Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৰঙিয়াত পথ দুৰ্ঘটনা নিহত এজন লোক

publisher by publisher
March 26, 2019
in News
0
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Cattle Theft:তিতাবৰত অঘটন !

মৰণ ফান্দত পৰিণত হৈছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাওঁ অঞ্চল। ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশত পথ দুৰ্ঘটনা এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । প্ৰায় প্ৰত্যেকদিনেই ধাৰাবাহিক ভাৱে এটাৰ পিছত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তেই আজি আবেলি পুণৰ এক পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত  এজন লোক  থিতাতে  নিহত হয়। নিহত লোকজনক ৰঙিয়া মলোখাতৰ চান্দ মহম্মদ আলী (৬৮) বুলি চিনাক্ত কৰা হৈছে  । স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আজি আবেলি গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে তীব্ৰ বেগেৰে  গৈ থকা চুইফট ডিজায়াৰ গাড়ী (নংএএছ০১ডি ইউ ৪৭৭৭)এখনে ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁওত   মটৰ চাইকেল আৰোহী চান্দ মহম্মদ আলীক তীব্ৰ বেগত খুন্দা মাৰে । আলীয়ে বালাগাঁওৰ শ্বহুৰৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ মটৰ চাইকেললৈ (নং এ এছ ০১ এ ডব্লিউ ৭৬৬৮)যোৱাৰ সময়তে ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই চাৰিচকীয়া বাহনখনে খুন্দামৰাত আলীয়ে পথৰ দাঁতিত  ছিটিকি পৰে।তেওঁ মূৰত গুৰুতৰ  আঘাত পোৱাত দুৰ্ঘটনাস্থলীতে শেষ নিঃশ্বাস ত্যাগ কৰে ।  অঞ্চলটোৰ  সকলোৰে পৰিচিত লোকজনৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে অগনণ ৰাইজে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত মূহুৰ্তৰ ভিতৰতে অঞ্চলটোত তীব্ৰ উত্তেজনা বিয়পি পৰে ।উত্তেজিত ৰাইজে  ৰঙিয়া আৰক্ষীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰদৰ্শণ কৰে । ৰাইজৰ অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বিপদজনক ভাবে এটা ৰোড ক্ৰছিং ৰাখি থোৱা  আছে যদিও কৰ্তব্যৰত  আৰক্ষী নথকাৰ বাবে এই  ঠাইত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত এই ঠাইত অঞ্চলটোৰ বহু লোকৰ ইতিমধ্যে  মৃত্যু হৈছে।দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদী ৰাইজক শান্ত কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ৰঙিয়া থানালৈ লৈ আনে । আৰক্ষীয়ে  দুৰ্ঘটনা সংঘটিত কৰা ঘাতক     গাড়ীখনকো জব্দ কৰিবলৈ সক্ষম হয় । মৃতদেহটো ৰঙিয়া থানাৰ মৰ্গত ৰাখি থোৱা হৈছে ।কাইলৈ  মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।  জানিব পৰা মতে প্ৰয়াত আলীয়ে এগৰাকী কন্যাক এৰি থৈ যায়।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamRoad Accident
publisher

publisher

Related Posts

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

September 13, 2026
মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

September 13, 2026
মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?
India

মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

September 13, 2026
দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d