Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Culture

২০ লাখ মাটিৰ চাকি তৈয়াৰত ব্যস্ত কুলবিল হীৰাপাৰাৰ মৃৎ শিল্পী

publisher by publisher
October 19, 2019
in Culture, Lifestyle, News, Spirituality, Tourism
Reading Time: 1 min read
0
২০ লাখ মাটিৰ চাকি তৈয়াৰত ব্যস্ত কুলবিল হীৰাপাৰাৰ মৃৎ শিল্পী
26
SHARES
255
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ADVERTISEMENT

অগ্ৰদূত বাৰ্তাঃচামতাঃ১৯ অক্টোৱৰঃ – পোহৰৰ উৎস দিপাৱলীক আদৰিবলৈ বৃহত্তৰ পশ্চিম নলবাৰী বাসীয়ে প্ৰস্তুতি চলোৱাৰ সময়ত খাটাৰূপীয়াবাথান গাওঁ হীৰাপাৰা চুবুৰীৰ ৬০ পৰিয়ালৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো সম্প্ৰতি মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ৷উল্লেখ্য যে- বৃহত্তৰ পশ্চিম নলবাৰীৰ খাটাৰূপিয়াবাথান গাওঁৰ হীৰাপৰা চুবুৰীৰ উপৰি কৈহাটী গাওঁকে ধৰি সমুদায় প্ৰায় ৬৯ পৰিয়ালত দিন – ৰাতিও মাটিৰ চাকি তৈয়াৰৰ ব্যস্ততাই এক জীৱন সংগ্ৰাম সচাঁ ছবিৰ পৰিৱেশে বিৰাজ কৰিছে ৷এই হীৰা সম্প্ৰদায়ৰ লোক সকলে পশ্চিম নলবাৰীৰ ৫৫ খন ৰাজহ গাওঁৰ উপৰি চুবুৰীয়া গাওঁ বৰমা ,নিজ জুলুকী, গোৱৰাদল,শিয়ামাৰি,টিহু, পাটিকাৰা, কঠালমুৰা, মাখিবাহা, সৰ্থেৱাৰী,বৰ্নিবাৰী,ডিৰুৱা, কেকান- জয়সাগ আৰু নলবাৰী সদৰ , জাপাকুছি, আদি গাওঁ সমুহলৈ হীৰাপাৰা চুবুৰীৰ হীৰা মাটিৰ মাটিৰ চাকিৰে দিপাৱলীৰ নিশা হিন্দুধৰ্মালম্বী লোক সকলে পদুলী পোহৰাই আহিছে ৷ইয়াৰ উপৰিও মন্দিৰ,সভা আদিত কুলবিল হীৰাপাৰাৰ হীৰা সম্প্ৰদায়ে তৈয়াৰ কৰা মাটিৰ চাকি ব্যৱহাৰ কৰি আহিছে ৷কোনো ধৰনৰ কুমাৰৰ “চাক” ব্যৱহাৰ নকৰাকৈয়ে হাতেৰে তৈয়াৰ কৰা মাটিৰ চাকি তৈয়াৰৰ ক্ষেত্ৰত চুবুৰীটোৰ বিশেষ ভাবে মহিলা সকলে জড়িত ৷ তেওঁলোকে মাটিৰ চাকি, ধূপদানি, ধূনাদানি,পাত চৰু,সৰু কুমাৰৰ চৰু,ঘট, টেকেলি তৈয়াৰ কৰে ৷ দুৰ্গাপূজা, শ্যামপূজা বা দিপাৱলী, মাঘ’ৰ মাহত সভা মহোৎসৱ উপলক্ষে ভক্তপ্ৰান ভক্তই মাটিৰ চাকি বিচাৰাত হীৰাপাৰা চুবুৰীৰ শিশু,কিশোক,কিশোৰী,মহিলা,পুৰুষ আৰু বৃদ্ধ সকলেও মাটিৰ চাকি তৈয়াৰত ব্যস্ত হৈ পৰে ৷যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত মাটিয়ে চাহিদা লাভ কৰিছে ৷ হীৰাপাৰা চুবুৰীৰ মৃৎ শিল্পী নীলকান্ত দাসে এই প্ৰতিবেদকক জানিব দিয়া মতে -“বান পানীৰ পিচত সদ্য সামৰনি পৰা শাৰদীয় দুৰ্গা পূজাৰ সময়ত হীৰা পাৰাৰ হীৰা শিল্পীয়ে মাটিৰ চাকি বিত্ৰুী হোবাৰ পিছতহে সম্প্ৰদায়টোলৈ আশাৰ ৰেঙনি আহে ৷সম্প্ৰতি আগত শ্যামা পূজা আৰু দিপাৱলী উপলক্ষে কুলবিল হীৰাপাৰা চুবুৰীৰ পৰা ২০ লাখ মাটিৰ চাকি তৈয়াৰ কৰা হব আৰু এই ২০ লাখ মাটিৰ চাকি বিত্ৰুীৰ পিছতো গ্ৰাহকে চাকি বিচাৰি আহিলেও বঞ্চিত হব লগা হব ৷কাৰন আমাৰ চাকিৰ চাহিদা থকাৰ উপৰি ৰাইজ খনে আমাৰ প্ৰতি থকা মৰমৰ বাবেই