Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Crime : ১৭৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ !

অনলাইন গেমৰ নামত জুৱাৰ ৰমৰমীয়া বেহা

publisher by publisher
October 25, 2022
in Crime, International
Reading Time: 1 min read
0
Crime : ১৭৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

Crime :

অনলাইন গেম প্ৰস্তুত কৰাৰ কথা কৈ জুৱাৰ ৱেবছাইট বনাই কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে বাংলাদেশত । বিগত তিনি বছৰে ১৭৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতৰ এটা সংস্থাৰ বিৰুদ্ধে । বাংলাদেশৰ সংবাদপত্র ‘প্রথম আলো’ত এই প্ৰতিবেদন প্ৰকাশিত হৈছে ।

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি, অনলাইনত গেম প্ৰস্তুত কৰাৰ কথা কৈ ২০১৯ত বাংলাদেশত বিনিয়োগ উন্নয়ন কর্তৃপক্ষৰ পৰা বিনিয়োগৰ অনুমতি লৈছিল ‘মুন ফ্রগ লেবছ’ নামৰ এটা সংস্থাই । পাছত তেওঁলোকে ‘উল্কা গেমছ লিমিটেড’ নামে সংস্থা খুলি অনলাইন জুৱা ‘তিন পত্তি গ’ল্ড’, ‘কেকে পত্তি’, ‘তাছ পত্তি’ আৰু ‘তিন পত্তি এইছ প্র’ আৰম্ভ কৰে । অভিযোগ, টকা দি জুৱা খেলি কোনো জয়ী হ’ব নোৱাৰে ।

‘উল্কা গেমছ লিমিটেড’ৰ চিইঅ’ জামিলুৰ ৰছিদক উদ্ধৃত কৰি প্রথম আলোৱে জনাইছে, এই সংস্থাই লুডু, তিন পত্তিসহ একাধিক গেম প্ৰস্তুত কৰিছে । এই গেমবোৰ বিনামূল্যেও খেলিব পাৰি আৰু টকাৰ বিনিময়তো খেলিব পাৰি । বিগত তিনি বছৰত এই ব্যৱসায়ত স‌ংস্থাটোৱে মুঠ ১৭৪ কোটি টকা আয় কৰিছে বুলি তেওঁ উল্লেখ কৰিছে ।

অৱশ্যে চর্ত অনুযায়ী আয়ৰ এটা অংশ মূল সংস্থা অর্থাৎ ‘মুন ফ্রগ লেবছ’ত প্ৰেৰণ কৰা হৈছে । প্রথম আলোৰ প্রতিবেদনত আৰু দাবী কৰা হৈছে যে, ২০১৪ত ভাৰতত এই সংস্থাই ব্যৱসায় আৰম্ভ কৰিছিল । ভাৰতৰ পৰা বাংলাদেশত অনলাইন জুৱা খেলা পৰিচালনা কৰা হৈছিল ।

চাইবাৰ জগতত দৃষ্টি নিক্ষেপ কৰাৰ সময়ত অনলাইনত জুৱা খেলাৰ বিষয়টো প্রকাশ্যত আহে বুলি প্রথম আলোক জনাইছে চিটিটিচিৰ অতিৰিক্ত উপকমিছনাৰ তৌহিদুল ইছলামে । অনলাইনত জুৱা খেলা চলোৱাৰ অভিযোগত যোৱা বৃহস্পতিবাৰে ঢাকাৰ ছাহজাহানপুৰ অঞ্চলত বেনজিৰ হুছেইন নামে এজন ব্যক্তিক গ্রেপ্তাৰ কৰে ঢাকা মহানগৰ আৰক্ষীৰ ‘কাউন্টাৰ টেৰ’ৰিজম এণ্ড ট্রান্সনেছনেল ক্রাইম ইউনিট’এ (চিটিটিচি) ।

এই ঘটনাত ধৃত ব্যক্তিসহ ১০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । বাকীসকলৰ সন্ধান অব্যাহত আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHCrimeOnline Game
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজ্বলাইছি বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা
Assam

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

September 11, 2026
Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d