Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পিতৃৰ পদাংকৰে চতিয়াৰ যুৱ ভাস্কৰ্য শিল্পী মনজিতে জিনিছে দেশ বিদেশৰ ভক্তৰ হৃদয়:বৃহৎ আকাৰৰ সিংহাসন নিৰ্মান

publisher by publisher
October 19, 2019
in News, Spirituality
Reading Time: 1 min read
0
পিতৃৰ পদাংকৰে চতিয়াৰ যুৱ ভাস্কৰ্য শিল্পী মনজিতে জিনিছে দেশ বিদেশৰ ভক্তৰ হৃদয়:বৃহৎ আকাৰৰ সিংহাসন নিৰ্মান
11
SHARES
106
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

অগ্ৰদূত বাৰ্তা, চতিয়া, ১ ৯ অক্টোবৰ, প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ সময়তে শিশু মনজিতক পিতৃ, ভাস্কৰ্য শিল্পী, ভবেন হাজৰিকাই কুঁহিপাঠ আৰু ছিলঠ খনৰ লগতে হাতত তুলি দিছিল সৰু হাতুৰী বঁটালি এযোৰ। শিশু মনজিতেও পিতৃক অনুকৰণ কৰি কণ কণ হাত দুটিৰে কাঠৰ ওপৰত বঁটালি চলাবলৈ আৰম্ভ কৰিছিল। সেয়াই আৰম্ভণি। হয়তো পিতৃয়ে পুত্ৰৰ আঙুলিত বহু সম্ভাৱনা দেখা পাইছিল। বয়স বঢ়াৰ লগে লগে পুত্ৰ মনজিতো হৈ পৰিছিল এজন নিপুণ খনিকৰ। অধ্যয়নৰ সমান্তৰাল ভাৱে মনজিতে হাতুৰী, বঁটালি আৰু কৰতেৰে শুকান কাঠত সৃষ্টি কৰিছিল সুন্দৰ ভাস্কৰ্যৰ। ইয়াকে পেশা হিচাপে লোৱা দুই পিতা পুত্ৰই নিৰন্তৰ নিৰ্মান কৰি গৈছিল এখনৰ পিছত এখনকৈ সিংহাসন ; অসমীয়া নামঘৰৰ এক অপৰিহার্য সামগ্ৰী। পিতৃৰ বিয়োগৰ পিছতো থমকি ন’ৰল মনজিতৰ হাতুৰী আৰু বঁটালিৰ খটখটনি। পিতাপুত্ৰই ৭০০ ৰো অধিক সিংহাসন নিৰ্মান কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিলে। কেৱল অসমেই নহয় ; ভাৰতৰ বিভিন্ন ৰাজ্যৰ নগৰ মহানগৰত বাস কৰা অসমীয়া লোকে সংগ্ৰহ কৰিলে এনে সিংহাসন। জাৰ্মানীৰ ফ্ৰাঙ্কফুটৰ অসমীয়া সমাজৰ পৰা অনুৰোধ আহিল সিংহাসনৰ ; অনুৰোধ আহিল আমেৰিকাৰ ডালাস্কাছ, হিউষ্টন আৰু লণ্ডন মহানগৰীৰ পৰাও। পুত্ৰ মনজিতৰ তৎপৰতাত যোগান ধৰা হ’ল এখনৰ পিছত এখনকৈ উৎকৃষ্ট সিংহাসন।বিশ্বাভিমুখী হ’ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি।কেৱল সিংহাসনেই নহয়, প্ৰয়াত পিতৃৰ পদাংকৰে মনজিতে নিৰ্মান কৰিছে অংকীয়া ভাওনাত ব্যৱহৃত বিভিন্ন মুখা, জয় বিজয়, গৰুড়কে ধৰি বহু মূৰ্তিও।সদৌ অসম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলাৰ নাগশংকৰ অঞ্চলিকৰ আমবাৰীস্থিত আঞ্চলিক নামঘৰত প্ৰতিষ্ঠাৰ বাবে মনজিতে দীর্ঘদিনীয়া প্ৰচেষ্টাৰে নিৰ্মান কৰি উলিয়ালে এক বৃহৎ আকাৰৰ সিংহাসন। যোৱা ৭ অক্টোবৰত আঞ্চলিকৰ সহস্ৰাধিক ভক্তই শোভাযাত্ৰা কৰি এই সিংহাসনভাগ নামঘৰলৈ লৈ যায় আৰু গুৰু জয়ন্তীৰ দিনা ইয়াক প্ৰতিষ্ঠা কৰে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d