Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক’ভিড জয় কৰি ঘৰলৈ উভতিল গহপুৰৰ ৯৫ বছৰীয়া আইতা চিলচিলি দাস

সকলোকে ক'ভিড বিধি মানি চলাৰ আহ্বান আইতাৰ

publisher by publisher
June 25, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
ক’ভিড জয় কৰি ঘৰলৈ উভতিল গহপুৰৰ ৯৫ বছৰীয়া আইতা চিলচিলি দাস
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

Gohpur:গহপুৰ কলাবাৰী মিকিৰবৰা চুকৰ আকাংক্ষা ভূঞা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ 

Gohpur:গহপুৰত বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ধনশ্ৰী সমষ্টিৰ EM ফ্ৰেচ মোচাহাৰী

গহপুৰ মহকুমাত ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাৰ সময়তে এগৰাকী ৯৫ বছৰীয়া আইতাই ক’ভিডক জয় কৰি ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা সুস্থ হৈ সুকলমে নিজ গৃহলৈ উভতি অহাৰ খবৰে ক’ভিড ৰোগী, ক’ভিড যোদ্ধাসকলৰ লগতে ৰাইজৰ মনোবল তথা সাহস বৃদ্ধি কৰিছে । উল্লেখ্য যে মহকুমাটেৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডিপৰাৰ গাঁৱৰ ৯৫ বছৰীয়া আইতা চিলচিলি দাস কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱাত আইতাক কলাবাৰী আদৰ্শ চিকিৎসালয়ত থকা ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন কৰা হয় ।

ADVERTISEMENT

কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ চিকিৎসা সেৱা তথা আদৰ যত্নত কম দিনৰ ভিতৰতে আইতাই ক’ভিডক জয় কৰিবলৈ সক্ষম হয় । অদম্য সাহস আৰু মনোবলৰ গৰাকী আইতাগৰাকীয়ে প্ৰায় এসপ্তাহ ক’ভিড কেয়াৰ চেন্টাৰত থকাৰ পাছত ক’ভিডমুক্ত হৈ শেহতীয়াকৈ নিজ গৃহলৈ সুস্থ শৰীৰে ঘূৰি আহিবলৈ সক্ষম হৈছে । ঘৰলৈ ঘূৰি আহি আইতাই সম্প্ৰতি টিভি চোৱা, স্বাস্থ্য বিধিৰ কিতাপ পঢ়া আদিত ব্যস্ত হৈ পৰিছে ।

অতিমাৰী ক’ভিডত আক্ৰান্ত হোৱা স্বত্বেও অদম্য সাহস আৰু মনোবল অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা এইগৰাকী ৯৫ বছৰীয়া আইতা এতিয়া সাহস, মনোবল তথা অনুপ্ৰেৰণাৰ প্ৰতীকস্বৰূপ হৈ পৰিছে ক’ভিড ৰোগীসকলৰ বাবে । ক’ভিড ৰোগীসকলক সাহস তথা মনোবল অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে আইতাই প্ৰতিগৰাকী ব্যক্তিক ক’ভিড ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশণাসমূহ সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনাইছে ।‌ আইতা সুস্থ হৈ ঘৰলৈ ঘূৰি অহাত স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে আইতাৰ দীৰ্ঘায়ু কামনা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Gohpur
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d