Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বজাৰত স্থানীয় চাউলৰ যোগান বন্ধ,বহিঃৰাজ্যৰ চাউলৰ মূল্য বৃদ্ধি 

publisher by publisher
April 20, 2020
in COVID-19, News
Reading Time: 1 min read
0
বজাৰত স্থানীয় চাউলৰ যোগান বন্ধ,বহিঃৰাজ্যৰ চাউলৰ মূল্য বৃদ্ধি 
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত বাহাল থকা তলাবন্ধৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু মূল্য স্বাভাৱিক কৰি ৰখা হ’ব বুলি ৰাজ্য চৰকাৰ তথা যোগান বিভাগে প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত তাৰ প্ৰতিফলন হোৱা নাই ।স্থানীয়ভাৱে উৎপাদিত চাউলৰ বজাৰখনতে ইয়াৰ প্ৰতিচ্ছবি স্পষ্ট হৈছে ৷ফলস্বৰূপে বহিঃৰাজ্যৰ পৰা অসমেও আমদানি কৰা চাউলৰ মূল্য ক্ৰমে উৰ্ধ্বমুখী হৈছে। কাৰণ চাহিদাৰ বিপৰীতে স্থানীয় চাউলৰ যোগান বজাৰত শূন্য হৈ পৰিছে ।
এনে ক্ষেত্ৰত বহিঃৰাজ্যৰ চাউলক লৈ ব্যৱসায় কৰা বৃহৎ ব্যৱসায়ীসকল অধিক লাভৱান হোৱাৰ বিপৰীতে স্থানীয় চাউলৰ ব্যৱসায়ীয়ে মূৰে কপালে হাত দিছে ।উল্লেখযোগ্য যে তলাবন্ধৰ সময়ত চৰকাৰে ৰাইজৰ মাজত চাউলকে ধৰি বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে ।অৱশ্যে সেয়া আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজতহে বিতৰণ কৰা হৈছে। তাৰ মাজতে বহুলোকে এই সুবিধাৰ পৰা বঞ্চিত হোৱাই নহয়,পোৱা সকলেও বন্ধৰ দীঘলীয়া সময়ৰ কাৰণে এইয়া পৰ্যাপ্ত নহয় ।
আনহাতে নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ পৰা সকলোৱে দোকানৰ পৰা ক্ৰয় কৰিব লগা হৈছে ৷তেনে অৱস্থাত স্থানীয় চাউলৰ পৰিপেক্ষিতত সকলোৱে বহিঃৰাজ্যৰ চাউল ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৷এনেদেৰে চাউলৰ পাইকাৰী মূল্য প্ৰতি কুইন্টলত তিনিশৰ পৰা চাৰিশ টকা পৰ্যন্ত বৃদ্ধি হৈছে ।সেই অনুপাতে বৃদ্ধি হৈছে খুচুৰা মূল্যও ৷উদাহৰণ স্বৰূপে অসমৰ বজাৰত যথেষ্ট চাহিদা থকা ৰামপল চাউলৰ মূল্য তলাবন্ধৰ সময়ত ৩৫ শ টকাৰ পৰা ৩৮ টকালৈ বৃদ্ধি পাইছে ।
তেনেদৰে স্বস্তিকৰ মূল্য প্ৰতি কুইন্টলত ২৭ শ টকাৰ পৰা তিনি হেজাৰ টকালৈ ৷ অসমত স্থানীয়ভাৱে উৎপাদিত ৰঞ্জিৎ,বৰপেটীয়া আইজং আদি চাউলৰ প্ৰচুৰ সমাদৰ আছে। ইয়াৰ উপৰিও ঠাই বিশেষে অন্যান্য চাউলেও সমাদৰ লাভ কৰিছে ।সম্প্ৰতি চৰকাৰ আৰু যোগান বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই চাউলৰ যোগান বজাৰত বন্ধ হৈ গৈছে। আনহাতে স্থানীয়ভাবে উৎপাদিত চাউল অসমৰ ভিতৰত ট্ৰাক অথবা সেইধৰণৰ বাহনেৰে পৰিবহন কৰা হয়। গতিকে তলাবন্ধৰ প্ৰভাৱ তাৰ ওপৰত সম্পূৰ্ণৰূপে পৰে। চৰকাৰেও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব বিগত দিনবোৰত নিদিলে। ইয়াৰ ফলত স্থানীয় চাউলৰ বজাৰতো মাধমাৰ পৰে আৰু গ্ৰাহকেও বহিঃৰাজ্যৰ চাউলৰ বাবদ অধিক মূল্য ভৰিব লগা হৈছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSCovid-19Lockdown
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d