Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি ধিঙত উত্তপ্ত পৰিস্থিতি

publisher by publisher
January 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি ধিঙত উত্তপ্ত পৰিস্থিতি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

https://dainikagradoot.in/wp-content/uploads/2021/01/WhatsApp-Video-2021-01-19-at-4.37.50-PM.mp4

ধিং সোণাৰী গাঁৱৰ এজন যুৱকক গুলিয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি ধিঙত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, ধিং জাজৰী সংযোগী  গড়কাপ্টানী পথৰ ধিঙৰ সোনাৰী গাৱঁৰ দলঙৰ সমীপত যোৱা ছয় জানুৱাৰীৰ সন্ধ্যা বাইকত অহা অচিনাক্ত আটককাৰীয়ে বেছামাৰীৰ চোহেল আহমেদ নামৰ এজন যুৱকক মূৰত গুলিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ADVERTISEMENT

পাছত গুলিৰ শব্দ শুনি ঘটনাস্থলীত ওচৰ চুবুৰীয়া আহি চিঞৰ-বাখৰ কৰাত পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। উপস্থিত ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুলিবিদ্ধ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মেগজিন।

পৰৱৰ্তী সময়ত এই যুৱকজনৰ স্বাস্থ্য অৱস্থা অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । এই সমগ্র ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পিছদিনাই ধিং থানাত এখন এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত আটক নহ’ল। ইফালে যোৱা এটা পষেকে মৃত্যুৰ স’তে যুঁজ দি থাকি কালি মৃত্যু হয় যুৱকজনৰ। যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত অঞ্চলজুৰি এক চেপা উত্তেজনা বিৰাজ কৰে।

আজি যুৱকজনৰ মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে গাঁওবাসীয়ে মৃতদেহ গাড়ীত লৈ এক প্ৰতিবাদী সমদল উলিয়াই । বেছামাৰীৰ পৰা প্ৰায় সাত কিলোমিটাৰ পথ অতিক্রম কৰি আহি ধিং বজাৰত এইসকল প্ৰতিবাদকাৰীয়ে অভিযুক্তক আটক কৰি ফাঁচিৰ দাবী তুলি ৰাজপথ উত্তাল কৰে।

য’ত অংশ লয় স্কুলীয়া ছাত্র-ছাত্রীয়েও। ৰাজপথত মৃতদেহ লৈ শশ প্ৰতিবাদ কাৰীয়ে বহু সময় ধৰি ৰাজপথ অৱৰোধ কৰাত ব্যপক যান-জটৰ সৃষ্টি হয়। পৰিস্থিতিৰ ক্ৰমান্বয়ে অধিক অৱনতি ঘটাত লগে লগে ঘটনাস্থলীত উপস্থিত হয় ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ লগতে নগাঁও জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া। নগাঁও জিলা উচ্চ পদস্থ আৰক্ষী বিষয়াই অতি শীঘ্রই অভিযুক্তক আটক কৰা আশ্বাস প্রদান কৰাতহে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDhingNagaon
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d