- প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান ।
- মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ ।
- ১৪ জুলাইৰ পৰা চিকিত্সাধীন হৈ আছিল শিল্পীগৰাকী ।
- মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিত্সাধীন হৈ আছিল প্ৰয়াত অৰ্চনা মহন্ত ।
- প্ৰয়াত স্বামী বিহু সম্ৰাট খগেন মহন্তৰ সৈতে মঞ্চ কঁপাইছিল অৰ্চনা মহন্তই ।
- খগেন মহন্ত-অৰ্চনা মহন্ত যুতিৰ গীতে আলোড়িত কৰিছিল ৰাজ্য ।
- ১২ জুন, ২০১৪ত দেহাৱসান ঘটিছিল খগেন মহন্তৰ ।
- জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাতৃ অৰ্চনা মহন্ত ।
ADVERTISEMENT





























