Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

50 crore dowry demanded from bride: কইনাক ৫০ কোটিৰ যৌতুক দাবী এইম্‌ৰ শীৰ্ষ স্থানপ্রাপ্তৰ

দেশৰ বেআইনী প্ৰথাৰ দ্বাৰা সৃষ্ট জটিল সমস্যাৰ মাজতে উচ্চ শিক্ষিতৰ কাণ্ড

samimsultana by samimsultana
November 1, 2024
in India, News
Reading Time: 2 mins read
0
50 crore dowry demanded from bride: কইনাক ৫০ কোটিৰ যৌতুক দাবী এইম্‌ৰ শীৰ্ষ স্থানপ্রাপ্তৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীৰ চিকিৎসালয়ত হঠাতে বাঢ়িছে ৰোগীৰ সংখ্যাঃ এইম্‌ৰ চিকিৎসকে কি ক’লে?

দেশত কনিষ্ঠ চিকিৎসকৰ আত্মহননৰ ঘটনা বৃদ্ধিত উদ্বিগ্ন চিকিৎসক সংস্থা

ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, দিল্লী এইমছত অগ্নিকাণ্ড!

50 crore dowry demanded from bride:

দেশত যৌতুক প্রথা নিষিদ্ধ হোৱাৰ কে’বা দশক পাৰ হোৱাৰ পাছতো যৌতুকজনিত সমস্যা এতিয়া জটিল হৈ থকাৰ উদাহৰণ সততে পোৱা যায় । এই ক্ষেত্রত একাংশ উচ্চ শিক্ষিত ব্যক্তিৰো ভূমিকা আছে নেকি? বাংগালুৰুৰ এগৰাকী মহিলাই সামাজিক মাধ্যমৰ জৰিয়তে এইম্‌ছৰ শিক্ষাৰে শিক্ষিত এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপন কৰা এক অভিযোগে ইয়াৰ আভাস দিছে।

ADVERTISEMENT

ডাঃ ফিনিক্স নামৰ এই মহিলাগৰাকীয়ে সামাজিক মাধ্যমত অভিযোগ কৰা অনুসৰি, তেওঁৰ বান্ধৱীয়ে ভাবী স্বামীৰ পৰা ৫০ কোটি টকাৰ যৌতুকৰ দাবী পাইছে। ডাঃ ফিনিক্সৰ বান্ধৱীগৰাকীৰ ভাবী স্বামী সৰ্বভাৰতীয় আয়ুবিজ্ঞান (এইম্)ৰ সর্বোচ্চ স্থানপ্রাপ্ত। ভাবী স্বামীৰ পৰা এই বৃহৎ অংকৰ ধনৰ যৌতুক দাবী পোৱাৰ পাছতে মহিলা গৰাকীয়ে শুব পৰা নাই।

তেওঁক অলপতে ভাবী স্বামীয়ে ৫০ কোটি টকাৰ যৌতুক দাবী কৰে। তাৰ পাছৰে পৰা তেওঁৰ কান্দোনৰ আশ্রয় লোৱাৰ বাহিৰে আন উপায় পোৱা নাই। ডাঃ ফিনিক্সৰ এই বান্ধৱী গৰাকীও চিকিৎসক।

বান্ধৱীগৰাকীৰ ভাবী স্বামীৰ বিষয়ে সদৰী কৰি ডাঃ ফিনিক্সে সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘মোৰ বান্ধৱী গৰাকীৰ ভাবী স্বামী এইমছৰ ইউৰ’ল’জীৰ এমচিএইছ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাত প্রথমস্থান প্রাপ্ত। মোৰ বান্ধৱী গৰাকীয়ে সংজ্ঞাহাৰক
পাঠ্যক্ৰমৰ এমডি কৰি আছে। তদুপৰি তেওঁ হায়দৰাবাদত যকৃত সংৰোপণৰ সংজ্ঞাহাৰক ফেল’ৰূপেও কাম কৰি আছে।’

দেশৰে আগশাৰীৰ এখন প্ৰতিষ্ঠানত শিক্ষা গ্রহণ কৰি থকা সত্ত্বেও এনেদৰে যৌতুক দাবী কৰিবলৈ লাজ পোৱা উচিত বুলি তেওঁ বান্ধৱীৰ ভাবী স্বামীক উদ্দেশি সামাজিক মাধ্যমত মন্তব্য কৰিছে।

