Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

publisher by publisher
January 29, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
চিৰাঙত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

উত্তৰ অঞ্চলৰ পৰা উন্নয়ন আৰম্ভ কৰিছোঃ প্ৰমোদ বড়ো

ADVERTISEMENT

চিৰাং জিলাৰ বিজনী মহকুমাৰ অধীনৰ কয়লা ময়লাত আজি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আদৰ্শ মহাবিদ্যালয় এখনৰ আধাৰশিলা স্থাপন কৰে । সেই উপলক্ষে আয়োজিত সভাত উপস্থিত থাকি মন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে যে, বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হৈছে যাতায়াত, নদীৰ গৰাখহনীয়া, স্বাস্থ্য ব্যৱস্থা আৰু ভূমিৰ অধিকাৰ । তেঁও শিক্ষা, ক্ৰীড়া, সংস্কৃতি ৰক্ষাৰে মানৱ সম্পদ গঢ়ি পৰিকল্পিত কাম কৰাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে ।

তেঁও পাঁচ বছৰৰ ভিতৰত বিটিআৰ অঞ্চলৰ উন্নয়ন সধাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । কোকৰাঝাৰত ইতিপূৰ্বে চৰকাৰী মহাবিদ্যালয় স্থাপন হোৱাৰ পাছত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় কয়লা ময়লাত স্থাপন কৰা হ’ব । পৰৱৰ্তী সময়ত তামুলপুৰ আৰু ওডালগুৰিতো দুখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে ।

চিৰাঙৰ কয়লা ময়লাৰ লন্ঠিবাৰীত স্থাপন হ’বলগীয়া নিছিমা আদৰ্শ মহাবিদ্যালয়খন অহা ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পাছতে কলা আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয়খনৰ শিক্ষা বৰ্ষ আৰম্ভ হ’ব । মন্ত্ৰী ড° শৰ্মাই পৰৱৰ্তী সময়ত বিটিআৰৰ ৪০ টা সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও ব্যক্ত কৰে ।

বিটিআৰৰ মুখ্য প্ৰমোদ বড়োই খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমিৰ পট্টা প্ৰদান কৰি যুগান্তকাৰী কাম কৰাৰ বিপৰীতে একাংশ লোকে উচ্ছদ কৰিব বুলি প্ৰচাৰ চলোৱা কাৰ্যৰ বিৰোধিতা কৰে । ইপিনে, মন্ত্ৰী ড° শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত বিটিআৰ অঞ্চলত ইউপিপিএলৰ নেতৃত্বত বিজেপি আৰু জিএছপিয়ে নিৰ্বাচনী মিত্ৰতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই দেশে স্বাধীনতা লাভৰ পাছত কয়লা ময়লাত প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হোৱাই অঞ্চলটোলৈ আমূল পৰিৱৰ্তন আনিব বুলি মত ব্যক্ত কৰে । তেঁও কয় যে, বিটিচিৰ শাসকীয় বিপিএফ দলে শিক্ষা অনুষ্ঠান অনাত ব্যৰ্থ হৈছে । নিছিমা অঞ্চলৰ শিক্ষাৰ্থী সকলে বিজনী আৰু বঙাইগাঁও মহাবিদ্যালয়ত ১৭-২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল ।

বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত শান্তি ঘূৰি অহাৰ পাছত বিটিচি প্ৰশাসনে সকলো জাতি-গোষ্ঠীৰ মাজত উন্নয়নৰ কাম কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে । সম্প্ৰতি বিটিআৰত উত্তৰ অঞ্চলৰ পৰা উন্নয়নৰ কাম আৰম্ভ কৰা হ’ব বুলিও মত ব্যক্ত কৰে বড়োৱে ।

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, উপাধ্যক্ষ অভিৰাম মহানায়ক, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস উপস্থিত থাকে ।

লগতে কেবা হেজাৰ লোক উপস্থিত থকা অনুষ্ঠানত সাংস্কৃতিক কাৰ্যক্ৰম প্ৰদৰ্শন কৰা হয় । সভাৰ আদৰণি ভাষণ প্ৰদান কৰে চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: chirang assamHimanta Biswa SarmaPramod BoroRanjit Basumatary
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d