ৰাজ্যত বৈধ হ’ব কয়লা-চুপাৰিৰ সৰবৰাহ
অসমত কয়লা আৰু চুপাৰিৰ চোৰাং ব্যৱসায় ৰােধৰ বাবে ৰাজ্য চৰকাৰে মানসম্পন্ন পৰিচালনা পদ্ধতি (এছ অ’ পি) প্রস্তুত প্রক্রিয়া আৰম্ভ কৰিছে। ...
Read moreDetailsঅসমত কয়লা আৰু চুপাৰিৰ চোৰাং ব্যৱসায় ৰােধৰ বাবে ৰাজ্য চৰকাৰে মানসম্পন্ন পৰিচালনা পদ্ধতি (এছ অ’ পি) প্রস্তুত প্রক্রিয়া আৰম্ভ কৰিছে। ...
Read moreDetailsদৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তর্গত সানােৱা পঞ্চায়তৰ ধলপুৰ চৰত অস্থায়ীভাৱে আশ্রয় লৈ থকা গৃহহীন লােকসকলৰ মাজৰ কমেও ১০ জন ...
Read moreDetailsআজি বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি৷বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি বিটিআৰ সদৰ কোকৰাঝাৰৰ লগতে বাগসাৰ শালবাৰীতো উদযাপন কৰা হয়৷ বিটিআৰ ...
Read moreDetailsঅসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ধেমাজি আৰু লখিমপুৰ জিলাৰ কেবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত ...
Read moreDetailsকৃষিকৰ্মৰে বছৰি লাখ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বাগসাৰ লাৱদাংগুৰী গাঁওৰ ৰবীন বসুমতাৰীয়ে৷ বিগত প্ৰায় ...
Read moreDetailsনগাঁৱৰ সংবাদ-সাহিত্য ক্ষেত্ৰ খনত এক শূণ্যতাৰ সৃষ্টি কৰি স্বৰ্গগামী হ'ল বিশিষ্ট সাংবাদিক,সু সাহিত্যিক,কবি,সমাজ সংগঠক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা শিৱপ্ৰসাদ বৰা ...
Read moreDetailsবিত্ত বিভাগৰ অনুমোদন অবিহনে কোনো মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব কোনো আঁচনি ।চৰকাৰৰ অধীনত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আমোলাসকলক জনোৱা ...
Read moreDetailsগণৰাজ্য দিৱসত বা গণৰাজ্য দিৱসৰ আগে-পিছে যাতে কোনেও কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব পৰা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে তাৰ কাৰণে ...
Read moreDetailsবাগসাৰ শালবাৰীৰ দাওধাৰাৰ ৰাজপথত মৃত্যুৰ কিৰিলি৷ভয়ংকৰ পথ দুৰ্ঘটনাত দুই কণমানি ছাত্ৰীসহ এগৰাকী শিক্ষয়িত্ৰীৰ ঘটনাস্থলীতে মৃত্যু৷ মৃত্যু হোৱা ছাত্ৰী দুগৰাকী ক্ৰমে ...
Read moreDetailsচিৰাঙৰ বিজনীৰ বড়োবাজাৰত সদৌ বাথৌ মহাসভাৰ অন্তৰ্গত বিজনী জিলা বাথৌ সভাৰ উদ্যোগত "গৌথাৰ বাথৌ সান" উদযাপন কৰা হয় । তদুপলক্ষে ...
Read moreDetails© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.