Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

হাতত ফাইল লৈ অফিচে অফিচে কিয় ঘুৰিছে এজন গৃহৰক্ষী জোৱান

publisher by publisher
April 29, 2019
in Uncategorized
Reading Time: 1 min read
0
হাতত ফাইল লৈ অফিচে  অফিচে কিয় ঘুৰিছে এজন গৃহৰক্ষী জোৱান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

গোৰেশ্বৰ: এজন দুৰ্ভগীয়া গৃহৰক্ষী জোৱান তেওঁ। নাম আৰিফ আলী। ৩৪ বছৰীয়া আৰিফ আলীৰ ঘৰ বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত ঔগুৰি গাওঁত। গৃহৰক্ষী বাহিনীৰ জোৱানজনে এতিয়া এখন ভগা ভৰি লৈ ঘৰতে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে। ২০১৬ৰ ২৭ জুলাইত দিনৰ প্ৰায় ২ বজাত মহানগৰীৰ জালুকবাৰী উপ আৰক্ষী চকী যান বাহন শাখাৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পাৰ হৈ যাব লগীয়া কনভয়ৰ “ৰোড লাইনিং”ৰ দায়িত্বত জালুকবাৰীত নিয়োজিত কৰা হৈছিল আৰিফক। দায়িত্ব পালন কৰি থকাৰ সময়তে পিছফালৰ পৰা অহা এএছ ০১ ডিভি ০৪৭১ নম্বৰৰ এখন দুচকীয়া বাহনে বেয়াকৈ খুন্দিয়াই আহত কৰে কৰ্তব্যৰত আৰিফক। এই দুৰ্ঘটনাত আৰিফৰ বাওঁভৰিখন সোঁমাজতে ভাগি যায়। প্ৰথমে জিএমচিএইচ আৰু পিছলৈ নাৰায়ণা হাস্পাতালত চিকিৎসা গ্ৰহণ কৰে আৰিফে। কিন্তু আজি চাৰিবছৰেও সম্পূৰ্ণ সুষ্ঠ হৈ নুঠা আৰিফৰ পৰিয়ালৰ বাবে এতিয়া দুৰ্যোগ নামি আহিছে। কিয়নো প্ৰাপ্য দৰমহাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে আৰিফ। ২০০৭ ৰ ২৩ ডিচেম্বৰত অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীত যোগদান কৰা আৰিফ আলীয়ে মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ দয়িত্বত নিয়োজিত হৈও নিজে অসুৰক্ষিত জীৱন কটাব লগীয়া হৈছে। ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইনৰ (২৪) ৬ (৩) (ক) ধাৰা অনুসৰি নিযুক্তি লাভ কৰা আৰিফ আলীৰ দৰে এগৰাকী গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ দূৰৰ কথা লাভ কৰিবলগীয়া ফিক্সড পে টকাকেইটাৰ পৰাও বঞ্চিত হ’ব লগীয়া হৈছে। দুৰ্ঘটনাৰ পিছত বিভাগীয় ভাৱে চিকিৎসাৰ বাবে লাভ কৰিব লগীয়া সুবিধাকণৰ বাবেও বহু কষ্ঠ কৰিব লগীয়া হৈছিল। তথাপি দুৰ্ঘটনাৰ বাবে জিৰণীত থকা সময়ছোৱাত নিজৰ প্ৰাপ্য দৰমহা খিনি লাভ কৰি আছিল যদিও বিগত পাঁচ-ছয় মাহ ধৰি সেয়াও বন্ধ হৈ পৰিছে। এতিয়া পত্নী , দুই কন্যা, এজন পুত্ৰ সন্তানৰ সৈতে নিজ পিতৃ-মাতৃৰ ভৰণ পোষনৰ দায়িত্ব পালন কৰিবলৈ অসমৰ্থ হৈ পৰা আৰিফৰ জীৱন হতাশাৰে ভৰি পৰিছে। কেবাবাৰো বিভাগীয় ভাৱে বহু আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই গৃহৰক্ষীৰ জোৱান জনে। তেওঁ অসম আৰক্ষীৰ আয়ুক্তক দুবাৰকৈ চিঠি নম্বৰ আৰ আই জি বি আই ৭৩৭৮, ৭৪৭৭১ ক্ৰমে ২১-১২-২০১৮ আৰু ২৬-১২-২০১৮ তাৰিখত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চিঠি নম্বৰ আৰ আই জি বি আই – ৭৪৭৬১ যোৱা ২৬-১২-২০১৮ তাৰিখত প্ৰেৰণ কৰে। কিন্ত আজিলৈ সুদত্তৰ নাপালে জোৱানজনে। মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্ব লাভ কৰা এজন সাধাৰণ জোৱানৰ জীৱনৰ কোনো মূল্য নহোৱা হৈ গৈছে বুলি ক্ষোভ প্ৰকাশ কৰে আৰিফে। নিজৰ চাকৰিৰ সুৰক্ষা বিচৰাৰ লগতে নিয়মীয়াকৈ দৰমহা লাভ কৰাৰ বহু অনুনয় বিনয় কৰিও আজিও সফল হ’ব পৰা নাই আৰিফ। পৰিয়ালৰ ভৰণ পোষনৰ বাবে ষথেষ্ঠ কষ্ঠ স্বীকাৰ কৰিবলগীয়া হোৱা আৰিফে কিছু সুষ্ঠ হৈ এতিয়াও ভগা ভৰি খনেৰে আৰক্ষীৰ বৰমুৰীয়া বহু অফিচে অফিচে হাতত ফাইল লৈ একপ্ৰকাৰ হেৰুৱা চাকৰি বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে। খুদ মুখ্যমন্ত্ৰীৰ দায়িত্বত গ্ৰহণ কৰি জীৱন ঘুনীয়া কৰিব লগা হোৱা এগৰাকী গৃহৰক্ষী জোৱানক এতিয়া চৰম অৱহেলা কৰা হৈছে অসম আৰক্ষী গৃহ বিভাগৰ পৰা। আৰিফে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক চতুৰ্থ বৰ্গৰ চকৰিত হ’লেও নিযুক্তি প্ৰদান কৰি জীৱন চলাই নিয়াত চৰকাৰে যাতে সুবিধা কৰি দিয়ে। নহ’লে এতিয়া কি কৰি ৭ জনীয়া পৰিয়ালটো পোহপাল দিব তাকে ভাবি হতাশাত দিন নিয়াইছে আৰিফে। এই গৰাকী গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ কৰি উচিত বিচাৰ কৰিবলৈ স্থানীয় সচেতন ৰাইজে দাবী জনাইছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d