Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

KK Death : জনপ্ৰিয় সংগীত শিল্পী কেকে-ক গান ছেল্যুটেৰে বিদায়

publisher by publisher
June 1, 2022
in Entertainment, India, News
Reading Time: 1 min read
0
KK Death : জনপ্ৰিয় সংগীত শিল্পী কেকে-ক গান ছেল্যুটেৰে বিদায়
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সংগীতশিল্পী কেকে-ৰ আকস্মিক মৃত্যুত শোকস্তব্ধ সমগ্ৰ ভাৰত । টুইটাৰত শোকপ্রকাশ কৰিলে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে । তেওঁ শিল্পীৰ পৰিয়ালক সমবেদনা জনাইছে । লগতে জনালে দমদমত গান ছেল্যুট দিয়া হ’ব প্রয়াত বলিউড শিল্পীগৰাকীক । মুখ্যমন্ত্রীয়ে আৰু জনায়, কলকাতাৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালক গোটোৱাৰ প্ৰস্তুতি চলাইছে প্রশাসনে ।

ADVERTISEMENT

বুধবাৰে বাঁকুৰাৰ কর্মীসভাৰ পৰা মমতাই কয়, ‘‘কেকে-ৰ পত্নীৰ স’তে ম‌ই ফোনত কথা পাতিছো । ম‌ই চেষ্টা কৰিছো অন্তত যদি শেষবাৰ দেখা হয় । যদি বতৰ ভালে থাকে অণ্ডালৰ পৰা বিমানত দমদম যাম । তাত আমি তেওঁৰ স্মৃতিৰ উদ্দেশ্যে আৰক্ষীক গান ছেল্যুট কৰাম । কাৰণ তেওঁ এজন কৃতী শিল্পী আৰু যুৱপ্ৰজন্মৰ অতি প্রিয় । বলিউডৰ পৰা টলিউড সকলোতে তেওঁ অতি জনপ্রিয় আছিল । তেওঁৰ বহু জনপ্ৰিয় গীত আছে । সেয়ে বৈঠকটো ম‌ই সংক্ষিপ্ত কৰিবলগীয়া হৈছে ।’’

টুইটাৰত মুখ্যমন্ত্রীগৰাকীয়ে লিখে, ‘বলিউড প্লেবৈক গায়ক কেকে-ৰ আকস্মিক আৰু অকাল মৃত্যুত আমি হতচকিত আৰু মর্মাহত । মোৰ সহকর্মীসকলে কালি (মঙলবাৰে) নিশাৰ পৰা কাম কৰিছে, যাতে প্রয়োজনীয় আনুষ্ঠানিকতা, আচাৰ-অনুষ্ঠান মানি কাম হয় । শিল্পীৰ পৰিয়ালক সমস্ত প্রয়োজনীয় সহায়তা দিয়া হৈছে । তেওঁৰ পৰিয়ালক গভীৰ সমবেদনা জনাইছো ।’

The sudden and untimely demise of the Bollywood playback singer KK shocks and saddens us. My colleagues have been working from last night to ensure that all requisite support is given for necessary formalities, his rites and to his family now. My deep condolences.

— Mamata Banerjee (@MamataOfficial) June 1, 2022

তথ্য অনুসৰি, ইতিমধ্যে কেকে-ৰ পত্নী আৰু পুত্ৰ কলকাতাত উপস্থিত হৈছে । উল্লেখ্য, কলকাতাত গীতৰ অনুষ্ঠান কৰিবলৈ আহিছিল কেকেয়ে । গুৰুদাস কলেজৰ অনুষ্ঠানত মঞ্চত গীত গোৱাৰ পাছত হোটেলত গৈ তেওঁ অসুস্থ হৈ পৰে । ততাতৈয়াকৈ তেওঁক হাস্পাতালত ভর্তি কৰা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে । শিল্পীৰ অকালপ্রয়াণত শোকস্তব্ধ সমগ্ৰ দেশ । বলিউডৰ উপৰিও, ৰাজনৈতিক ব্যক্তিত্বসকলেও কেকে-ৰ অকাল মৃত্যুত মর্মাহত । টুইটাৰত শোকপ্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ।

Saddened by the untimely demise of noted singer Krishnakumar Kunnath popularly known as KK. His songs reflected a wide range of emotions as struck a chord with people of all age groups. We will always remember him through his songs. Condolences to his family and fans. Om Shanti.

— Narendra Modi (@narendramodi) May 31, 2022

Krishnakumar Kunnath, fondly known as KK, was one of the most versatile singers of the Indian music industry. His soulful voice gave us many memorable songs.

Saddened by the news of his untimely demise last night. My heartfelt condolences to his family & fans across the world. pic.twitter.com/7Es5qklcHc

— Rahul Gandhi (@RahulGandhi) June 1, 2022

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KKMamata BanerjeeNarendra Modipasses awayRahul Gandhisinger
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d