আজি বিধানসভাত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
ADVERTISEMENT
আজি মাজনিশাৰ পৰা কমিব পেট্ৰ’ল -ডিজেলৰ লগতে সুৰাৰ মূল্য।
পেট্ৰ’ল -ডিজেল প্ৰতিলিটাৰত হ্ৰাস পাব পাঁচ টকাকৈ।
লগতে সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰ উঠাই দিয়া হৈছে বুলি ঘোষণা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।





























