Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজনৈতিক ষড়যন্ত্ৰ নহয়, স্বেচ্ছাই অন্তৰ্ধান হৈছিল দৈমাৰীৰ পুত্ৰ

publisher by publisher
January 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
ৰাজনৈতিক ষড়যন্ত্ৰ নহয়, স্বেচ্ছাই অন্তৰ্ধান হৈছিল দৈমাৰীৰ পুত্ৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

এনিশাৰ উৎকণ্ঠা, নানা জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত উদ্ধাৰ হ’ল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দেউৰীৰ নিৰুদ্দিষ্ট পুত্ৰ । পাঁচ জানুৱাৰীত বিয়লি বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা নিৰুদ্দেশ হৈছিল প্ৰাক্তন সাংসদজনৰ পুত্ৰ অমিত ৰাজ দৈমাৰী । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হয় । আনকি কিশোৰ ছাত্ৰজন ৰাজনৈতিক বিদ্বেষৰ বলি হোৱাৰো আশংকা কৰা হৈছিল । কিন্তু আজি পুৱাৰ ভাগত অমিতক চিৰাং জিলাৰ চাপাগুৰিৰ পৰা উদ্ধাৰ কৰা হয় ।

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰৰ ৰিয়েলিটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ অমিতে পাঁচ জানুৱাৰীৰ বিয়লি ছাত্ৰাবাসৰ আন তিনিজন আবাসীৰ সহযোগত দেৱাল পাৰ হৈ পলায়ন কৰিছিল । পলায়ন কৰাৰ সময়ত তেওঁ দিল্লী বা গুৱাহাটীলৈ যাব বুলি সহপাঠীক কৈছিল । নিশা তেওঁ চিৰাং জিলাৰ চাপাগুৰিৰ ডন বস্ক’ কনিষ্ঠ মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ কোঠাত কটাইছিল ।

কালি উক্ত ছাত্ৰজনেই অমিতৰ বিষয়ে দৈমাৰীৰ পৰিয়ালক অৱগত কৰে । এক নম্বৰ চপাগুৰিৰ বাসিন্দা দিগন্ত লাৱাৰীৰ বাসগৃহতে থকা এটি ব্যক্তিগত ছাত্ৰাবাসৰ নিবাসী আৰ্ণল্ডে জনোৱা মতে, পাঁচ জানুৱাৰীৰ সন্ধিয়া তেওঁৰ এগৰাকী বান্ধৱীয়ে ফোন কৰি এজন বন্ধুক নিশাটো কটাবলৈ দিয়াৰ অনুৰোধ জনায় । সেই মৰ্মে আৰ্ণল্ডে অচিনাকি অমিতক নিজৰ কোঠাত নিশা কটোৱাৰ সুবিধা কৰি দিছিল ।

কালি পুৱা প্ৰায় ৮-৩০ বজাত অমিত কোঠাটোৰ পৰা ওলাই যায় । ইয়াৰ কিছু সময়ৰ পাছতে আৰ্ণল্ডক বাগ্সাৰ বাতৰি দেখা পাই আন দুজনমান বন্ধুৰ স’তে অমিতৰ সন্ধানত ওলাই যায়। অৱশেষত আৰ্ণল্ডে চাপাগুৰি বজাৰত অমিতক লগ পোৱাৰ পাছত তেওঁৰ পৰিয়ালক অৱগত কৰে । কিছু সময়ৰ পাছতে দৈমাৰীৰ পৰিয়ালৰ লোকে উক্ত স্থানত উপস্থিত হৈ স্থানীয় আৰক্ষীক অৱগত নকৰাকৈয়ে কিশোৰ ছাত্ৰজনক কোকৰাঝাৰলৈ নিয়ে ।

উল্লেখ্য যে পাঁচ জানুৱাৰীৰ বিয়লি অমিত নিৰুদ্দেশ হোৱাৰ পাছত এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন চৰ্চা হৈছিল । অমিতক দুৰ্বিত্তই অপহৰণ কৰাৰ সন্দেহ ঘনীভূত হোৱাৰ লগতে কিশোৰ ছাত্ৰজন ৰাজনৈতিক প্ৰতিহিংসাৰ বলি হোৱাৰো আশংকা কৰা হৈছিল । কিয়নো অমিতৰ পিতৃ এসময়ত বিপিএফ দলৰ অন্যতম শীৰ্ষ নেতাৰূপে পৰিচিত আছিল যদিও শেহতীয়া বিটিচি নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰে ।

ইয়াৰ পাছৰে পৰা প্ৰাক্তন সাংসদ দৈমাৰীৰে বিপিএফৰ প্ৰধান হাগ্ৰামা দৈমাৰীক চোকা ভাষাৰে সমালোচনা কৰি আহিছিল । এনে পৰিপ্ৰেক্ষিতত ছাত্ৰজন নিৰুদ্দেশ হোৱা ঘটনাৰ স’তে আনকি ৰাজনৈতিক ষড়যন্ত্ৰৰ আশংকা কৰিয়ে ৰাজ্যৰ গৃহ বিভাগো তৎপৰ হৈ উঠিছিল। অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰোৱা নিশাই কোকৰাঝাৰত বাহৰ পাতি ঘটনাৰ বুজ লৈ পৰিস্থিতি নিৰীক্ষণ কৰিছিল ।

চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, এই ঘটনাই দিছপুৰতো জোকাৰণি তুলিছিল; কিন্তু কালি দৈমাৰীৰ পুত্ৰৰ উদ্ধাৰ আৰু তেওঁ স্বেচ্ছাই পলায়ন কৰা বিষয়টো সদৰী হোৱাৰ লগে লগে সমস্ত জল্পনা-কল্পনাৰ অন্ত পৰে । অৱশ্যে কিশোৰ ছাত্ৰজনে এইদৰে ছাত্ৰাবাসৰ দেৱাল পাৰ হৈ কিয় পাবলগীয়া হ’ল, সেই বিষয়টোও ৰহস্যৰ আৱৰ্ততে ৰ’ল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assambiswajit deuri
publisher

publisher

Related Posts

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা
International

সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

September 17, 2026
Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ
Assam

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d