Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱত স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল

publisher by publisher
January 18, 2021
in Assam, India, News
Reading Time: 1 min read
0
নগাঁৱত স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

নগাঁও আৰক্ষীৰ জালত পৰিল স্বাস্থ্য বিভাগৰ চাকৰিৰ নামত একাংশ নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এক প্ৰৱঞ্চকৰ দল নিজকে স্বাস্থ্য বিষয়া বুলি পৰিচয় দি নগাঁও জিলাৰ বিভিন্ন নিবনুৱাৰ পৰা অবাধে ধন সংগ্ৰহ কৰিছিল এই প্ৰৱঞ্চক চক্ৰটোৱে আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চক কেইজন হৈছে ভবেশ কালিন্দী, শ্বহীদুল ইছলাম ওৰফে বাব্লু, বিক্ৰম কালিন্দী আৰু নছৰ ৱাহিদ।

ADVERTISEMENT

নগাঁৱৰ চামগুৰি আৰু আমনিৰ এই চক্ৰটোৱে বিগত কিছুদিন ধৰি স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে। অভিযোগ অনুসৰি, এই প্ৰৱঞ্চকৰ দলটোৱে শেহতীয়াকৈ নগাঁও জিলাৰ চামগুৰিৰ তৰুণ চন্দ্ৰ নাথ নামৰ এগৰাকী লোকৰ পৰাও স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত এক লাখ ৮২হেজাৰ টকা দাবী কৰিছিল ।

চৰকাৰী চাকৰিৰ মোহত পৰি যুৱক জনে প্ৰৱঞ্চক দলটোৰ জালত পৰি তেওঁ কেইবাটাও কিস্তিত প্ৰৱঞ্চকৰ দলটোক লক্ষাধিক টকা আদায় দিয়ে যদিও চাকৰিৰ কোনো উমঘাম নোপোৱাত সন্দেহ ওপজে। পাছত যুৱক জনে তেওঁক প্ৰৱঞ্চনা কৰা বুলি নিশ্চিত হোৱাৰ পাছত চাকৰিৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি ধৃত লোক কেইজনৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

নগাঁও আৰক্ষীয়ে সেই এজাহাৰৰ ভিৰ্তিত নগাঁও সদৰ আৰক্ষী থানাত ১০৪/২০২১নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰি তদন্ত আৰম্ভ কৰে। ইপিনে,কালি প্ৰৱঞ্চকৰ দলটোৱে নাথৰ পৰা অন্তিম কিস্তিৰ ধন নিবলৈ অহাৰ কথা জনায়।এই বিষয়ে ভুক্তভোগীয়ে নগাঁও আৰক্ষীক অৱগত কৰায়।সেই মৰ্মে কালি সন্ধিয়া নাথৰ ঘৰৰ পৰা টকা নিবলৈ আহোতেই নগাঁও নগৰ আৰক্ষীয়ে পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত প্ৰৱঞ্চক দলটোৰ বিক্ৰম কালিন্দীক গ্ৰেপ্তাৰ কৰে।

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা আভিযান চলাই ভুৱা স্বাস্থ্য বিষয়া তথা প্ৰৱঞ্চকৰ দলটোৰ আন তিনি জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চকৰ দলটোৰ দুজনৰ ঘৰ চামগুৰিৰ আমনিত আৰু আন দুজনৰ ঘৰ ৰূপহীত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইপিনে, ধৃত প্ৰৱঞ্চকৰ দলটোক আৰক্ষীয়ে মাৰাথান জেৰাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও নগৰ আৰক্ষীৰ টি এছ আই কুন্দন ৰবি দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaon
publisher

publisher

Related Posts

তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি
Assam

September 16, 2026
দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক
India

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

September 16, 2026
Assam

September 16, 2026
আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা
Assam

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

September 16, 2026
Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d