Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Accident : দেওঘৰৰ ত্রিকূট পাহাৰত ৰোপৱে দুর্ঘটনা ! মৃত্যু দুই মহিলাৰ, এতিয়াও আবদ্ধ ৪৭ পর্যটক

publisher by publisher
April 11, 2022
in India, News
Reading Time: 1 min read
0
Accident : দেওঘৰৰ ত্রিকূট পাহাৰত ৰোপৱে দুর্ঘটনা ! মৃত্যু দুই মহিলাৰ, এতিয়াও আবদ্ধ ৪৭ পর্যটক
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

দেওঘৰৰ ত্রিকূট পাহাৰত ভয়াবহ ৰোপৱে দুর্ঘটনা । এই দুৰ্ঘটনাত দুই মহিলাৰ মৃত্যু হৈছে । গুৰুতৰভাৱে আহত ১০ জন । আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে ।

ADVERTISEMENT

দেওবাৰে সন্ধিয়া এই দুর্ঘটনা সংঘটিত হৈছে । তাৰ পাছৰ পৰা সোমবাৰ দুপৰীয়া পর্যন্ত ৪৭ জন এই ৰোপৱেত আবদ্ধ হৈ আছিল ।

দুর্ঘটনাৰ খবৰ পাই তৎপৰ হৈছে প্রশাসন । ঘটনাস্থলত উপস্থিত হৈছে প্রশাসনিক বিষয়াসকল । তলব কৰা হেছে দুৰ্ঘটনা প্ৰশমন বাহিনীকো । লগতে সেনা আৰু অৰ্ধসেনা মোতায়েন কৰা হৈছে । উদ্ধাৰকাৰ্যত নামিছে বায়ুসেনাৰ দুটা কপ্টাৰ ।

দেওঘৰত এটা পাহাৰৰ পৰা অন্য পাহাৰত যাবৰ বাবে এই ৰোপৱে ব্যৱহাৰ কৰা হয় । পর্যটকসকলৰ বাবে এই ৰোপৱে যাত্রা বেছ জনপ্রিয়ও । প্রাথমিকভাৱে জানিব পৰা গৈছে, দেওবাৰে সন্ধিয়া ত্রিকূট পাহাৰৰ এই ৰোপৱেৰ দুটা ট্রলিত সংঘর্ষ হয় । ফলত দুই পর্যটকৰ মৃত্যু হয় আৰু ১২টা ট্রলিত আবদ্ধ হৈ পৰে মুঠ ৪৮ জন পর্যটক । তেওঁলোক গোটেই নিশা এই ৰোপৱেতে আবদ্ধ হৈ থাকে ।

উদ্ধাৰকাৰ্যত নামিছে বায়ুসেনাৰ কপ্টাৰ । কিন্তু তীব্ৰ বতাহৰ বাবে ব্যাহত হৈছে উদ্ধাৰকাৰ্য । সম্প্ৰতি ৰোপৱে সেৱা বন্ধ ৰখা হৈছে ।

সোমবাৰে বিয়লি এই প্রতিবেদন লিখা পর্যন্ত আবদ্ধ হৈ থকা পর্যটকসকলক পানীৰ যোগান ধৰা হৈছে । দেওবাৰে সন্ধিয়া দুর্ঘটনাৰ পাছতো ঘটনাস্থলত কোনো চৰকাৰী বিষয়া বা ৰাজ্যৰ মন্ত্রী উপস্থিত হোৱা নাই বুলি অভিযোগ । যদিও সেই অভিযোগ খাৰিজ কৰিছে ঝাড়খণ্ডৰ মন্ত্রী হাফিজুল হাছানে । তেওঁ কয়, ‘‘পুৱাৰ পৰা উদ্ধাৰকাৰ্য চলিছে । ম‌ই ঘটনাস্থলত উপস্থিত হৈছো ।’’

ঝাড়খণ্ডৰ পর্যটন বিভাগৰ সচিব অমিতাভ কৌশলে কয়, ‘‘এতিয়াও ট্রলিত ৪৮ জন আবদ্ধ হৈ আছে । ইয়াৰ উপৰি ১০ জন আহত হৈছে । সম্প্ৰতি এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।’’ ঘটনাৰ তদন্তৰ নির্দেশ দিয়া হ’ব বুলি ঝাড়খণ্ড ৰাজ্য প্রশাসন সূত্রে জানিব পৰা গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACCIDENTDeoghar Ropeway
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d