Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

বিটিএডিত শান্তি বিঘ্নিত কৰাৰ পৰিকল্পনা কৰিছে হিমন্তইঃ পিপুল্স জইন একশ্যন কমিটী

publisher by publisher
November 19, 2020
in Uncategorized
Reading Time: 1 min read
0
বিটিএডিত শান্তি বিঘ্নিত কৰাৰ পৰিকল্পনা কৰিছে হিমন্তইঃ পিপুল্স জইন একশ্যন কমিটী
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিপিএফৰ শাসন কালত শান্তি আৰু উন্নয়নৰ গতি ত্বৰান্বিত হোৱাৰ সময়ত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে বিটিএডিত শান্তি বিঘ্নিত কৰাৰ পৰিকল্পনা কৰিছে। এই মন্তব্য পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ মুখপাত্ৰ ধনেশ্বৰ বসুমতাৰীৰ। উল্লেখযোগ্য যে পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় কমিটীৰ নেতৃত্বই আজি শালবাৰীত আয়োজন কৰা সংবাদমেল এখনত সংগঠনটোৰ মুখপাত্ৰ গৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে।

ADVERTISEMENT

তেওঁ সংবাদমেলখন সম্বোধন কৰি কয়-“বিপিএফ নেতৃত্বাধীন হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসন কালত  বিটিচিৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত একতা আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেই বাবে পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টে অনুপ্ৰাণিত হৈ বিপিএফ দলক সমৰ্থন জনাইছে।

হাগ্ৰামা মহিলাৰীৰ প্ৰতি বিটিচিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ আস্থা আছে। আমি বিটিচি বাসী ৰাইজে শান্তি আৰু সমন্বয়ৰে বসবাস কৰি থাকিব বিচাৰো। কিন্তু অসমৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হাগ্ৰামা মহিলাৰীক তুচ্ছ তাচ্ছিল্য কৰি বিটিএডিত বস বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচিবলৈ সাম্প্ৰদায়িক মন্তব্য দি ফুৰিছে। এজন শিক্ষামন্ত্ৰীৰ মুখৰ ভাষা এতিয়া বিটিচি বাসীৰ অসহ্যকৰ হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে৷

সংবাদমেলখনত তেওঁ বিটিআৰ চুক্তি খন এতিয়া নিৰ্বাচনী ইস্তাহাৰ হৈ পৰিছে বুলিও মন্তব্য কৰি আৰু কয়, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ আদি খোলাৰ বাবে এই চুক্তিখন কৰা হোৱা নাছিল। বিটিচিত শান্তি প্ৰতিষ্ঠাৰ বাবে এন ডি এফ বিয়ে অস্ত্ৰ সম্বৰণ কৰি জংঘলৰ পৰা ওলাই মূলসুঁতিলৈ উভতি আহিছে।

এই চুক্তি খন পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলিও তেওঁ সংবাদমেল খনত মন্তব্য কৰে৷ সংবাদমেল খনত পিপুলচ জইন একশ্বন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰমেশ স্বৰ্গীয়াৰীয়ে অংশ গ্ৰহণ কৰি কয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাফিকুল ইছলামৰ হত্যা কাণ্ডক আজি ৰাজনৈতিক হত্যাকাণ্ড বুলি কৈ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দুমাহৰ ভিতৰত দোষীক শাস্তি প্ৰদান কৰিব বুলি কৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে কি কৰি আছিল?

কংগ্ৰেছৰ শাসন কালত দহ বছৰ মন্ত্ৰী হৈ আৰু বিজেপিৰ শাসন কালতো মন্ত্ৰী হৈ ৰাজ্য চৰকাৰৰ সৰ্বেসৰ্বা হৈ আছে। তদুপৰি বিজেপিৰ শাসন কেন্দ্ৰ আৰু ৰাজ্যত চলি থকা সময়তো ইমান দিনে  কিয় এই ক্ষেত্ৰত একো পদক্ষেপ লোৱা নাছিল? তেওঁ বিটিচিৰ মানুহক কি বুৰ্বক বুলি ভাবিছে নেকি? গৃৃহ বিভাগৰ দায়িত্ব বিটিচিৰ হাতত নাথাকে সেই দায়িত্ব অসম চৰকাৰৰ হাতত থাকে বুলি বিটিচি বাসীয়ে ভাল ধৰণে জানে বুলিও তেওঁ কয়৷

পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় কমিটীৰ উপ মুুখ্য আহ্বায়ক বিনাৰাম বড়োই উদেশ্য ব্যাখ্যা কৰা সংবাদ মেলখনত সংগঠনটোৰ কেন্দ্ৰীয় আহ্বায়ক প্ৰমোদ বসুমতাৰীয়ে অংশ গ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয়, হাগ্ৰামা মহিলাৰীক ‘চীফ’ নকয় কি ক’ব লাগিব জনাই দিলে ভাল আছিল। অসমৰ মুুুখ্যমন্ত্ৰীক কি কয় বাৰু?

মন্ত্ৰী জনে জনা উচিত ‘চীফ’ পদবীটো হাগ্ৰামাই নিজে লোৱা এটা উপাধি নহয়। ই এটা সাংবিধানিক পদবী। হিমন্ত বিশ্ব শৰ্মাক  শিক্ষা মন্ত্ৰী বুলি নকয় ধুৰন্ধৰ মন্ত্ৰী বুলি মাতিম নেকি বুলি তেওঁ প্ৰশ্ন কৰে। আজিৰ এই সংবাদমেল খনত সংগঠনটোৰ শালবাৰী জিলা কমিটীৰ সভাপতি ৰাজেন্দ্ৰ বসুমতাৰী, মুছলপুৰ জিলা কমিটীৰ সম্পাদক নৌনগৌমা ৰামচিয়াৰীকে ধৰি ভালে কেইগৰাকী নেতাই অংশ গ্ৰহণ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTCHagrama MohilaryHimanta Biswa SarmaPeople's Joint Action Committee for Bodoland MovementPJACBM
publisher

publisher

Related Posts

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

September 4, 2026
ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা
Uncategorized

জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d