■ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ বাবে মনোনীত কৰা হৈছে অধ্যাপক ভৱপ্ৰসাদ চলিহা আৰু প্ৰসিদ্ধ নৃত্যশিল্পী জয়ন্ত কস্তুৱাৰক ।
ADVERTISEMENT
■ ২০২১ ৰ ৩জানুৱাৰীৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।
■ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে এটি সোণৰ পদক আৰু এখনি প্ৰশস্তি পত্ৰ ।
■উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূণ্য স্মৃতিত অসম চৰকাৰে ১৯৮৬ৰ পৰা ২০০৮লৈ প্ৰতিবছৰে আৰু তাৰ পিছৰ পৰ্যায়ত ২০০৮ৰ পৰা প্ৰতি তিনি বছৰৰ ব্যৱধানত শ্ৰীমন্ত শংকৰদেৱৰ বঁটা প্ৰদান কৰি আহিছে ।





























