Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

    কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

    পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিগত এটা দশকত চাৰি শতাধিক ভূমিকম্প

ভয়ানক প্রাকৃতিক বিপৰ্যয়ৰ ইংগিত দার্জিলিং পাহাৰত!

publisher by publisher
October 9, 2026
in India, News
Reading Time: 1 min read
0
বিগত এটা দশকত চাৰি শতাধিক ভূমিকম্প
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ

এইবাৰ শীততো পুৰিব পৃথিৱী!

পাঁচবাৰকৈ আবেদন কৰিও শিল্পী পেন্সনৰ পৰা বঞ্চিত ধমধমাৰ গৌৰীকান্ত বড়ো

Darjeeling : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দার্জিলিঙৰ মূৰত ‘টাইম বোমা’ৰ দৰে হিমবাহ আৰু হ্রদ নাই। এয়াই স্বস্তি; কিন্তু ভূতাত্ত্বিকসকলৰ উদ্বেগ বৃদ্ধি কৰিছে ইয়াৰ নবীন আৰু অস্থিতিশীল হিমালয় পর্বতমালাৰ সমান্তৰালকৈ ভূমিকম্পৰ্কৰ সৰ্বোচ্চ আশংকাপূর্ণ ‘জ’ন ছিক্স’-এ। বিগত এটা দশকত এই অঞ্চলত চাৰি শতাধিক ভূমিকম্প হৈছে। একাংশ বিশেষজ্ঞৰ মতে, ই ডাঙৰ কোনো প্রাকৃতিক বিপৰ্যয়ৰ ইংগিত হ’ব পাৰে।

ADVERTISEMENT

জিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াৰ নতুন সমীক্ষা অনুসৰি, দার্জিলিঙক অত্যন্ত ভূমিকম্পপ্রৱণ অঞ্চলৰূপে চিনাক্ত কৰা হৈছে। নেচনেল চেণ্টাৰ ফৰ ছিছম’লজি আৰু ইউনাইটেড স্টেট জিঅ’লজিকেল ছাৰ্ভেৰ গৱেষণা সূত্রই জনাইছে যে বিগত এটা দশকত দার্জিলিং-কালিম্পং পাহাৰ আৰু সংলগ্ন অঞ্চলত চাৰিশৰ অধিক ভূমিকম্প হৈছে।

ইয়াকো কোৱা হৈছে যে বছৰী গড়ে ৪৩ আৰু মাহে তিনিবাৰ এই অঞ্চলৰ মটি কঁপিছে। অধিকাংশ ভূমিকম্প ৰিখটাৰ স্কেলত মাত্ৰা চাৰিৰ কম থকাত বিশেষ গুৰুত্ব পোৱা নাই। তথাপি এই ভূমিকম্পৰ ভূমিস্খলনৰ স’তে সম্পর্কিত হোৱাত শৈল চহৰখনৰ বিপদ বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে, প্রতি ৪০ৰ পৰা ৪৫ বছৰৰ ব্যৱধানত বিধ্বংসী ভূমিকম্পৰ কবলত পৰিছে দার্জিলিং পাহাৰ।

সেয়ে সেই আশংকা ৰৈয়ে গৈছে যে এয়া কোনো ডাঙৰ প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত হ’ব পাৰে। ২০১৫ৰ ২৫ এপ্রিলত নেপালত ভয়াৱহ ভূমিকম্প হয়। দার্জিলিং পাহাৰতো যে তেনেকুৱা হ’ব পাৰে তেনে ইংগিত পোৱা গৈছে ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ সমীক্ষাত।

সংস্থাটোৱে দেশৰ নতুন আপডেট ছিছমিক জ’নেচন মেপত দার্জিলিং, কালিম্পং, শিলিগুড়ি, জলপাইগুড়ি, আলিপুৰদুৱাৰ, কোচবিহাৰ আৰু ছিকিমৰ সকলোবোৰ জিলাসহ সমগ্র হিমালয় অঞ্চলক সর্বোচ্চ আশংকাপূর্ণ ‘জ’ন ছিক্স’ত ৰাখিছে। অৰ্থাৎ ইয়াত ৰিখটাৰ স্কেলত আঠৰ পৰা ১০ মাত্ৰাত ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে।

চোপ্ৰা কলেজৰ অধ্যক্ষ তথা ভূ-গৱেষক মধুসূদন কৰ্মকাৰে কয়, ‘দার্জিলিং পাহাৰত প্ৰতি বছৰে গড়ে ২৩টা ভূমিকম্প হয়। প্রায় প্রতি ৪০ৰ পৰা ৪৫ বছৰৰ অন্তৰালত ভয়াৱহ ভূমিকম্প হয়।’ তেওঁ জনায় যে ভূমিকম্প ভূমিস্খলনৰ স’তে সম্পর্কিত হোৱাৰ ফলত শৈল চহৰৰ বিপদ বাঢ়িছে। কিয় এনে বিপদৰ সম্ভাৱনা বৃদ্ধি পাই আছে?

