ADVERTISEMENT

Tag: Assam

চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ অব্যাহতঃ চৰকাৰী বিষয়া–কৰ্মচাৰী এশ শতাংশই কাৰ্যালয়ত থাকিব লাগিব উপস্থিত

চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত অৰ্থাৎ বুধবাৰৰ পৰা অসমৰ চৰকাৰী বিষয়া–কৰ্মচাৰীসকলৰ এশ শতাংশই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব । মুখ্য সচিব সঞ্জয় ...

Read moreDetails

হেজাৰ কয়লা ট্ৰাক পাৰ হোৱাৰ পাছত চাৰিখন ধৰি চকুত ধূলি দিয়াৰ অপচেষ্টা

মাৰ্ঘেৰিটা তিনিচুকীয়া হৈ দৈনিক সৰবৰাহ অব্যাহত থকা শ শ অবৈধ কয়লাভৰ্তি ট্ৰাক অসম আৰু পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰ ছাগলীয়াৰে পাৰ হৈছে ...

Read moreDetails

তলাবন্ধ-সান্ধ্য আইন আশীৰ্বাদ হৈছে ছিণ্ডিকেট চক্ৰৰ

ছিণ্ডিকেটমুক্ত অসম গঢ়াৰ পদক্ষেপ গ্ৰহণৰ কথা সততে দাবী কৰি অহা বিজেপি চৰকাৰৰ কাৰ্যকালত তলাবন্ধ আৰু সান্ধ্য আইন অব্যাহত থকাৰ সময়তে ...

Read moreDetails

 নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন নাই শ্ৰমজীৱী জনতাৰ

  যথেষ্ট শিথিলতা অৱলম্বনেৰে দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷বিগত ৫৫ টা দিনে তিনিটা পৰ্যায়ত ৰূপায়িত তলাবন্ধৰ ফলত আৰ্থিক ...

Read moreDetails

ভুৱা হিতাধিকাৰীক চৰকাৰী ধন বিতৰণ কৰি নিলম্বিত হ’ল জুৰীয়াৰ বি ডি অ’

কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বলবৎ কৰা তলাবন্ধৰ সময়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেছন কাৰ্ড নথকা দৰিদ্ৰ লোকক এহেজাৰকৈ ...

Read moreDetails

মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ল ১৪ টা বিলুপ্তপ্ৰায় নল গাহৰি

বিশ্বৰ বন্য জীৱকুলৰ ভিতৰত গাহৰিৰ দুষ্প্ৰাপ্য, ক্ষুদ্ৰতম তথা বিলুপ্তপ্ৰায় প্ৰজাতি নল গাহৰিৰ (Pygmy Hog) পৃথিৱীৰ ভিতৰতে অন্যতম উপযোগী বসতিস্থল আছিল ...

Read moreDetails

ছয়গাঁও সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডত ১০০০ টকীয়া বৃহৎ কেলেংকাৰি

সম্প্ৰতি তলাবন্ধৰ সময়ছোৱাত আর্থিক সংকটত ভোগা দৰিদ্ৰ লোকক চৰকাৰে প্ৰদান কৰা এহেজাৰ টকাৰ সাহায্য বিতৰণৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে ...

Read moreDetails
Page 290 of 324 1 … 289 290 291 … 324