Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ

publisher by publisher
June 8, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ADVERTISEMENT

● ৰাজ্যৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ বাবে পূৰ্বৰ ‘অসম ৰত্ন’ বঁটাৰ লগতে অসম চৰকাৰে আৰু তিনিটা নতুন বঁটা প্ৰৱৰ্তনৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
1. অসম ৰত্ন বঁটাঃ এতিয়াৰে পৰা অসম ৰত্ন বঁটা পূৰ্বৰ তিনি বছৰৰ পৰিৱৰ্তে বছৰি প্ৰদান কৰা হ’ব । প্ৰতি বছৰে এগৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰিবলগীয়া এই ধনৰাশিৰ পৰিমাণ হ’ব পাঁচ লাখ টকা ।
2. অসম বিভূষণ বঁটাঃ এই বঁটা প্ৰতি বছৰে পাঁচগৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হ’ব । বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব তিনি লাখ টকা ।
3. অসম ভূষণ বঁটাঃ এই বঁটা প্ৰতি বছৰে পাঁচগৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হ’ব । বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব দুই লাখ লাখ টকা ।
4. অসমশ্ৰী বঁটাঃ প্ৰতি বছৰে ১০ গৰাকীকৈ ব্যক্তিক প্ৰদান কৰিবলগীয়া এই বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব এক লাখ টকা ।

Cabinet Decision 

উপৰোক্ত বঁটাসমূহ প্ৰতি বছৰৰ অসম দিৱসৰ দিনা প্ৰদান কৰা হ’ব । এই বঁটাসমূহৰ প্ৰাপকসকলে চৰকাৰৰ পৰা আন কেতবোৰ সা-সুবিধাও লাভ কৰিব । তেওঁলোকৰ জটিল ৰোগৰ সমস্যাত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব । অসম ভৱনৰ লগতে চৰকাৰী অতিথিশালাত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হ’ব । সেইদৰে আগতীয়া জাননী সাপেক্ষে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধাও আগবঢ়োৱা হ’ব ।

● প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা চৰকাৰে প্ৰদান কৰা সাহিত্য, ক্ৰীড়া আৰু শিল্পী পেঞ্চন প্ৰদানৰ সময় আজি কেবিনেটে পূৰ্বতকৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি –
1. প্ৰতি বছৰে সাত ডিচেম্বৰত কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ দিনা সাহিত্যিক পেঞ্চন প্ৰদান কৰা হ’ব ।
2. অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস তিনি ছেপ্তেম্বৰৰ দিনা বছৰটোৰ ক্ৰীড়া পেঞ্চনসমূহ প্ৰদান কৰা হ’ব ।
3. প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱসৰ দিনা বছৰটোৰ শিল্পী পেঞ্চনসমূহ প্ৰদান কৰা হ’ব ।

এই বঁটাসমূহ প্ৰদান কৰাৰ পূৰ্বে ঘোষণা কৰা হ’ব ।

● বটদ্ৰৱা থানৰ প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ৩৫ বিঘা দুই কঠা দুই লেচা ভূমি সংযোজনক আজি কেবিনেট অনুমোদন জনায় । সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰতি মাহে এই প্ৰকল্পৰ পৰ্যালোচনা কৰিব আৰু প্ৰকল্পৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাটো নিশ্চিত কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d