●বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১২ হেজাৰ ৯২৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি, মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ৭১ হেজাৰ ২৯৪ জন ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৫ হেজাৰ ৩৬০ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘণ্টাত ১০৮ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
●ইতিমধ্যে ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি পাঁচ লাখ ৭৩ হেজাৰ ৩৭২ জন ।
●বিগত ২৪ ঘণ্টাত ১১ হেজাৰ ৭৬৪ জন লোক ক’ভিডমুক্ত হৈছে ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৪২ হেজাৰ ৫৬২ জন ।
ADVERTISEMENT
