তেওঁ লগতে প্রশ্ন কৰিছে যে এনে শিক্ষাৰ কি প্রয়োজন, যিয়ে এজন চিকিৎসককো নিজৰ ভৰিত থিয় হ’বলৈ সাহস দিব নোৱাৰে। এনে ধৰণৰ বেআইনী তথা অশুভ প্রথাক উচ্চ শিক্ষিত চিকিৎসকজনেই প্রশ্রয় দিয়াক লৈ ক্ষোভ প্রকাশ কৰি ডাঃ ফিনিক্সে লগতে কয়, ‘যদি মোৰ বান্ধৱী গৰাকীয়ে ভাবী স্বামীৰ ৫০ কোটি টকীয়া যৌতুকৰ দাবী মানি লয়, তেন্তে তেওঁৰ পিতৃ-মাতৃৰ জীৱনৰ সমস্ত অর্জন উদং হ’ব।’ তেওঁ প্ৰকাশ কৰা অনুসৰি, এই প্রথম স্থান প্রাপ্তজনৰ স’তে কিছুদিন পূর্বে তেওঁৰ বান্ধৱীৰ বিয়াৰ কথা-বতৰা আৰম্ভ হয়।

লক্ষ্যণীয়ভাৱে ডাঃ ফিনিক্সৰ বান্ধৱীগৰাকীৰ পিতৃ-মাতৃয়ে স্বীকাৰ কৰি লৈছে যে তেলুগু সম্প্রদায়ত বিয়া-বাৰুৰ ক্ষেত্ৰত যৌতুক প্রথা আজিও প্রচলিত হৈ আছে। সম্প্রদায়টোৰ প্ৰায় সকলোৱে কইনা ঘৰক বৃহৎ অংকৰ যৌতুক দাবী কৰে। পিতৃ-মাতৃৰ পৰাও একপ্ৰকাৰ সকাহ নাপাই যুৱতী চিকিৎসকগৰাকীয়ে কান্দোনকে সাৰথি কৰি লৈছে বুলি সদৰী ডাঃ ফিনিক্সে লগতে কয়, ‘তেওঁ কান্দোনত ভাঙি পৰাৰ কাৰণ হ’ল তেওঁ পিতৃ-মাতৃৰ পৰাও বিশেষ সকাহ পোৱা নাই। ৷

কাৰণ তেওঁৰ পিতৃ-মাতৃয়ে মানি লৈছে যে তেলুগু সম্প্রদায়ত যৌতুক প্ৰথাৰ প্ৰচলন আছে।’ অৱশ্যে ডাঃ ফিনিক্সে তেওঁৰ বান্ধৱী গৰাকী আৰু বান্ধৱীৰ ভাবী স্বামীৰ পৰিচয় সদৰী কৰা নাই। আনহাতে, ডাঃ ফিনিক্সে এই তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতে বহুজনে যৌতুক সম্পৰ্কীয় নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। বহুজনে উচ্চ শিক্ষিত চিকিৎসকজনক কঠোৰ ভাষাৰে সমালোচনাও কৰিছে।

এজন ‘এক্স’ ব্যৱহাৰকাৰীয়ে কয়, ‘এই কথা জানিব পাৰি ওকালি অহা যেন লাগিল। সেই মানুহজন (চিকিৎসকজন) অতি নীচ ব্যক্তি।’ আন এজনে কয়, ‘যদি সঁচাকৈয়ে চিকিৎসকজনে ৫০ কোটি টকাৰ যৌতুক দাবী কৰিছে তেন্তে সিয়ে আমাৰ সমাজৰ ব্যৰ্থতাৰ প্ৰতিফলন ঘটাইছে। তেওঁ এজন মূর্খ মানুহ। ধনেৰে মৰ্যাদা কিনিব নোৱাৰি।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 50 crore dowry demandedAIIMSBrideDoctor
samimsultana

samimsultana

Related Posts

নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়
Assam

August 23, 2026
ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
India

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d