Fan of Zubin:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি অনুৰাগীৰ ভালপোৱাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰ নিতাই পুখুৰীৰ এজন যুৱকে ৷ ৩৫০ কিঃমিঃ খোজকাঢ়ি জুবিনক্ষেত্ৰলৈ আহিল লক্ষীন্দ্ৰ দত্ত নামৰ এজন যুৱকজন ৷ ১৩ ছেপ্টেম্বৰৰ পৰা পদযাত্ৰা কৰি অৱশেষত শনিবাৰে উপস্থিত হয় সোণাপুৰৰ জুবিন ক্ষেত্ৰ ৷
ADVERTISEMENT































