Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

publisher by publisher
September 9, 2026
in International, News
Reading Time: 1 min read
0
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Dainik Agradoot Today’s Edition:6 October’26

Today’s Horoscope: দিনটোৰ ৰাশিফল

SocialMediaRegulation:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অস্ট্রেলিয়া চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিবলৈ ওলাইছে, যাৰ অধীনত প্লেটফৰ্মৰ এলগৰিদমে আৰু সিদ্ধান্ত ল’ব নোৱাৰিব যে ছ’চিয়েল মিডিয়াত কি দেখা যাব।

ADVERTISEMENT

ব্যৱহাৰকাৰীসকলে এলগৰিদমিকভাৱে নিৰ্বাচিত বিষয়বস্তু চাব বিচাৰে নে তেওঁলোকে নিজে অনুসৰণ কৰা একাউণ্টৰ পৰা কেৱল পোষ্ট চাব বিচাৰে সেইটো নিৰ্বাচন কৰাৰ অধিকাৰ থাকিব।

প্রধানমন্ত্রী এন্টনি আলবানিজে মঙলবাৰে সংসদ ভৱনত এই প্ৰস্তাৱিত আইনৰ কথা ঘোষণা কৰে। চৰকাৰে কয় যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ অনলাইন ফিডৰ ওপৰত অধিক নিয়ন্ত্রণ দিয়াৰ লক্ষ্য লোৱা হৈছে।

প্রস্তাবিত ডিজিটেল ডিউটি অৱ কেয়াৰ আইন অনুসৰি ১৬ বছৰৰ ওপৰৰ ব্যৱহাৰকাৰীয়ে সহজেই এলগৰিদম ভিত্তিক ফিডসমূহ বন্ধ বা অন কৰিব পাৰিব। যদি কোনো ব্যৱহাৰকাৰীয়ে এলগৰিদমৰ পৰা আঁতৰি যায়, তেন্তে তেওঁক মূলতঃ তেওঁ অনুসৰণ কৰা একাউণ্টসমূহৰ পৰা বিষয়বস্তু দেখুওৱা হ’ব।

চৰকাৰৰ মতে ইয়াৰ ফলত ব্যৱহাৰকাৰীৰ পছন্দ আৰু আচৰণৰ ওপৰত ভিত্তি কৰি ছ’চিয়েল মিডিয়া কোম্পানীসমূহে অহৰহ কন্টেন্ট প্ৰচাৰ কৰা ব্যৱস্থাটোৰ ওপৰত ব্যৱহাৰকাৰীৰ নিয়ন্ত্রণ বৃদ্ধি পাব। নতুন প্রস্তাৱত ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীক সুৰক্ষা প্ৰদানৰ বাবে প্লেটফৰ্মত অধিক দায়িত্ব লোৱাৰ আহ্বান জনোৱা হৈছে।

চৰকাৰৰ মতে ছ’চিয়েল মিডিয়া কোম্পানীসমূহে শিশুসকলক খাদ্যাভ্যাসৰ বিকাৰ, ঘৃণা বা মহিলাৰ বিৰুদ্ধে অপৰাধৰ প্ৰচাৰ আৰু মহিমামণ্ডিত কৰা বিষয়বস্তুৰ পৰা ৰক্ষা কৰাৰ বাবে পদক্ষেপ ল’ব লাগিব।

প্রস্তাবিত নিয়ম উলংঘা কৰা ছ’চিয়েল মিডিয়া কোম্পানীসমূহক ১০ কোটি অস্ট্রেলিয়ান ডলাৰ পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। এই ধনৰাশি প্রায় ৭.২ কোটি মার্কিন ডলাৰৰ সমান বুলি কোৱা হয়। প্রধানমন্ত্রী আলবানিছে কয় যে চৰকাৰৰ লক্ষ্য ইণ্টাৰনেটত মানুহৰ পছন্দ কাঢ়ি লোৱা নহয়, বৰঞ্চ তেওঁলোকক নিজৰ পছন্দৰ ক্ষমতা দিয়াহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ
Assam

October 6, 2026
১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d