Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

    মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

    ২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

publisher by publisher
October 23, 2026
in Assam, India
Reading Time: 1 min read
0
মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

IDBIBank : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশৰ অন্যতম লাভজনক বেংকিং প্রতিষ্ঠান আইডিবিআই বেংকক কানাডাৰ এটা প্রতিষ্ঠানক বিক্রীক লৈ দেশত বিরূপ প্রতিক্রিয়া অব্যাহত আছে। ইয়াৰ কাৰণ হৈছে লাভ অর্জন কৰি থকা অৱস্থাতে নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজহুৱা বেংকটোৰ সিংহভাগ শ্বেয়াৰ বিদেশী প্রতিষ্ঠানক বিক্রী কৰে।

ADVERTISEMENT

যোৱা ১৪ অক্টোবৰত কেন্দ্রীয় কেবিনেটে আইডিবিআই বেংকৰ সিংহভাগ তথা ৬০ শতাংশৰো অধিক অংশ বিক্রীত অনুমোদন জনায়। কেৱল সেয়াই নহয়, বেংকটোৰ সিংহভাগ অংশ কানাডাৰ নাগৰিক ভাৰতীয় মূলৰ উদ্যোগপতি প্রেম বাটশ্বাৰ প্রতিষ্ঠান ফেয়াৰফেক্স ফিনান্সিয়েল হল্ডিং লিমিটেডক বিক্রীত অনুমোদন দিয়ে মোদী কেবিনেটে। ইয়াৰ লগে লগে দেশজুৰি প্রতিক্ৰিয়াৰ সৃষ্টি হয়। এই প্রতিক্রিয়া বর্তমানেও অব্যাহত আছে।

উল্লেখ্য যে আইডিবিআই বেংকে চলিত বর্ষত এতিয়ালৈ ৯,২৩৭ কোটি টকাৰ লাভ অৰ্জন কৰিছে। গতিকে বেংকটো বিদেশী কোম্পানীক বিক্রীক লৈ বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাটোৱে স্বাভাৱিক। ইয়াৰ বিপৰীতে চৰকাৰে আইডিবিআই বেংকৰ সিংহভাগ অংশ বিক্ৰীৰ বাবদ ৫২,৮৭৭ কোটি টকা লাভ কৰিছে।

উল্লেখ্য যে ১৯৬৪ৰ পহিলা জুলাইত আইডিবিআই বেংক প্রতিষ্ঠা হয়। অৱশ্যে প্রথম অৱস্থাত ই ব্যক্তিগত বেংক আছিল। পৰৱৰ্তী সময়তহে ইয়াৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। এই বেংক প্রতিষ্ঠাৰ লক্ষ্য আছিল দেশৰ উদ্যোগ-প্রতিষ্ঠানসমূহক ঋণ দিয়া। সেই অনুসৰি, আৰম্ভণিৰে পৰা বেংকটোৱে কোটি কোটি টকাৰ ঋণ দিবলৈ ধৰে।

অৱশ্যে ২০০৪ৰ পৰা আইডিবিআই বেংকে সাধাৰণ লোককো গ্ৰাহকৰূপে গ্রহণ কৰিবলৈ লয়। পাছৰ বছৰ আইডিবিআইক লিমিটেড কোম্পানীলৈ ৰূপান্তৰ কৰে চৰকাৰে। তাৰ পাছৰ বছৰ আইডিবিআইৰ স’তে ইউনাইটেড ৱেষ্টার্ণ বেংকক চামিল কৰা হয়। তেতিয়া এক আর্থিক সংকটে দেখা দিছিল।

এই সংকটে আইডিবিআই বেংকক একপ্রকাৰ জুৰুলা কৰিছিল। ইয়াৰ কাৰণ আছিল ২০০০ বৰ্ষত বেংকটোরে বিভিন্ন উদ্যোগ প্রতিষ্ঠানক কোটি কোটি টকাৰ ঋণ দি ঘূৰাই আনিব পৰা নাছিল। ফলত বেংকৰ অনুৎপাদক সম্পত্তিৰ পৰিমাণ বৃদ্ধি পায়। উক্ত দুটা প্রতিষ্ঠান চামিলকৰণৰ জৰিয়তে তদানীন্তন চৰকাৰে আৰ্থিক সংকট দূৰ কৰিছিল।

