয়েও সাধাৰণ মানুহক কোঙা কৰি পেলোৱা বুলি তেওঁ কয়।

নগাঁও উপ-নিৰ্বাচনত জিলা আয়ুক্তৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি তথা আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভতো ৰকিবুল হুছেইনে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। নগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে ৰাজনৈতিক পক্ষপাতিত্বৰে শাসকীয় বিজেপিৰ হৈ কাম কৰি থকা বুলি তেওঁ অভিযোগ কৰে।

তেওঁৰ মতে, বিষয়াগৰাকী ভৱিষ্যতে বিজেপিৰ প্ৰাৰ্থী হোৱাৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত যোৱা ২৬ আগষ্টত কংগ্ৰেছে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত আনুষ্ঠানিক অভিযোগ পত্ৰ দাখিল কৰা বুলি হুছেইনে জনায়।

আয়োগে অভিযোগ পত্ৰ গ্ৰহণ কৰি প্ৰয়োজনীয় তথ্য বিচাৰিছে আৰু তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি তেওঁ কয়। নগাঁৱৰ জিলা আয়ুক্তগৰাকীক অনতিপলমে নিলম্বন কৰি সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাৰ দাবী জনায় হুছেইনে।

‘অখিল গগৈ আমাৰ বাবে ডাঙৰ বোজা আছিল’: ৰিপুণ বৰা

সংবাদমেলত প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্তক কংগ্ৰেছৰ বাবে এক ডাঙৰ সকাহ বুলি অভিহিত কৰে।

তেওঁ কয় যে অখিল গগৈ কংগ্ৰেছৰ বাবে এটা ডাঙৰ বোজা আৰু লায়েবিলিটি আছিল। সেই বোজা আঁতৰি গ’ল আৰু দল তথা হাইকমাণ্ডে সময়োপযোগী আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বৰাই মন্তব্য কৰে।

বিহুগীতৰ এফাঁকি উদ্ধৃতি দি ৰিপুণ বৰাই অখিল গগৈক আক্ৰমণ কৰি কয় যে মানুহক দেখুৱাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চিঞৰি থাকিলেও ভিতৰি তেওঁ মুখ্যমন্ত্ৰীৰ পকেটত সোমাই আছে।

অখিল গগৈয়ে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীক পদত্যাগ কৰি শিৱসাগৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ দিয়া প্ৰত্যাহ্বানকো ‘ল’ৰা ধেমালি’ বুলি অভিহিত কৰে বৰাই।

তেওঁ অখিল গগৈক কংগ্ৰেছৰ সমৰ্থন অবিহনে নিজৰ শক্তিত পুনৰ জিকি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায়। কংগ্ৰেছৰ সমৰ্থন অবিহনে অখিল গগৈয়ে ভৱিষ্যতে কোনো নিৰ্বাচনতে জিকিব নোৱাৰিব বুলিও বৰাই দাবী কৰে।

‘মিত্ৰতা ভংগত কংগ্ৰেছৰ তৃণমূল কৰ্মী আনন্দিত’: মীৰা বৰঠাকুৰ

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে ৰাইজৰ দলৰ সৈতে সম্পৰ্ক ছেদ হোৱাত কংগ্ৰেছৰ হাজাৰ হাজাৰ তৃণমূল কৰ্মী আনন্দিত আৰু উৎসাহিত হৈছে।

এতিয়াৰ পৰা কংগ্ৰেছে অখিল গগৈৰ সৈতে কথা কটাকটি কৰি সময় নষ্ট নকৰে বুলি স্পষ্ট কৰি বৰঠাকুৰে কয় যে কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য আৰু প্ৰত্যক্ষ যুঁজ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।

উজনিৰ কৃত্ৰিম বানপানীৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, সুশান্ত বৰগোহাঁই আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত চলা ছিণ্ডিকেট দায়ী বুলি অখিল গগৈয়ে কৰা অভিযোগৰ চিবিআই তদন্ত মুখ্যমন্ত্ৰীয়ে দিবনে বুলিও তেওঁ প্ৰশ্ন কৰে।

লগতে বানপীড়িত ৰাইজে ঘোষণা কৰা ১৫ হাজাৰ টকাকৈ সাহায্য লাভ কৰিলে নে নাই আৰু পিএম ফাণ্ড তথা চিএম ফাণ্ডৰ ধন ক’লৈ গ’ল, তাৰ হিচাপো বিচাৰে বৰঠাকুৰে।

চৰকাৰক বিভিন্ন বিষয়ত সমালোচনা

কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন সংকুচিত কৰি ব্যক্তিগত হোটেল ব্যৱসায়ীৰ স্বাৰ্থত কাৰ সৈতে গোপন চুক্তি কৰা হৈছে, সেয়া চৰকাৰে ৰাজহুৱা কৰিব লাগে বুলি মীৰা বৰঠাকুৰে দাবী কৰে।

তেওঁ কয়, “অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়, অসমখন অসমৰ ৰাইজৰ।”

ইয়াৰ উপৰি পথত প্রকাণ্ড গাঁত থকাৰ পাছতো টোলগেট বহুৱাই ৰাইজৰ ধন লুণ্ঠন কৰা, গুৱাহাটীক অপৰিকল্পিত নিৰ্মাণেৰে কৃত্ৰিম বানৰ ‘পাৰ্পল চিটি’লৈ ৰূপান্তৰ কৰা আৰু যোৰহাটৰ কেন্দুগুৰিৰ পৰা টীয়কলৈ নখন উৰণীয়া সেতু নিৰ্মাণ কৰি নগৰখন পানীত ডুবাই পেলোৱা বুলি তেওঁ চৰকাৰক সমালোচনা কৰে।

সমগ্ৰ অসমক ড্ৰাগছৰ বিষবাষ্পই ধ্বংস কৰা বুলিও অভিযোগ কৰে বৰঠাকুৰে। চৰকাৰে এবছৰত তিনি-চাৰিখনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰিব পাৰে যদিও শিল্পী জুবিন গাৰ্গৰ ‘জুবিন ক্ষেত্ৰ’ৰ চাৰিসীমাৰ দেৱাল এবছৰতো নিৰ্মাণ কৰিব নোৱাৰিলে বুলি তেওঁ মন্তব্য কৰে।

সংবাদমেলৰ শেষত কংগ্ৰেছ নেতৃবৃন্দই কয় যে বিৰোধী ঐক্যৰ অচলাৱস্থা দূৰ কৰি কংগ্ৰেছে নিজা শক্তিত ৰাইজৰ জলন্ত সমস্যাসমূহক লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamPolitics #Congress #RaijorDal #AkhilGogoi #RakibulHussain #RipunBora #MeeraBorthakur #HimantaBiswaSarma #AssamCongress #NagaonByElection #AssamFlood
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d