Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সামাজিক ন্যায় আৰু সৱলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই

দিব্যাংগসকলৰ বাবে থকা চৰকাৰী ব্যৱস্থাসমূহৰ সুচাৰু ৰূপায়ণৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ

publisher by publisher
June 14, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
সামাজিক ন্যায় আৰু সৱলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান কৰা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আজি বিভাগীয় বিষয়াসকলৰ পৰা বিভাগটোৰ বিভিন্ন কাম কাজৰ বুজ লয় । জনতা ভৱনস্থিত নিজা কাৰ্যালয়ত অনুস্থিত বৈঠকখনত বিভাগীয় সচিব তথা সঞ্চালকৰ পৰা মন্ত্ৰী হাজৰীকাই আজি দিব্যাংগসকলৰ বাবে থকা চৰকাৰী আঁচনি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ লৈ এই সুবিধাসমূহৰ উপযুক্ত তদাৰকৰ বাবে ব্যৱস্থা ল’বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

ADVERTISEMENT

উল্লেখযোগ্য যে অসম চৰকাৰৰ অধীনত ইতিমধ্যে কে’বাটাও স্থানত দিব্যাংগসকলৰ বাবে বিদ্যালয় আদি থকাৰ ওপৰিও ৰাজ্যখনৰ তিনিটা স্থানত বৃদ্ধাশ্ৰম আছে । এই বিদ্যালয় তথা বৃদ্ধাশ্ৰমসমূহ পৰিষ্কাৰ পৰিচন্নকৈ ৰাখি সুপৰিচালনা কৰিবৰ বাবে বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । আমাৰ অনুষ্ঠান এটা পৰিষ্কাৰকৈ ৰাখিবলৈ বিশেষ পুঁজিৰ দৰকাৰ নপৰে, মাথো আমাৰ বিষয়া কৰ্মচাৰীসকলে মন কৰিলেই এই কাম কৰিব পাৰে, মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক উদ্দেশ্যি কয় ।

আজিৰ বৈঠকতে মন্ত্ৰী হাজৰীকাই অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা চৰকাৰী সুবিধাসমূহৰো বুজ লয় । বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা জলপানিৰ বিষয়ে বুজ লৈ এই ক্ষেত্ৰত পাবলগীয়া কোনো লোকেই যাতে জলপানিৰ পৰা বঞ্চিত হ’বলগা নহয় তাৰ বিষয়ে চকু দিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । আনহাতে, জলপানিৰ বাবে অনলাইন পঞ্জীয়ন কৰিবলৈ অসুবিধা পোৱা ছাত্ৰ-ছাত্ৰীসকলক জলপানিৰ আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে অনলাইন পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে ।

আজিৰ বৈঠকত মন্ত্ৰী হাজৰীকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ পৰা অতি কম সংখ্যকেহে সফলতা লাভ কৰাৰ বিষয়ত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে । উল্লেখযোগ্য যে লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অনুসূচীত জাতি আৰু আন পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মূল পৰীক্ষালৈ প্ৰস্তুতি চলাবলৈ অসম চৰকাৰৰ ফালৰ পৰা বিশেষ জলপানিৰ ব্যৱস্থা আছে ।

আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰয়োজন সাপেক্ষে এই জলপানিৰ পৰিমাণ বৃদ্ধি কৰি প্ৰাৰ্থীসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব পৰাকৈ নীতি প্ৰস্তুত কৰিবলৈও বিভাগীয় বিষাসকলক নিৰ্দেশ দিয়ে । অতি সোনকালেই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সকলো কাম আৰু দিশৰ ওপৰত এক বিশেষ পৰ্যালোচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaPijush Hazarika
publisher

publisher

Related Posts

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d