অৱশ্যে পৰৱৰ্তী সময়ত অর্থাৎ ২০০৫ৰ পৰা ২০১২ৰ সময়ছোৱাত আন কে’বাটাও প্রতিষ্ঠানে শ শ কোটি টকাৰ ঋণ লৈ বেংকটোক জুৰুলা কৰে। এই প্রতিষ্ঠানসমূহ হ’ল বিজয় মালিয়াৰ কিংফিছাৰ এয়াৰলাইন্স, এবিজি শ্বিপয়ার্ড, উইণ্ডচান ডায়মণ্ডছ আৰু ভিডিঅ’কন গ্রুপ। ইয়াৰে কিংফিছাৰে ৮৬০.৯২ কোটি টকা, এবিজিয়ে ৩,৩৬৯ কোটি টকা, উইনছামে ১১৪.৭৯ কোটি টকা আৰু ভিডিঅ’কনে ৯,৯০৩ কোটি টকা ঋণ লৈ ওভতাই দিয়াত ব্যর্থতা স্বীকাৰ কৰে।

ফলত বেংকিং প্রতিষ্ঠানটোৰ অনুৎপাদক সম্পত্তিয়ে পৰ্বতাকাৰ ৰূপ লয়। এই জটিল পৰিস্থিতিৰ মোকাবিলাৰ উদ্দেশ্যে ভাৰতীয় জীৱন নিগম (এলআইচি)ক প্রতিষ্ঠানটোৰ অংশ ক্ৰয় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়ে।

সেই অনুসৰি, এলআইচিয়ে ১২ হেজাৰ কোটি টকাৰ বিনিময়ত আইডিবিআইৰ ৫১ শতাংশ অংশ ক্রয় কৰে। পৰৱৰ্তী সময়ত কেন্দ্রীয় চৰকাৰেও আইডিবিআইৰ অংশ ক্রয় কৰে। সম্প্ৰতি বেংকটোৰ সিংহভাগ অংশ কানাডাৰ প্ৰতিষ্ঠানটোক বিক্ৰী কৰাৰ পাছত এলআইচিৰ হাতত ১৯ শতাংশ আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত ১৫ শতাংশ অংশ আছে।

উল্লেখ্য যে সমগ্র দেশত আইডিবিআই বেংকৰ ২১শ শাখা আৰু তিনি হেজাৰৰো অধিক এটিএম আছে। প্রতিষ্ঠানটোৰ জমা ধনৰ পৰিমাণ চাৰি লাখ ১১ হেজাৰ ৬৬১ কোটি টকা। শেহতীয়াভাৱে আইডিবিআইৰ আয়ৰ পৰিমাণ বৃদ্ধি পায়। ২০২৪-২৫ত বেংকটোরে ৩৩,৮২৬ কোটি টকা আয় কৰাৰ বিপৰীতে ইয়াৰ পাছৰ বিত্তীয় বর্ষত ৩৫,৭৪৪ কোটি টকা আয় কৰে।

এনে অৱস্থাতে প্রতিষ্ঠানটোৰ সিংহভাগ অংশ বিদেশী কোম্পানীক বিক্ৰী কৰি দিয়াত হেজাৰ হেজাৰ কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে। ইতিমধ্যে কৰ্মচাৰীসকলে প্রতিবাদী কাৰ্যসূচীৰো আয়োজন কৰিছে। সম্প্রতি আইডিবিআই বেংকৰ ২০ হেজাৰৰো অধিক বিষয়া-কর্মচাৰী আছে। একাংশই অভিযোগ উত্থাপন কৰিছে যে মোদী চৰকাৰে পানীৰ দামত বেংকটো বিদেশী কোম্পানীক বিক্ৰী কৰিলে। মোদী চৰকাৰে আইডিবিআইৰ প্ৰতিটো শ্বেয়াৰ ৮১ টকাত বিক্ৰী কৰে। লক্ষ্যণীয়ভাবে বেংকটো বিক্ৰীৰ স্পষ্ট কাৰণ ব্যাখ্যা কৰিব পৰা নাই মোদী চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #IDBIBank #BankPrivatisation #FairfaxFinancial #IndianBanking #NarendraModi #LIC #PublicSectorBanks #BankEmployees #BankSale #DainikAgradoot
publisher

publisher

Related Posts

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ
Assam

২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

October 23, 2026
বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল
Assam

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

October 23, 2026
নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d