Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ফুলগুৰি ধেৱা স্মৃতি দিবসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল 

publisher by publisher
October 20, 2019
in News
Reading Time: 1 min read
0
ফুলগুৰি ধেৱা স্মৃতি দিবসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল 

Chief Minister Sarbananda Sonowal paying tribute to Swahid bedi during the 158th Phulguri memorial open meeting organized by Bharatiya Kisan Sangh in Nagaon on 20-10-19. pix by UB Photos

21
SHARES
210
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

 জৈৱ বৈচিত্ৰ্য ধংসৰ মুল কাৰক জীৱ শ্ৰেষ্ঠ মানুহ

অগ্ৰদূত বাৰ্তা,ৰহা ২০ অক্টোবৰ:- আজিৰ সমাজ ব্যবস্হাত কৃষকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক খেতিৰ লগত জড়িত হৈ উৎপাদন বৃদ্ধি কৰি বিশ্বৰ প্ৰতিযোগিতা মূলক বজাৰ দখল কৰিব পাৰিব, নতুন প্ৰজন্মই কৃষি অৰ্থ নিতীৰ ক্ষেত্ৰত আওকান কৰিলে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ লোপপাব ৷এই মন্তব্য কৰে  মূখ্য মন্ত্ৰী সোনোৱালে । আজি ইতিহাস  প্ৰসিদ্ব ১৫৮ সংখ্যক “ফুলগুৰি ধেৱা” স্মৃতি দিবস উদযাপনৰ মুকলি সভাত উপস্থিত থাকি অসমৰ মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ ভাষন প্ৰসংগত  আৰু কয়, বৰ্তমানৰ চৰকাৰে কৃষি ক্ষেত্ৰখন উত্তৰণৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহন কৰিছে ৷ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিবৰ্তে জৈৱিক উপায়েৰে কৃষি উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰিছে আৰু উওৰপূৰ্বাঞ্চলক জৈৱিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহন কৰিছে ৷ ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ মূল কাৰক হৈছে জীৱ শ্ৰেষ্ঠ মানুহ তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৷  মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱাটো বছৰত পাচ লাখ খেতিয়ক ক পাচ হাজাৰ কৈ সাহাৰ্য দিয়া লগতে এইবাৰো ছয় লাখ খেতিয়কক খেতিৰ বাবে সাহাৰ্য দিয়া হব বুলি ঘোষণা কৰে লগতে ইতিমধ্যে চৰকাৰে বছৰত ৫০ হাজাৰ খিলঞ্জীয়া ক মাটিৰ পট্টা প্ৰদান কৰা বুলি কয় আৰু আগন্তুক বৰ্ষত এক লাখ লোকক মাটিৰ পট্টা দিয়া দব বুলিও মন্তব্য কৰে ৷ফুলগুৰি ধেৱা উৎযাপন সমিতিৰ সভাপতি সমৰ সিং ডেকাৰ সভপতিত্বত ফুলগুৰি হাইস্কুলত অনুস্হিত হোৱা সভা খনত বোলছবি জগতৰ বিশিষ্ট অভিনেতা প্ৰঞ্জল শইকীয়া, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী , বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা , ৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ৷উল্লেখযোগ্য যে এই ঐতিহাসিক ফুলগুৰি ধেৱা স্মৃতি দিবসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ফুলগুৰি ধেৱা সম্পৰ্কত বিশেষ কোনো মন্তব্য ৰখাৰ পৰিবৰ্তে চৰকাৰে গ্ৰহন কৰা আচনি সমুহৰ বিষয়ে ভাষন ৰখা পৰিলক্ষিত হল ৷ ইফালে ভাৰতীয় কৃষাণ সংঘই ফুলগুৰি ধেৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰাৰ বাবে ব্যৱস্থা লবলৈ চৰকাৰক  দাবী জনাই আহিছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamSarbananda Sonowal
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d