একাংশ গৱেষকৰ মতে, দার্জিলিং, কালিম্পং আৰু কাৰ্ছিয়াঙৰ দৰে চহৰসমূহত পাহাৰৰ এঢলীয়া ভূমিত অপৰিকল্পিত কংক্রীটৰ কে’বা মহলীয়া ভৱন নির্মাণ অব্যাহত আছে। দার্জিলিং চহৰৰ চ’কবজাৰত থিয় হ’লে এতিয়া পাহাৰ দেখা পোৱা নাযায়।

অধিকাংশ কে’বা মহলীয়া ভৱনেই ভূমিকম্প নিৰোধক নিয়ম অর্থাৎ ছিছমিক কোড মানি নিৰ্মাণ কৰা হোৱা নাই। ৰাস্তা বহল কৰাৰ বাবে অনর্গলভাৱে যিদৰে গধুৰ যন্ত্ৰৰে পাহাৰ কটা, ৰেল বা ৰাস্তাৰ বাবে সুৰংগ নিৰ্মাণ কৰা হৈছে, সেইবোৰ আৰু বিপদ মাতি আনিছে বুলিয়ে গৱেষকৰ দলে মত প্রকাশ কৰিছে।

কেৱল সেয়াই নহয়, তিস্তা নদীত একাধিক জলবিদ্যুৎ প্রকল্পৰ বান্ধ নিৰ্মাণৰ ফলত পাহাৰৰ আভ্যন্তৰীণ স্থায়িত্ব অর্থাৎ বেছাল ছাপ’র্ট ক্রমাৎ হ্রাস পাইছে। তদুপৰি আছে উন্নয়নৰ নামত পাহাৰজুৰি অনিয়ন্ত্রিত তথা অবৈজ্ঞানিকভাৱে নিৰ্মাণ, নদীমুখ, আৰু বক্ষ আবদ্ধ কৰি দিয়া কাৰ্য। বিশেষজ্ঞৰ মতে, এইবোৰেই বিধ্বংসী ভূমিকম্পৰ আশংকা বৃদ্ধি কৰিছে।

বিপদ এৰাবলৈ গৱেষকসকলে পৰামৰ্শ দিছে যে এতিয়াৰ পৰাই পৰিকল্পনা গ্রহণ কৰিব লাগিব, পাহাৰ ৰক্ষা কৰি উন্নয়ন আৰু সেউজকৰণত জোৰ দিব লাগিব। প্রয়োজনত ভূমিকম্পৰ ‘হটস্পট’ অঞ্চল চিহ্নিত কৰিবলৈ জাপানৰ দৰে প্রযুক্তি ব্যৱহাৰৰ পৰামৰ্শ দিছে তেওঁলোকে। ভূ-গৱেষকসকলে জনাইছে যে দার্জিলিং পাহাৰ আৰু সংলগ্ন অঞ্চলত ভূমিকম্প অস্বাভাৱিক নহয়।

কিয়নো হিমালয় আৰু ইয়াৰ পাদদেশ ইণ্ডিয়ান প্লেটৰ ওপৰত থিয় দি আছে। ঠিক বিপৰীতে আছে ইউৰেছিয়ান প্লেট। প্ৰতি বছৰে ইণ্ডিয়ান প্লেট পাঁচ চেন্টিমিটাৰকৈ উত্তৰলৈ ইউৰেছিয়ান প্লেটক ঠেলি আছে।

এই খুন্দাৰ ফলত মাটিৰ তলত তীব্র শক্তি সৃষ্টি হৈছে। বাহিৰলৈ ওলাই অহাৰ সময়ত ভূমিকম্প হয়।আনহাতে, হিমালয় প্রধানকৈ দুই ধৰণৰ ভূতাত্ত্বিক সামগ্ৰীৰে তৈয়াৰী। এটা হৈছে ডালিং ছিৰিজ আৰু আনটো হৈছে দামুদা ছিৰিজ। ডালিং ছিৰিজ নবীন, ভংগুৰ পাখৰেৰে তৈয়াৰী। দামুদা ছিৰিজত পুৰণি স্থায়ী পাখৰ, বেলে আৰু চূণমাটি থাকে।

দার্জিলিং হিমালয় ডালিং ছিৰিজৰ অন্তর্ভুক্ত। নবীন হোৱাৰ কাৰণে সি এতিয়াও স্থায়ী হোৱা নাই। নিজৰ আকাৰ লাহে লাহে পৰিৱৰ্তন কৰি আছে। সেই কাৰণে দার্জিলিং হিমালয়ত প্রায়েই ভূমিকম্প হয়; কিন্তু সর্বোচ্চ আশংকাপূর্ণ ‘জ’ন ছিক্স’লৈ গুচি যোৱাৰ ফলত ইয়াত বিপদ বাঢ়িছে। আগন্তুক দিনত আঠৰ পৰা ১০ ৰিখটাৰ স্কেলত ভূমিকম্প হ’ব পাৰে। সেয়া হ’লে অপৰিকল্পিত নিৰ্মাণৰ বাবে ২০১৫ৰ নেপালৰ ভূমিকম্পতকৈও ভয়ংকৰ পৰিস্থিতি হ’ব পাৰে বুলিয়ে বিশেষজ্ঞসকলে আশংকা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ
India

জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ

October 9, 2026
এইবাৰ শীততো পুৰিব পৃথিৱী!
News

এইবাৰ শীততো পুৰিব পৃথিৱী!

October 9, 2026
পাঁচবাৰকৈ আবেদন কৰিও শিল্পী পেন্সনৰ পৰা বঞ্চিত ধমধমাৰ গৌৰীকান্ত বড়ো
Assam

আহিনৰ কুঁৱলীৰ মাজত ম’হৰ গাখীৰ সংগ্ৰহত ব্যস্ত ম’হপালক
Assam

আহিনৰ কুঁৱলীৰ মাজত ম’হৰ গাখীৰ সংগ্ৰহত ব্যস্ত ম’হপালক

October 9, 2026
দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো
Assam

দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

October 9, 2026
কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা
International

কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d