Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সকলো বিভাগৰ পদৰ পৰীক্ষা হ’ব একেলগে

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ গঠনত অনুমোদন বিধানসভাৰ

publisher by publisher
December 24, 2021
in Assam, India, News
Reading Time: 1 min read
0
সকলো বিভাগৰ পদৰ পৰীক্ষা হ’ব একেলগে
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তিৰ বাবে ‘দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিছনচ্ ফৰ এনালগাচ্ পোষ্টছ’ বিধেয়কত কালি বিধানসভাই অনুমোদন দিয়ে । শাসক-বিৰোধীয়ে সহমতেৰে বিধায়কখনত অনুমোদন দিয়াৰ পাছত যিকোনো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাছনি পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়া একেলগে অনুষ্ঠিত হ’ব । এই আয়োগৰ জৰিয়তে বিজেপি চৰকাৰে নিৰ্বাচনত এক লাখ নিবনুৱাক নিযুক্তি দিয়া প্ৰক্ৰিয়া প্ৰথমে সম্পন্ন হ’ব বুলি বিধানসভাত সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ADVERTISEMENT

উক্ত বিধেয়কখন অনুমোদনৰ বাবে বিধানসভাত উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘যদিও আমি এক লাখ নিযুক্তিৰ কথা কৈছো কিন্তু প্ৰকৃততে ৫০ হেজাৰ পদৰ বাবে আয়োগে প্ৰথমে কাম কৰাৰ সুযোগ পাব । কাৰণ অহা মে’ৰ ভিতৰত আমাৰ ৫০ হেজাৰ নিযুক্তি সম্পূৰ্ণ হৈ যাব । যদিহে আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত আয়োগখন সফল হয় তেন্তে ‌ইয়াৰ কাৰ্যকাল দীঘলীয়া সময়ৰ বাবে বৃদ্ধি কৰা হ’ব । আমি পৰীক্ষামূলকভাৱেহে প্ৰথমতে ৫০ হেজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো শেষ কৰিব বিচাৰিছো । এই আয়োগ গঠনৰ পাছত সকলো বিভাগৰ বাছনি পৰীক্ষা একেলগে হ’ব । ইউপিএছচিৰ আৰ্হিত প্ৰাৰ্থীয়ে আবেদনপত্ৰত বিভাগবোৰ ক্ৰম অনুসৰি বাছনি কৰিব লাগিব । অৱশ্যে এই আয়োগৰ দ্বাৰা অকাৰিকৰী খণ্ডৰ নিযুক্তিকহে পৰীক্ষামূলক প্ৰক্ৰিয়াটোত সামৰি লোৱা হ’ব । কাৰিকৰী ক্ষেত্ৰৰ নিযুক্তি প্ৰক্ৰিয়া অলপ বেলেগ ।’

বিধেয়কখন অনুমোদনৰ পুৰ্বে একাংশ বিধায়কে জিলা ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰাত চৰকাৰক দাবী জনায় । বিৰোধীৰ কমলাক্ষ্য দে পুৰকায়স্থ, শ্বেৰমান আলী আহমেদ আদিকে ধৰি কে’বাজনো বিধায়কে যুক্তি দৰ্শায় যে জিলা ভিত্তিত বাছনি পৰীক্ষা পাতিলেহে তেনে জিলাবোৰৰ প্ৰাৰ্থীসকল লাভবান হ’ব । প্ৰকাৰান্তৰে পদবোৰ জিলা ভিত্তিত সংৰক্ষণৰ প্ৰস্তাৱ দিয়ে এই বিধায়কসকলে ।

কিন্তু মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱ নাকচ কৰি কয়, ‘সংবিধানে ধাৰ্য কৰি দিয়া অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদি শিতানতে পদ সংৰক্ষণ হ’ব । জিলা ভিত্তিত সংৰক্ষণৰ কথা আহিব নোৱাৰে । ব্যক্তিগতভাৱে ম‌ই বৰাকৰ পদবোৰ বৰাকৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰাত আগ্ৰহী যদিও সেয়া নিয়মৰ ভিতৰত নপৰে । প্ৰাৰ্থীয়ে আবেদনৰ সময়ত নিজৰ পছন্দৰ জিলা বাছনি কৰিব পাৰিব ।’

বাছনি পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিয়ে অনুষ্ঠিত কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় । আয়োগখন তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Combined Competitive ExamsHimanta Biswa Sarma
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d