Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা তেজপুৰৰ এগৰাকী বৃদ্ধা

publisher by publisher
May 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা তেজপুৰৰ এগৰাকী বৃদ্ধা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

বাসগৃহ নহয় যেন এক ধ্বংসাৱশেষৰ অংশহে৷বৰষুণ দিলেই বাহিৰৰ সমান্তৰালকৈ ভিতৰতো উপচি পৰে পানী ৷ ফটা-চিতা যি সামান্য কাপোৰ আছে সেয়া ভিজাৰ পিছত বাসগৃহ নামৰ এই ধ্বংসস্তুপত বসবাস কৰা মহিলা গৰাকীয়ে কঁপি কঁপি সময় অতিবাহিত কৰাৰ বিকল্প নাথাকে ৷ যোৱা সুদীৰ্ঘ ২৫টা বছৰ এনেদৰেই চৰম প্ৰত্যাহবানৰ মাজৰে দিন অতিবাহিত কৰিছে শ্যামলা দেৱ নাথ নামৰ ৬৫বছৰীয়া মহিলা গৰাকীয়ে৷তেজপুৰৰ ডেকাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চল হাৰিগাঁৱত এইদৰেই  অসহায়ভাবে অতিবাহিত কৰিছে জীৱন ৷ চাৰিজন পুত্ৰৰ এইগৰাকী মাতৃ বৰ্তমান তেওঁলোকৰ বাবে এলাগী৷শ্ৰৱণ শক্তি হেৰুৱাই পেলোৱা আৰু বৰ্তমান দৃষ্টি শক্তিও হ্ৰাস পোৱা মহিলাগৰাকীয়ে খুজি মাগি কোনোমতে দিন অতিবাহিত কৰাৰ বিপৰীতে চৰকাৰী কল্যানকামী কোনো আঁচনিয়ে তেওঁক ঢুকি পোৱা নাই ৷
যোৱা সময়ত একাধিকবাৰ সলনি হ’ল এই পঞ্চায়তৰ সভাপতি,জিলা পৰিষদৰ সদস্য তথা আঞ্চলিক আৰু খণ্ডৰ পঞ্চায়ত সদস্য৷চৰকাৰেও বিভিন্ন সময়ত দৰিদ্ৰৰ বাবে গ্ৰহণ কৰিলে ভিন্ন আঁচনি৷আৱাস, বৃদ্ধ-পেঞ্চন, ৰন্ধন গেছ আদি কোনো আঁচনিৰেই সুফল লাভ কৰিবলৈ সক্ষম নহ’ল এইগৰাকী মহিলা ৷ এটা আৱাসগৃহ লাভৰ বাবে অঞ্চলটোত আটাইতকৈ উপযুক্ত মানুহ হোৱা সত্বেও এই পৰ্যন্ত মহিলাগৰাকীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নহ’ল৷সম্প্ৰতি ৰাজ্যত অব্যাহত থকা তলাবন্ধৰ সময়ত এমুঠি ছাউলৰ বাবেও হাঁহাকাৰ কৰিবলগীয়া হোৱা মহিলাগৰাকীয়ে আনকি পঞ্চায়তৰ জৰিয়তে দৰিদ্ৰক প্ৰদান কৰা এহেজাৰ টকা তথা বিনামূলীয়া চাউলো লাভ কৰা নাই ৷ এনে অৱস্থাত একাংশ সংবাদকৰ্মী আৰু সচেতন লোকেই এই মহিলাগৰাকীৰ বাবে একমাত্ৰ ভৰষা হৈ পৰিছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19LockdownTEZPUR
publisher

publisher

Related Posts

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান
International

নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d