পোৰা মাটিৰ চাকি বিত্ৰুী কৰিয়ে আমি আজোককাৰ দিনৰে পৰা জীৱিকা নিৰ্বাহ কৰি আহিছো ”বুলি কয়৷ চুবুৰীটোৰ নীলকান্ত দাস, দামোদৰ দাস, গৌতম দাস, কৈলাশ দাস,দেৱেন দাস,সূৰ্য্য দাস,অতুল দাস,বসন্ত দাস,গীৰিশ দাস, প্ৰভাত দাস,দিপক দাস,দিলীপ দাস,কন্দৰ্প দাস, মধু দাস, জয়ৰাম দাস,পুতুল দাস,পংকজ দাস,শশী দাস,ৰূপ দাস,মুকুল দাস,গায়ত্ৰী দাস,মাইকন বালা দাস,হৰেশ্বৰ দাস, মাইকন দাস,সাগৰ দাস,প্ৰমোদ দাস,টংকে দাস,জীতেন দাস,বনমালী দাস,জুনু দাস,ভাৰতী দাস,অকন দাস,বিমলা দাস,বিহুৰাম দাস,টুটু দাস আদিয়ে দিন ৰাতি একাকাৰ কৰি মাটিৰ চাকি তৈয়াৰত ব্ৰতি হৈ আছে ৷নেলকান্ত দাসে জানিব দিয়া মতে – খাটাৰূপিয়াবাথান গাওঁ খনৰ ভিতৰতে আমি হীৰা সম্প্ৰদায়ৰ লোক সকলে অৰ্থনৈতিক ভাবে দূৰ্বল আৰু চৰকাৰি আচঁনিৰ পৰা বঞ্চিত ৷আমাৰ হাতত “চাক” নাই ৷বাৰাম্বাৰ চৰকাৰ আৰু স্হানীয় বিধায়কক এই বিষয়ত অবগত কৰাৰ পিছতো বছৰ বছৰ ধৰি“ চাক”লাভ নকৰি হাতেৰে মাটিৰ বাচন- বৰ্তনত জড়িত হৈ আছে ৷এটা “ চাক”ত ২০ হাজাৰৰ পৰা ৩৫ হাজাৰ টকাৰ প্ৰয়োজন ৷কিন্তু ইমান টকাৰে “চাক” ত্ৰুয় কৰাৰ বাবে মৃৎ শিল্পী অৰ্থনৈতিক ভাবে স্বাৱনম্বী নহয় ৷ যাৰ বাবে হাতেৰে মাটিৰ বাচন – বৰ্তন তৈয়াৰ কৰিলে স্বাভাৱিকতে সৌন্দৰ্যশীল নহয় ৷ইয়াৰ বাবে তেওঁলোক বজাৰ মুল্যৰ পৰা বঞ্চিত হব লগা হয় ৷ গুৱাহাটী দীপৰ বিলত এই মৃৎ মাটি পোৱা যায় আৰু এক ট্ৰাকত ১৬-২০ কুন্টল মাটিত প্ৰায় ৩০ হাজাৰ টকাকৈ ত্ৰুয় কৰিব লাগে ৷নামনি অসমৰ অন্য ঠাইত এই মৃৎ মাটি নোপোৱাৰ বাবে মৃৎ মাটিৰ ব্যৱসায় খনটো মধ্যভোগীৰ হাত পৰাত প্ৰকৃত মাটিৰ মুল্যৰ তুলনাত অধিক টকাৰে মৃৎ মাটি ত্ৰুয় কৰিব লগা হয় বুলি অভিযোগ কৰে ৷৬৯ পৰিয়ালৰ মাহিলী মাটিৰ সামগ্ৰী তৈয়াৰ কৰি তাক বিত্ৰুী কৰি গঢ় হিচাপে ৫০০০ টকাৰ আয় হয় যদিও সেয়াৰে পৰিয়ালক পোহ পাল দিব নোৱাৰি পুৰুষ সকলে হাজিৰা কৰিব লগা হয় ৷সেহতীয়াকৈ নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে প্লাষ্টিক মুক্ত জিলা হিচাপে নলবাৰীক গঢ়ি তুলিবলৈ কুলবিল হীৰাপাৰা চুবুৰীৰ হীৰামাটিৰ শিল্পী নীলকান্ত দাসৰ জড়িয়তে হীৰামাটিৰ পানী খোৱা কাপ ,গিলাচ তৈয়াৰ কৰাৰ বাবে অনুপ্ৰেৰনা জনোৱাত নীলকান্ত দাস আৰু চুবুৰীৰ একাংশ হীৰা শিল্পীয়ে মাটিৰ কাপ, গিলাচ তৈয়াৰৰ কামটো মনোনিৱেশ কৰি শ-শ কাপ,গিলাচ তৈয়াৰ কৰি উলিয়াইছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
সংৰক্ষণৰ অভাৱত তৰপে তৰপে খহিছে দ-পৰ্বতীয়াৰ শৈলদ্বাৰ
Assam

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি
International

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি

September 13, 2026
ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

September 13, 2026
মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d