Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ মাজেৰে কৌশলেৰে মণিপুৰলৈ কৃষকৰ বাবে আবণ্টিত ইউৰিয়া সৰৱৰাহ

ঝাৰখণ্ডৰ পৰা পৰিচালিত হয় ইউৰিয়াৰ বৃহৎ চিণ্ডিকেট

publisher by publisher
September 13, 2022
in India, Assam, News
Reading Time: 1 min read
0
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Road Accident in Bokajan:বোকাজানত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰিগৰাকী মহিলা, শিশু সহ দহগৰাকী আহত

Illegal Posta seized in Bokajan:বোকাজানত বুজন পৰিমাণৰ অবৈধ প’ষ্টা জব্দ

খটখটীত আৰক্ষীৰ দ্বাৰা জব্দ পাঁচখনকৈ ইউৰিয়া ভৰ্তি ট্ৰাক, আটক ছয়

ADVERTISEMENT

দীৰ্ঘদিনৰ পৰা অসমৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুবুৰীয়া মণিপুৰ আৰু নগালেণ্ডলৈ একাংশ চোৰাং ব্যৱসায়ীয়ে অভিনৱ কৌশলেৰে সৰৱৰাহ কৰি আছে কৃষকৰ বাবে আৱণ্টিত ইউৰিয়া সাৰ ৷ কালি কাৰ্বি আংলঙৰ খটখটী আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা মণিপুৰলৈ আহি থকা পাঁচখনকৈ ট্ৰাক প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাবলৈ অসমৰ্থ হোৱাত থানালৈ লৈ আহে আৰু ছয়জনকৈ লোকক আটক কৰে ৷

সূত্ৰ অনুসৰি মণিপুৰ চৰকাৰৰ বাবে আৱণ্টিত ইউৰীয়া সাৰৰ ৰেক ফৰকাটিং ৰেল জংচনত খালি হৈ মণিপুৰলৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰৱৰাহ হয় ৷ তাৰেই গইনা লৈ এটা অসাধু চক্ৰই ঝাৰখণ্ডৰ পৰা একে সময়তে লৈ আনে সন্দেহৰ আৱৰ্তত থকা অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক ৷ কালি তেনেদৰে ইউৰিয়া লৈ অহা পাঁচখন ট্ৰাক জব্দ কৰে খটখটী আৰক্ষীয়ে ৷ ট্ৰাক কেইখনৰ নম্বৰ হ’ল ক্ৰমে এন.এল০১এছ চি ২২৯৩, বি.আৰ২৬ জি এ ৫৩৬৭, জে.এইচ১২কিউ ২১২৬, এন.এল০১কিউ ৭৬৭৩ আৰু বি.আৰ ০২ ডব্লিউ ৫৩৯৫ ৷

আনহাতে, আটকধীন লোক কেইজন হ’ল ক্ৰমে ঝাৰখাণ্ডৰ নৱনীত কুমাৰ সিং, দীনেশ সিং, ৰাজেশ কুমাৰ আৰু বিহাৰৰ গুদ্দু কুমাৰ, ৰাহুল কুমাৰ ৷ ইফালে, এই ট্ৰাকসমূহ মেনেজ কৰি অসম পাৰ কৰোৱাৰ দায়িত্বত থকা খটখটীৰ জনৈক তাৰাচান্দ নামৰ লোকজনকো আৰক্ষীয়ে আটক কৰিছে ।

WhatsApp Image 2022 09 13 at 18.51.36 1

এই ইউৰীয়াখিনি ঝাৰখণ্ডৰ হাজাৰীবাগৰ মা এমবি এণ্টাৰপ্ৰাইজৰ পৰা মণিপুৰ বিষ্ণুপুৰৰ মেচাৰ্ছ থকচ’ম সুৰজিত সিঙৰ নামত পঠিওৱা হৈছে ৷ ইপিনে, কাৰ্বি আংলঙৰ কৃষি বিভাগৰ বিষয়াই কয় যে এইদৰে ইউৰিয়া সাৰ মুকলি বজাৰত বিক্ৰী কৰাতো সম্পূৰ্ণৰূপে অবৈধ ৷ ইয়াৰ উপৰিও প্ৰদৰ্শিত নথিত এই সাৰখিনি জৈৱিক বুলি উল্লেখ আছে যদিও ট্ৰাক কেইখনত থকা সাৰৰ বস্তাসমূহ সম্পূৰ্ণৰূপে অজৈৱিক ৷

ইপিনে, আৰক্ষীয়ে ধৃত লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰু এই চিণ্ডিকেট চক্ৰৰ লগত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ বিশেষকৈ খটখটীৰ জনৈক শৰ্মা উপাধিৰ এজন বিতৰ্কিত ব্যৱসায়ীৰ ছত্ৰছায়াত সাৰৰ এই অবৈধ সৰৱৰাহৰ কাম দীৰ্ঘদিনৰ পৰা চলি আহিছে ৷

উল্লেখযোগ্য যে থানালৈ ট্ৰাক কেইখন লৈ যোৱাৰ পাছত এটা চক্ৰৰ একাংশই গাড়ী কেইখন এৰি দিবলৈ বিভিন্ন পক্ষক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে ৷ জব্দ হোৱা সাৰৰ বস্তাৰ পৰিমাণ প্ৰায় ৩৮০০ আৰু ইয়াৰ বজাৰ মূল্য দহলক্ষাধিক বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOKAJANUrea Syndicate
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d