Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
November 6, 2023
in Assam, India, News
Reading Time: 2 mins read
0
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

Diphu Incident:ডিফুত অঘটন ! কুঁৱাত কৰ্মৰত অৱস্থাত কৰুণ মৃত্যু ৩ শ্ৰমিকৰ

Karbianglong Dist. Congress:কাৰ্বি আংলঙৰ এক লাখ ৫৩ হেজাৰ বিঘা ভূমি পুঁজিপতি গোষ্ঠীক গতাবলৈ যো জা

Karbianglong:খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ মাজত আলোচনা

ADVERTISEMENT

আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেৱৰ লগত দিফু মুখ্য কাৰ্যালয় কক্ষত আৰু খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) ৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ মাজত বিভিন্ন দাবী কাৰ্যকৰী কৰণৰ ওপৰত আলোচনা কৰা হয়।

আলোচনাৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্বি মাতৃভাষাক অষ্টম শ্ৰেণীলৈকে আৰু তিৱা মাতৃভাষাক পঞ্চম শ্ৰেণীলৈকে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি – ২০২০ আধাৰত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে কাৰ্যবাহী পৰিষদত সিদ্ধান্ত গ্ৰহণ কৰি অসম চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা বাবে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়।

লগতে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে ডিফু চহৰৰ ভিতৰত ১০ (দহ) বিঘা ভূমি আৱন্টন দিয়াৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্যই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ৰাজহ বিভাগৰ জৰিয়তে সোনকালেই ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) ৰ তৰফৰ পৰা বহুভাষিক অভিধান সম্পাদনাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা ১০.০০ (দহ) লাখ টকা আৰ্থিক অনুদান দিয়াৰ বাবে আবেদন পত্ৰ প্ৰদান কৰা হয়।

আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্যই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা আৰ্থিক অনুদান দিয়াৰ বাবে আশ্বাস দিয়ে।

আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য  ডোমিনিক উফিন মাছলাই, কাৰ্যবাহী সদস্য  ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য লুংসিং টেৰণ, সাধাৰণ সদস্য ড০ মংৱেই ৰংপি, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, সম্পাদক  যোগেশ্বৰ বৰদলৈ, সম্পাদক ডিম্বেশ্বৰ দলে, দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়াণন দেউৰী, কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদক জয়সিং টকবিয়েও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cem Tuliram RanghangDiphuDiscussionsIndigenous Tribel Sahitya Sabha AssamkAAC
publisher

publisher

Related Posts

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
Assam

August 24, 2026
সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা
International

নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

August 24, 2026
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d