Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধৰ অনুভৱ ঃ ড° অনিমা চৌধুৰী

publisher by publisher
May 20, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ ঃ ড° অনিমা চৌধুৰী
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ স্তব্ধ হৈ পৰিছে  সমগ্র বিশ্ব । চুবুৰীয়া ৰাষ্ট্ৰ চীনত সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়তে কৰ’না ভাইৰাছৰ ভয়াবহতাৰ বিষয়ে গম পাইছিলো, কিন্তু তেতিয়া ইমান শংকিত হোৱা নাছিলো । এতিয়া যিমান হৈছো সেই সময়ত এবাৰলেও ভবা নাছিলো যে অসমতো কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব । অথচ নভবাকৈয়ে প্ৰথমতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পাছত অসমতো ইয়াৰ সংক্ৰমণ বৃদ্ধি পালে । দিনক দিনে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰবোৰ দেখি সঁচাকৈয়ে এতিয়া ভয় খাইছো । মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এই ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে তলাবন্ধ ঘোষণাৰ লগতে চৰকাৰে যেতিয়া শিশু আৰু বয়সস্হ লোকক ঘৰৰ বাহিৰলৈ নোলাবলৈ পৰামৰ্শ আগবঢ়ালে তেতিয়া আৰু বেছি ভয় খালো । লগতে জীৱনত প্রথমবাৰৰ বাবে তলাবন্ধৰ দৰে অনাহুত এক পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা বাবেও কিছু আতংকিত হৈছিলো ।

ADVERTISEMENT

অৱশ্যে নিজৰ সুৰক্ষাৰ বাবে এই সময়ছোৱাত তলাবন্ধ অত্যন্ত জৰুৰী সেয়া বুজিব পাৰিছিলো । কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যে সামাজিক দূৰত্ব বজাই ৰখাটো জৰুৰী সেয়া উপলব্ধি কৰিয়ে অধিক সাৱধান হ’লো । তলাবন্ধৰ প্রথম সময়ছোৱাত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিলো । বিশেষকৈ প্ৰয়োজনীয় দৰব সংগ্রহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । হঠাতে তলাবন্ধ ঘোষণাৰ লগে লগে চিকিৎসালয়সমূহৰ বহিঃবিভাগ বন্ধ হৈ পৰে, য’ত আমি সচৰাচৰ স্বাস্থ্য পৰীক্ষা কৰিছিলো । বিচৰা ধৰণে সেই সময়ছোৱাত চিকিৎসক নোপোৱাৰ এক অৱস্থাৰ সৃষ্টি হোৱাৰ বাবেও কিছু ভয় খাইছিলো । কিন্তু পাছলৈ পৰিৱেশৰ স’তে অভ্যস্ত হ’বলৈ চেষ্টা কৰিছিলো আৰু বিভিন্নজনক ফোনযোগে যোগাযোগ কৰি প্ৰয়োজনীয় দৰব পাতি অনাৰ ব্যৱস্থা কৰিছিলো । ব্যক্তিগত জীৱনত কিছু অসুবিধা হ’লেও কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তলাবন্ধ অত্যন্ত জৰুৰী। অথচ ইয়াৰ পাছতো সমাজৰ বহু লোকে এই বিষয়টোক লৈ সচেতন নোহোৱাটো বেদনাদায়ক।

নিজকে নিজে সুৰক্ষিত কৰিব পাৰিলে পৰিয়াল সুৰক্ষিত হ’ব, পৰিয়াল সুৰক্ষিত হ’লে চুবুৰীটো সুৰক্ষিত হ’ব, চুবুৰীটো সুৰক্ষিত হ’লে সমাজখন সুৰক্ষিত হ’ব আৰু সমাজখন সুৰক্ষিত থাকিলে দেশ সুৰক্ষিত হ’ব। তলাবন্ধৰ সময়ছোৱাত ঘৰুৱা কামত যথেষ্ট পৰিমাণে ব্যস্ত হ’বলগীয়া হৈছে । এই সময়ছোৱাত ঘৰুৱা সহায়কাৰীসকল নহা হেতুকে ঘৰৰ সকলো কাম নিজে কৰিবলগীয়া হৈছে । এই সময়ছোৱাত ঘৰুৱা সহায়কাৰীসকল নহা হেতুকে ঘৰৰ সকলো কাম নিজেই কৰিবলগীয়া হৈছে । অৱশ্যে ইয়াৰ মাজতো মই তলাবন্ধত গানৰ চৰ্চা কৰিছো । লগতে হেৰাই যোৱা গানবোৰ উদ্ধাৰৰো চেষ্টা চলাইছো । বিশেষকৈ এটা সময়ত বহু এলবামত গান গাইছিলো । বিভিন্ন প্ৰযোজকে প্ৰযোজনা কৰা কেছেটসমূহ মোৰ ওচৰত সংৰক্ষিত হৈ আছে, কিন্তু এই গানবোৰ উদ্ধাৰ হোৱা নাছিল । এতিয়া কেছেট প্লেয়াৰো নোহোৱা হ’ল ।

এই গানবোৰ ক’ত কেতিয়া কেনেদৰে বাণীবদ্ধ কৰিছিলো সেইবোৰৰ স্মৃতি উদ্ধাৰৰ কামতো এতিয়া যথেষ্ট সময় অতিবাহিত হৈছে । ব্যস্ততাৰ বাবে এই কামবোৰ কৰিম কৰিম বুলিও কৰিব পৰা নাছিলো, কিন্তু তলাবন্ধৰ মাজতে হেৰাই যোৱা বহু পুৰণি গীত উদ্ধাৰ কৰাৰ চেষ্টা কৰিছো । তদুপৰি এই সময়ছোৱাত ৰেকৰ্ডিং ষ্টুডিঅ’ সমূহ বন্ধ থকা বাবে ঘৰৰ পৰাই বিভিন্ন পক্ষক কিছু গান তথা কথাংশ ৰেকৰ্ডিং কৰি দিব লগা হৈছে । বিশেষকৈ প্ৰাগ নিউজত সম্প্ৰচাৰিতহৈ থকা ‘আমাৰ ভূপেনদা চিজন-৫’ ৰ আৰম্ভনিতে মই অতিথি বিচাৰক হিচাপে অংশ লৈছিলো । ‘

আমাৰ ভূপেন দা চিজন -৫’ৰ চুড়ান্ত প্ৰতিযোগিতাৰ সময়ত সম্প্ৰচাৰৰ বাবে শুভেচ্ছাবাণী ৰেকৰ্ডিং কৰি পঠিয়াবলগীয়া হৈছে । কিছুমান অনুষ্ঠানে অনলাইনযোগে কৰা সাহিত্য চৰ্চাতো অংশ লৈ নিজৰ মতামত দাঙি ধৰাৰ উপৰি গীত পৰিৱেশন কৰিছো ।দূৰদৰ্শনৰ লগতে অন্যান্য অনুষ্ঠানৰ বাবেও ঘৰৰ পৰাই বিচৰাধৰণে নিজৰ অনুভৱৰ উপৰি দুই এটা গান ৰেকৰ্ডিং কৰিবলগীয়া হৈছে। এনেকৈয়ে তলাবন্ধৰ সময়বোৰ অতিবাহিত হোৱা বাবে ভালেই লাগিছে। ব্যস্ততাৰ মাজতো কিন্তু কোনো কাৰণতে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ এৰা নাই। অত্যন্ত সাৱধানতাৰে এই সকলোবোৰ কৰি আছো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d