Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

    Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

    Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

    ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

    ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি

    তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মই ‘কা’ কেতিয়াও সমৰ্থন নকৰোঃ গায়ক ভাস্ক শইকীয়া

publisher by publisher
January 10, 2021
in Assam, India, News
Reading Time: 1 min read
0
মই ‘কা’ কেতিয়াও সমৰ্থন নকৰোঃ গায়ক ভাস্ক শইকীয়া
7
SHARES
65
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

‘কেব’ৰ বিৰুদ্ধে প্ৰথম গীত মইয়ে লিখিছিলো

ADVERTISEMENT

২০২১ৰ এইবাৰৰ বিধানসভা নিৰ্বাচন সুকীয়া হ’ব । জাতীয়তাবাদ আহিব নে, ‘কা’ৰ যি বতাহ বলি আছে সি কি ৰূপ ধাৰণ কৰিব সেইটো উল্লেখযোগ্য হ’ব । চলচ্চিত্ৰ জগতৰ কথা ক’বলৈ গ’লে এতিয়াটো চিনেমা হল, থিয়েটাৰ বন্ধ হৈয়ে আছে সেয়েহে বহুকেইখন চিনেমা মুক্তি দিব পৰা নাই । সেইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ হ’ব পাৰি সেইটো লক্ষ্যণীয় হ’ব । কৰ’না অতিমাৰীৰ ফলত বহুতো লোক নিবনুৱাও হ’ল । যিবোৰ যুৱক-যুৱতী অসমৰ বাহিৰত আছিল তেওঁলোকো এতিয়া অসমত ঘূৰি আহিছে । সেইসকল যুৱক-যুৱতীক কেনেদৰে কৰ্মসংস্থাপন দিব পাৰি তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব । এই বৰ্ষটো এই সকলোবোৰ সমস্যা সমাধানৰ এটা বৰ্ষ ।

মই ‘কা’ কেতিয়াও সমৰ্থন নকৰো । ‘কেব’ৰ বিৰুদ্ধে প্ৰথম গীত মইয়ে লিখিছিলো আৰু প্ৰচাৰ কৰিছিলো মাৰ্চ ২০১৮ত । গীতটোৰ নাম আছিল ‘জাগা অসমীয়া জাগা’ । তেতিয়া মানুহে কেবৰ বিষয়ে ভালকৈ জনা নাছিল । মই শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এম টেক কৰিছো । তেতিয়া দেখিছিলো যে বৰাক উপত্যকাৰ অঞ্চলবোৰত অসমীয়া ভাষাৰ মহত্বই নাই । তাতে অসমীয়া ভাষাটো লিখিতভাৱেও ব্যৱহাৰ নহয় । যদিও বৰাক উপত্যকাত বহুভাষিক লোক আছে তথাপি অসম হিচাপে অসমীয়া ভাষাৰ যি সন্মান থাকিব লাগে সেইটো সভান্য হ’লেও মোলান হৈছে বুলি মই ভাবো । ‘কেব’খনটো এতিয়া ‘কা’ হ’লেই ইয়াৰ ফলত ভৱিষ্যতে আমাৰ নিজৰ চিনাকিটো হেৰাই যোৱাৰ সম্ভাৱনা আছে ।

অনাগত দিনত ভাল ভাল গীত লিখা আৰু গোৱাৰ পৰিকল্পনা কৰিছো । গীতবোৰ ৰাইজৰ আগত উপস্থাপন কৰাৰ আশা আছে । ৰাইজে যাতে আদৰি লয় । যিহেতু মই এটা চফ্টৱেৰ কোম্পানীত কাম কৰি আছো । সেয়ে তলাবন্ধৰ বাবে বন্ধ হৈ পৰা বহুতো কাম এতিয়া সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম । শেহতীয়াকৈ ‘মৰো মৰো লাগে’ বুলি এটি গীত মুকলি কৰিছো । নতুনকৈ মোৰ আদিবাসী গীত এটা আহি আছে ‘৪৪০ ভল্ট’ বুলি । আগন্তুক মাহৰ শেষৰ ফালে মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো ।

মই অসমবাসীক ক’ব বিচাৰো যে নিজৰ জাতিটোৰ বাবে কাম কৰিব লাগে । সকলোৱে ইজনে সিজনক সহায় কৰিব লাগে । মানুহবোৰ অলপ উদাৰ মনোভাৱৰ হ’ব লাগে । উদাৰ মনোভাৱ থাকিলে পৃথিৱীখনৰ উন্নতি হ’ব । উদাৰ কেৱল মানুহৰ বাবেই নহয় পশু-পক্ষী, জীৱ-জন্তু, গছ-গছনি সকলোৰে বাবে হ’ব লাগে । নৱ প্ৰজন্মই বহুত ভাল ভাল কাম কৰি আছে। তেওঁলোক বহুত আগবাঢ়া হয় । মই ভাবো বহুত উদাৰ মনোভাৱৰো হয় ।

বিগত বৰ্ষটো মোৰ ব্যক্তিগতভাৱে খুব বেছি বেয়া যোৱা নাই । কিন্তু বেয়া লাগিছে যে কৰ’না অতিমাৰীৰ ফলত বহুতো লোকে প্ৰাণ হেৰুৱাইছে । ব্যক্তিগতভাৱে এই কাৰণেই ভাল বুলি ক’ম মোৰ এটা গীত আছিল ‘বহাগ আহিল’ বুলি সেইটো ৰাইজে আদৰি লৈছে । তলাবন্ধৰ সময়ত পঢ়িবলৈ আৰু বহু নজনা কথা শিকিবলৈ সময় পালো ।

মই চফ্টৱেৰ ইঞ্জিনিয়াৰ সেয়েহে মোৰ জীৱিকাত অতিমাৰীয়ে সিমান প্ৰভাৱ পেলোৱা নাছিল । কাৰণ, হাতত এটা লেপটপ হ’লেই মোৰ সকলোবোৰ কাম হৈ যায় । মই ঘৰৰ পৰাই কাম কৰি আছিলো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamvasco saikia
publisher

publisher

Related Posts

সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক
International

সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

September 16, 2026
পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ
India

পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

September 16, 2026
Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত
Assam

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

September 16, 2026
Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ
Assam

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

September 16, 2026
Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত
Assam

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

September 16, 2026
ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক
Assam

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d